সদস্য:Abhi179/অঞ্জলি গুপ্তা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অঞ্জলি গুপ্তাৰ পৰা পুনঃনিৰ্দেশিত)


অঞ্জলি গুপ্তা
জন্ম ১৯৭৫/১৯৭৬
মৃত্যু ১১ ছেপ্টেম্বৰ, ২০১১
ভূপাল, মধ্য প্ৰদেশ
আনুগত্য ভাৰত
চাকৰিৰ কাৰ্যকাল ২০০১–২০০৬
পদমৰ্যদা ফ্লায়িং অফিচাৰ
ইউনিট এয়াৰক্ৰাফ্ট চিষ্টেম এণ্ড টেষ্টেং এষ্টাব্লিছমেন্ট

ফ্লায়িং অফিচাৰ অঞ্জলি গুপ্তা ভাৰতীয় বায়ু সেনা বাহিনীৰ এগৰাকী বিষয়া আছিল। তেওঁ ভাৰতৰ প্ৰথম গৰাকী মহিলা বিষয়া যাৰ কৰ্টমাৰ্চেল হৈছিল।