অঞ্জলি গুপ্তা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


অঞ্জলি গুপ্তা
জন্ম ১৯৭৫/১৯৭৬
মৃত্যু ১১ ছেপ্টেম্বৰ, ২০১১
ভূপাল, মধ্য প্ৰদেশ
আনুগত্য ভাৰত
চাকৰিৰ কাৰ্যকাল ২০০১–২০০৬
পদমৰ্যদা Flying Officer of IAF.png ফ্লায়িং অফিচাৰ
ইউনিট এয়াৰক্ৰাফ্ট চিষ্টেম এণ্ড টেষ্টেং এষ্টাব্লিছমেন্ট

ফ্লায়িং অফিচাৰ অঞ্জলি গুপ্তা ভাৰতীয় বায়ু সেনা বাহিনীৰ এগৰাকী বিষয়া আছিল। তেওঁ ভাৰতৰ প্ৰথম গৰাকী মহিলা বিষয়া যাৰ ৰ্কটমাৰ্চেল হৈছিল।