অতিশী মাৰ্লেনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
অতিশী সিং[1]
AtishiSingh.jpg
দিল্লী বিধানসভা সমষ্টিৰ বিধায়ক
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১২ ফেব্ৰুৱাৰি, ২০২০
পূৰ্বসূৰী অৱতাৰ সিং
সমষ্টি কল্লাজী বিধানসভা সমষ্টি, দিল্লী
ব্যক্তিগত তথ্য
জন্ম ৮ জুন, ১৯৮১ (৪০ বছৰ)
নতুন দিল্লী
ৰাজনৈতিক দল আম আদমী পাৰ্টি
দাম্পত্যসঙ্গী প্ৰবীণ সিং
পিতৃ-মাতৃ বিজয় সিং (পিতৃ)
তৃপ্তি ৱাহী (মাতৃ)
শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয় (কলাৰ স্নাতক)
অক্সফ'ৰ্ড বিশ্ববিদ্যালয় (Double M.A.)
প্ৰখ্যাত শিক্ষা নীতি,[2]
ৰাজনৈতিক সক্ৰিয়তা (Political Activism)

অতিশী সিং (ইংৰাজী: Atishi Singh)[3] হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষাবিদ, ৰাজনৈতিক কৰ্মী। তেখেত দিল্লীৰ বিধানসভা সমষ্টিৰ বিধায়িকা।[4] আম আদমী পাৰ্টিৰ ৰাজনৈতিক পৰিক্ৰমা মন্ত্ৰণালয়ৰো তেখেত এগৰাকী সদস্য। ২০১৫ চনৰ ১৫ জুলাইৰ পৰা ২০১৮ চনৰ ১৭ এপ্ৰিললৈকে দিল্লীৰ উপ-মুখ্য মন্ত্ৰী মনিশ ছিছ'ডিয়াৰ উপদেষ্টা হিচাপে তেখেতে কৰ্মনিৰ্বাহ কৰিছিল। সেইসময়ত তেখেতৰ প্ৰধান দায়িত্ব আছিল শিক্ষা।[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]