সদস্য:Anamitra Saikia

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নমষ্কাৰ, মোৰ নাম অনামিত্ৰা শইকীয়া । মোৰ ঘৰ ডিব্ৰুগড়ত । ঘৰত মা দেউতা আছে । মোৰ দেউতা জলসম্পদ বিভাগৰ অভিযন্তা আৰু মা গৃহিণী । মই উচ্চমাধ্যমিক আৰু উচ্চতৰমাধ্যমিক উত্তীৰ্ণহৈ বৰ্তমান কলিকতা জাতীয় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাবিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰী । আজৰি সময়ত মই গান শুনি, কিতাপ পঢ়ি ভাল পাওঁ ।