কল্পনা লাজমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


কল্পনা লাজমী
জন্ম ১৯৫৪
মৃত্যু ২৩ ছেপ্টেম্বৰ, ২০১৮
মুম্বাই
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ নিৰ্দেশিকা, প্ৰযোজিকা, চিত্ৰনাট্যকাৰ,লেখিকা

কল্পনা লাজমী (জন্ম ১৯৫৪, মৃত্যু ২০১৮) ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশিকা, প্ৰযোজিকা, আৰু চিত্ৰনাট্যকাৰ। স্বকীয় শৈলীত নিৰ্মিত তেখেতৰ চিনেমাবোৰ বাস্তৱমুখী আৰু কম বাজেটৰ যাক ভাৰতত তথাকথিত "আৰ্ট ফিল্ম" বোলা যায়। সাধাৰণতে তেখেতৰ চিনেমাবোৰ নাৰী সম্পৰ্কীয় বিষয় লৈ নিৰ্মিত। লাজমী ড॰ ভূপেন হাজৰিকাৰ অত্যন্ত ঘনিষ্ঠ বান্ধবী আছিল। [1][2][3] [4]

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

বৰ্ষ ছবি টোকা
১৯৭৮ D.G. Movie Pioneer নিৰ্দেশিকা
১৯৭৯ A Work Study in Tea Plucking নিৰ্দেশিকা
১৯৮১ Along the Brahmaputra নিৰ্দেশিকা
১৯৮৬ Ek Pal নিৰ্দেশিকা, প্ৰযোজিকা, লেখিকা
১৯৮৮ Lohit Kinare নিৰ্দেশিকা
১৯৯৩ Rudaali নিৰ্দেশিকা, লেখিকা
১৯৯৭ Darmiyaan: In Between নিৰ্দেশিকা, প্ৰযোজিকা
২০০১ Daman: A Victim of Marital Violence নিৰ্দেশিকা, লেখিকা
২০০৩ Kyon? নিৰ্দেশিকা, প্ৰযোজিকা
২০০৬ Chingaari নিৰ্দেশিকা, প্ৰযোজিকা, লেখিকা

লেখিকাৰ ৰূপত আত্মপ্ৰকাশ[সম্পাদনা কৰক]

২০১৮ চনৰ ৩০ অক্টোবৰত [5] কল্পনা লাজমীয়ে সুনন্দা শ্যামল মিত্ৰৰ সহযোগত লিখা আত্মজীৱনী ভূপেন হাজৰিকাঃ এজ আই নিউ হিম(Bhupen Hazarika As I Knew Him) প্ৰকাশিত হয় । গ্ৰন্থখন প্ৰকাশ কৰে হাৰ্পাৰ কলিন্সে ইণ্ডিয়া গোষ্ঠীয়ে । এই আত্মজীৱনীত কল্পনা লাজমীয়ে ভূপেন হাজৰিকাক সোতৰ বছৰ বয়সতে লগ পোৱাৰ কথা উল্লেখ কৰে । সেইসময়ত ভূপেন হাজৰিকাৰ বয়স আছিল পঞ্চলিছ ।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Rituparna Chatterjee's Blog : Kalpana Lajmi-Bhupen Hazarika: A 40-year-old love story". Ibnlive.in.com. 2011-11-05. Archived from the original on 2011-11-07. https://web.archive.org/web/20111107205132/http://ibnlive.in.com/blogs/rituparnachatterjee/2802/62880/kalpana-lajmibhupen-hazarika-a-40yearold-love-story.html। আহৰণ কৰা হৈছে: 2012-12-25. 
  2. "আৰ্কাইভ কপি". Archived from the original on 2011-11-12. https://web.archive.org/web/20111112115459/http://www.deccanchronicle.com/channels/nation/northeast/hazarika-funeral-put-fans-keep-pouring-063। আহৰণ কৰা হৈছে: 2011-11-10. 
  3. "Kalpana Lajmi inconsolable after Bhupen Hazarika's death". Movies.ndtv.com. 2011-11-06. Archived from the original on 2011-12-14. https://web.archive.org/web/20111214065413/http://movies.ndtv.com/movie_story.aspx?Section=Movies&ID=ENTEN20110187485&subcatg=MOVIESINDIA&keyword=music&nid=147290। আহৰণ কৰা হৈছে: 2012-12-25. 
  4. "Blog Archive » I don’t need ‘wife’ tag to prove my love for Bhupen: Kalpana". Bhupen Hazarika. 2009-02-20. Archived from the original on 2011-06-10. https://web.archive.org/web/20110610162936/http://www.bhupenhazarika.com/wordpress/?p=22#comment-6582। আহৰণ কৰা হৈছে: 2012-12-25. 
  5. http://books.google.co.in/books/about/Bhupen_Hazarika_As_I_Knew_Him.html?id=yGZsDwAAQBAJ&source=kp_book_description&redir_esc=y
  6. http://www.news18.com/news/movies/bhupen-hazarika-always-felt-that-he-and-kalpana-lajmi-should-celebrate-their-love-story-1886315.html

বাহ্যিক সংযোগ[সম্পাদনা কৰক]