সমললৈ যাওক

অঞ্জনা পেগু

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অঞ্জনা পেগু মিচিং জনগোষ্ঠীৰ অধিকাৰৰ বাবে আন্দোলন কৰা এগৰাকী শ্বহীদ।[1]

তেওঁক ১৯৯৫ চনৰ ২১ এপ্ৰিল তাৰিখে উত্তৰ লখিমপুৰৰ বিলমুখ বা বৰবিল অঞ্চলত মিচিংসকলৰ সাংবিধানিক, ৰাজনৈতিক অধিকাৰ তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ দাবীত কৰা প্ৰতিবাদত আৰক্ষীয়ে গুলীচালনা কৰিছিল। এই গুলীচালনাত বগা মেদক আৰু নৰেশ টাইড থিতাতে শ্বহীদ হয়। আনহাতে, আঘাতপ্ৰাপ্ত হৈ অঞ্জনা পেগু পাছত চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰে।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Saplings planted to mark Martyrs’ Day of Misings". Arunachal Observer. https://arunachalobserver.org/2022/04/22/saplings-planted-to-mark-martyrs-day-of-misings/ আহৰণ কৰা হৈছে: 21 May 2026.
  2. "ECI bans exit, opinion polls for Mizoram’s Dampa, Bihar Assembly & eight other states". The Assam Tribune. https://assamtribune.com/north-east/eci-bans-exit-opinion-polls-for-mizorams-dampa-bihar-assembly-eight-other-states-1597141 আহৰণ কৰা হৈছে: 21 May 2026.