অংশ
অৱয়ব
অংশ (সংস্কৃত: अंश) হিন্দু ধৰ্মৰ সৌৰ দেৱতা। তেওঁ কাশ্যপ আৰু অদিতিৰ সন্তান স্বৰ্গৰ দেৱতাৰ এটা দল আদিত্যৰ সদস্য।[1] তেওঁৰ প্ৰথম উল্লেখ ঋগবেদত পোৱা যায়।[2]
অন্যান্য ব্যৱহাৰ
[সম্পাদনা কৰক]বৈষ্ণৱ ধৰ্মত অংশই এনে এজন সত্ত্বাক বুজায় যাক বিষ্ণু দেৱতাৰ আংশিক অৱতাৰ বা অংশ বুলি গণ্য কৰা হয়। বৈদিক যজ্ঞৰ আহুতিত দেৱতাক অৰ্পন কৰা অংশটো বুজাবলৈয়ো এই শব্দটো ব্যৱহাৰ কৰা হয়।[3] অংশ এজন ঋষিৰো নাম।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Long, Jeffery D. (2011-09-09) (en ভাষাত). Historical Dictionary of Hinduism. Scarecrow Press. পৃষ্ঠা. 25. ISBN 978-0-8108-7960-7. https://books.google.com/books?id=ZkkFCwAAQBAJ&dq=A%E1%B9%83%C5%9Ba+sage&pg=PA25.
- ↑ Dalal, Roshen (2014-04-18) (en ভাষাত). Hinduism: An Alphabetical Guide. Penguin UK. পৃষ্ঠা. 115. ISBN 978-81-8475-277-9. https://books.google.com/books?id=zrk0AwAAQBAJ&dq=Amsha+Visnu&pg=PT115.
- ↑ Long, Jeffery D. (2020-04-15) (en ভাষাত). Historical Dictionary of Hinduism. Rowman & Littlefield. পৃষ্ঠা. 45. ISBN 978-1-5381-2294-5. https://books.google.com/books?id=IWXRDwAAQBAJ&dq=A%E1%B9%83%C5%9Ba+portion&pg=PA45.
- ↑ Bhandarkar, R. G. (2014-10-10) (en ভাষাত). Vaisnavism, Saivism and Minor Religious Systems (Routledge Revivals). Routledge. পৃষ্ঠা. 15. ISBN 978-1-317-58932-7. https://books.google.com/books?id=OAPEBAAAQBAJ&dq=A%E1%B9%83%C5%9Ba+sage&pg=PT15.