অইল ইণ্ডিয়া লিমিটেড এফ চি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
অইল ইণ্ডিয়া লিমিটেড এফ চি
চিত্ৰ:Oil india fc logo.jpg
সম্পূৰ্ণ নাম অইল ইণ্ডিয়া লিমিটেড ফুটবল ক্লাব
প্ৰতিষ্ঠা 1964; 56 years ago (1964)
খেলপথাৰ অইল ইণ্ডিয়া গ্ৰাউণ্ড, দুলিয়াজান, অসম
(আসন: ১০,০০০)
মুখ্য প্ৰশিক্ষক ভাৰত সুব্ৰত ভট্টাচাৰ্য্য
লীগ আই-লীগ দ্বিতীয় ডিভিজন
২০০৮ গ্ৰুপ পৰ্যায়
ঘৰুৱা খেলসমূহত
পোচাকৰ ৰং
বাহিৰা খেলসমূহত
পোচাকৰ ৰং

অইল ইণ্ডিয়া লিমিটেড এফ চি অসমদুলিয়াজানস্থিত এক ফুটবল ক্লাব। এই ক্লাবটো ১৯৬৪ চনত ৰাজহুৱা খণ্ডৰ অধীনৰ বৃহৎ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে প্ৰতিষ্ঠা কৰিছিল।[1]

বুৰঞ্জী[সম্পাদনা কৰক]

অইল ইণ্ডিয়া লিমিটেড এফ চি ক্লাবটো ১৯৬৪ চনত ৰাজহুৱা খণ্ডৰ অধীনৰ বৃহৎ তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে উজনি অসমৰ দুলিয়াজানত গঠন কৰে। ক্লাবটোক অসম তথা উত্তৰ-পূবৰ ভিতৰতে শীৰ্ষ পৰ্যায়ৰ ক্লাব হিচাপে বিবেচিত কৰা হয়।[1]

খেলপথাৰ[সম্পাদনা কৰক]

দুলিয়াজানৰ অইল ইণ্ডিয়া গ্ৰাউণ্ড খন অইল ইণ্ডিয়া লিমিটেড এফ চিয়ে ঘৰুৱা খেলপথাৰ হিচাপে ব্যৱহাৰ কৰে।

লীগ[সম্পাদনা কৰক]

অইল ইণ্ডিয়া লিমিটেড এফ চিয়ে আৰম্ভণি বৰ্ষৰ আই-লীগ দ্বিতীয় ডিভিজন অংশগ্ৰহণ কৰিছিল, কিন্তু পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰসৰ হোৱাত ব্যৰ্থ হয়। ক্লাবটো অসম ক্লাব ফুটবল চেম্পিয়নশ্বিপৰ বৰ্তমানৰ চেম্পিয়ন।[1]

খেলুৱৈ আৰু ষ্টাফ[সম্পাদনা কৰক]

বৰ্তমান দল[সম্পাদনা কৰক]

18 September 2016 অনুসৰি[2]

Note: Flags indicate national team as has been defined under FIFA eligibility rules. Players may hold more than one non-FIFA nationality.

নং. স্থান খেলুৱৈ
1 ভাৰত গ’লকীপাৰ নিহাল দাস
2 ভাৰত ডিফেণ্ডাৰ জ্যোতিষ বসুমতাৰী
3 ভাৰত ডিফেণ্ডাৰ ত্ৰিদীপ হাজৰিকা
4 ভাৰত ডিফেণ্ডাৰ নবীন ৰাভা
5 ভাৰত ডিফেণ্ডাৰ শিশুৰাম চুতীয়া
6 ভাৰত গেৰেমচা বসুমতাৰী
7 ভাৰত মিড ফিল্ডাৰ মান্দিলা ৰংমেই
8 ভাৰত মিড ফিল্ডাৰ এফ.ৱাৰী
9 ভাৰত ফৰৱাৰ্ড মিণ্টু বড়ো
10 ভাৰত ফৰৱাৰ্ড জয়ন্ত বসুমতাৰী
11 ভাৰত মানস মনজিৎ চেতিয়া
নং স্থান খেলুৱৈ
12 ভাৰত ডিফেণ্ডাৰ ৰাজু কোঁৱৰ
13 ভাৰত ৰাণা
14 ভাৰত গ’লকীপাৰ জিতু চেত্ৰী

সফলতা সমূ্হ[সম্পাদনা কৰক]

  • কলিংগ কাপ ফুটবল প্ৰতিযোগিতা, ২০০৬ - বিজয়ী
  • পেট্ৰ'লিয়াম স্প'ৰ্টছ প্ৰমোচন ব'ৰ্ড ইণ্টাৰ ইউনিট ফুটবল প্ৰতিযোগিতা, ২০০৬ - বিজয়ী
  • অসম ক্লাব ফুটবল চেম্পিয়নশ্বিপ, ২০০৭ - বিজয়ী
  • বৰদলৈ ট্ৰফী - ৩ বাৰ খিতাপ
  • এ.টি.পি.এ. শ্বিল্ড - ৭ বাৰ খিতাপ
  • স্বাধীনতা দিৱস কাপ - ৩ বাৰ খিতাপ[1]

স্প'নচৰ[সম্পাদনা কৰক]

  • অইল ইণ্ডিয়া লিমিটেড

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 All India Football Federation
  2. "Players Profile". goalnepal.com. http://www.goalnepal.com/news.php?id=28299। আহৰণ কৰা হৈছে: 18 September 2016.