সদস্য:নিতুল দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এপেক্স বেকং, অসম

মহাত্মা গান্ধীৰ সমবায় আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত হৈ বহু সুধী ব্যক্তিৰ  নেৰেনেপেৰা চেষ্টা আৰু ত্যাগৰ ফলশ্ৰুতিত ১৯৪৮ চনত জন্ম হয় এইটো সমবায় বেংকৰ।