টংলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Tanglaৰ পৰা পুনঃনিৰ্দেশিত)
টংলা
—  নগৰ  —
টংলা is located in Assam
টংলা
অসমত টংলাৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°39′26″N 91°54′45″E / 26.657086°N 91.912479°E / 26.657086; 91.912479স্থানাংক: 26°39′26″N 91°54′45″E / 26.657086°N 91.912479°E / 26.657086; 91.912479
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ওদালগুৰি জিলা
জনসংখ্যা (২০০১)
 - মুঠ ১৭,৩১৩ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
PIN 784521
Telephone code 03711
ৱেবছাইট udalguri.gov.in

টংলা (ইংৰাজী: Tangla)(IPA: ˈtæŋglə or ˈtæŋlə) অসমওদালগুৰি জিলাত অৱস্থিত এখন ঠাই।

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

  • নিকটতম ৰে'লৱে ষ্টেচন: টংলা ৰে'লৱে ষ্টেচন
  • নিকটতম বিমানবন্দৰ: গুৱাহাটী

জনসংখ্যা[সম্পাদনা কৰক]

২০০১ চনৰ বাৰ্ষিক লোকপিয়ল অনুসৰি টংলাৰ মুঠ জনসংখ্যা ১৭,৩১৩ জন। [1] ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। টংলাৰ গড় সাক্ষৰতাৰ হাৰ ৭৬%, পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮১% আৰু ৭০%। ইয়াৰ মুঠ জনসংখ্যাৰ ১০% ছয় বছৰৰ অনুৰ্ধৰ।

শিক্ষা[সম্পাদনা কৰক]

মহাবিদ্যালয়[সম্পাদনা কৰক]

  • টংলা মহাবিদ্যালয়
  • উত্তৰ দৰং মহাবিদ্যালয়
  • প্ৰেচিডেঞ্চি কনিষ্ঠ মহাবিদ্যালয়
  • পায়নিয়াৰ মহাবিদ্যালয়
  • অৰুণোদয় কনিষ্ঠ মহাবিদ্যালয়
  • এন.আৰ.দি.এছ কনিষ্ঠ মহাবিদ্যালয়
  • প্ৰভিঞ্চ কনিষ্ঠ মহাবিদ্যালয়

বিদ্যালয়[সম্পাদনা কৰক]

  • টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • টংলা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • টংলা মডেল উচ্চ মাধ্যমিক বিদ্যালয়
  • টংলা ইংলিছ মেদিয়াম হাই স্কুল
  • অৰুণোদয় বিদ্যালয়
  • জাতীয় বিদ্যালয় অসম, টংলা
  • কেন্দ্ৰীয় জাতীয় বিদ্যালয়
  • নৱোদয় জাতীয় বিদ্যালয়
  • ডনবস্ক স্কুল
  • অক্সিলিয়াম কনভেন্ট

তথ্যসূত্ৰ[সম্পাদনা কৰক]