সমললৈ যাওক

অঞ্জলি শৰ্মা (ক্ৰিকেটাৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অঞ্জলি শৰ্মা
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম অঞ্জলি শৰ্মা
জন্ম ১২ ডিচেম্বৰ, ১৯৫৬ (৬৮ বছৰ)}
নতুন দিল্লী, ভাৰত
উচ্চতা 5 ফুট 5 ইঞ্চি (1.7 মিটাৰ)
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী সোঁহতীয়া অফ-ব্ৰেক বলিং
আন্তঃৰাষ্ট্ৰীয় তথ্য
অ'ডিআই অভিষেক (কেপ ১১) ১ জানুৱাৰী ১৯৭৮ বনাম ইংলেণ্ড
অন্তিম অ'ডিআই ৮ জানুৱাৰী ১৯৭৮ v অষ্ট্ৰেলিয়া
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা মহিলা এদিনীয়া আন্তৰ্জাতিক
মুঠ খেল
ৰাণ
বেটিং গড় ০.৩৩
শতক/অৰ্ধশতক -/-
সৰ্বোচ্চ ৰাণ
বল ১৫৮
উইকেট
বলিং গড় ৪২.৫০
এটা ইনিংছত ৫টা উইকেট
এখন খেলত ১০টা উইকেট -
শ্ৰেষ্ঠ বলিং ১/৩২
কেচ্চ/ষ্টাম্পিং ০/-
উৎস: https://cricketarchive.com/Archive/Players/17/17154/17154.html CricketArchive, ৪ মে' ২০২০

অঞ্জলি শৰ্মা (জন্ম ১২ ডিচেম্বৰ ১৯৫৬) এগৰাকী প্ৰাক্তন ৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ যিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতৰ হৈ তিনিখন ৱান ডে ইণ্টাৰনেশ্যনেল খেলিছিল, এই সকলোবোৰ ১৯৭৮ চনৰ জানুৱাৰী মাহত,[1] আৰু দুটা উইকেট দখল কৰিছিল, সৰ্বোত্তম বলিং ১/৩২।[2]

১৯৭৫ চনৰ পৰা ১৯৮৪ চনলৈকে দিল্লী ষ্টেটৰ হৈ প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল শৰ্মাই, আৰু ১৯৮৩ চনৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ অধিনায়ক আছিল।[3]

২০২০ চনৰ জুন মাহত দিল্লী আৰু জিলা ক্ৰিকেট সন্থাৰ এপেক্স কাউন্সিললৈ মনোনীত হয়।[4] ২০২০ চনৰ নৱেম্বৰ মাহত ২০২০–২১ বৰ্ষৰ বাবে পৰিষদৰ খেলুৱৈ কল্যাণ সমিতিৰ অধ্যক্ষ হয়।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "A Sharma". ESPNcricinfo. http://www.cricinfo.com/ci/content/player/54275.html। আহৰণ কৰা হৈছে: 2009-10-30. 
  2. "A Sharma". CricketArchive. https://cricketarchive.com/Archive/Players/17/17154/17154.html। আহৰণ কৰা হৈছে: 2009-10-30. 
  3. "ICA 2019 Election – Candidate Information Sheets". Indian Cricketers Association. পৃষ্ঠা: 28. Archived from the original on 10 January 2021. https://web.archive.org/web/20210110005318/http://relaunch-live.s3.amazonaws.com/cms/documents/5d9f1ac321ad7-ICA%20Consolidated%20Candidate%20Information%20Sheet%2010102019.pdf. 
  4. "DDCA to induct Tilak Raj, Anjali Sharma in Apex Council, Bhardwaj may be removed" (en ভাষাত). The Times of India. June 17, 2020. https://timesofindia.indiatimes.com/sports/cricket/news/ddca-to-induct-tilak-raj-anjali-sharma-in-apex-council-bhardwaj-may-be-removed/articleshow/76430397.cms। আহৰণ কৰা হৈছে: 2021-01-08. 
  5. Ali, Qaiser Mohammad (2020-11-28). "DDCA announces 8 panels; Cricket Advisory Committee next week". www.daijiworld.com. http://www.daijiworld.com/news/newsDisplay.aspx?newsID=776273। আহৰণ কৰা হৈছে: 2021-01-08.