সদস্য:মোশ্বাহিদুল ইছলাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাম- মোশ্বাহিদুল ইছলাম ৷ জন্ম দিন- ২৩ আগষ্ট, ১৯৮৬ ৷ জন্ম স্থান- নগাঁও ৷ বৰ্তমানৰ ঠিকনা- নগাঁও ৷ জাতীয়তা-ভাৰতীয় ৷ শিক্ষা আৰু নিযুক্তি পেচা- এম এ,এম এম,এল এল বি অধিবক্তা আৰু সাংবাদিক ৷ যোগাযোগ ই-মেইল mushahidul86@gmail.com ফেচবুক-মোশ্বাহিদুল ইছলাম, Mushahidul Islam


জন্ম- ১৯৮৬ চনৰ ২৩ আগষ্ট তাৰিখে নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত পূৱচতিয়ান গাৱঁত মোৰ জন্ম হৈছিল । মোৰ পিতৃ এজন মাদ্ৰাছা স্কুলৰ শিক্ষক আৰু প্ৰয়াত মাক এগৰাকী গৃহিণী আছিল ৷

শিক্ষা- মই জিলাখনৰ জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্হ সোনাইপাৰ প্ৰথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰোঁ। সাহিত্য আৰু লিখা মেলাৰ প্ৰতি শৈশৱৰ পৰায়ে যথেষ্ট ইচ্ছা অবিৰত আছে । মই প্ৰাথমিক শিক্ষা সমাপ্ত কৰি জিলাখনৰ তিনিচুকীয়া এম ই মাদ্ৰাছা বিদ্যালয়ত মজলীয়া শিক্ষা আৰু জুৰীয়াৰ কদমনি টাউন হাইস্কুলৰ পৰা ২০০২ চনত মাধ্যমিক শিক্ষা লাভ কৰাৰ পিচত নগাও মহাবিদ্যালয়ৰ পৰা কলা শাখাত উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰাৰ লগতে জুৰীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু গুৱাহাটীস্হ কটন কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি নগাঁও আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ উপৰিও লক্ষীমপুৰৰ ফতেহপুৰ টাইটেল মাদ্ৰাছাৰ পৰা এম এম ডিগ্ৰী লাভ কৰিছো ৷ বৰ্তমান মই নগাঁও জিলা আদালতৰ সমান্তৰালকৈ গৌহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কাম কৰি থকাৰ লগতে "অসমীয়া খবৰ" আৰু "গণ অধিকাৰ" কাকতত সাংবাদিক হিচাপে নিয়োজিত হৈ আছো ৷