সদস্য:Bikashch2013

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লক্ষীমপুৰ সাহিত্য সভা

স্থাপিতঃ ১৯১৬ চন।

অসম সাহিত্য সভা প্ৰতিষ্ঠা হোৱাৰো এবছৰ পূৰ্বে লক্ষীমপুৰ সাহিত্য সভাৰ জন্ম হয় । ইয়াৰ প্ৰতিস্থাপক সভাপতি আছিল পদ্মনাথ গোহাঞি বৰুৱা । ২০১৬ বৰ্ষত লক্ষীমপুৰ সাহিত্য সভাৰ শতবাৰ্ষিকী অনুষ্ঠিত কৰা ।