অতুল বৰা (জ্যেষ্ঠ)
অৱয়ব
একে নামৰ অন্য ব্যক্তিৰ বাবে, অতুল বৰা চাওক।
অতুল বৰা | |
|---|---|
| বিধানসভাৰ সদস্য দিশপুৰ বিধানসভা সমষ্টি | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ২০১৬ | |
| পূৰ্বসূৰী | অকণ বৰা |
| উত্তৰসূৰী | বৰ্তমান |
| সমষ্টি | দিশপুৰ বিধানসভা সমষ্টি |
| ব্যক্তিগত তথ্য | |
| জন্ম | ৭ এপ্ৰিল ১৯৬০ অসম |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
| আন ৰাজনৈতিক সম্পৰ্ক |
অসম গণ পৰিষদ (১৯৮৫- ২০১২) |
| শিক্ষানুষ্ঠান | গুৱাহাটী বিশ্ববিদ্যালয় |
| পেচা | ৰাজনীতিক |
অতুল বৰা (ইংৰাজী: Atul Bora) অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাজনীতিক। ১৯৮৫, ১৯৯১, ১৯৯৬ আৰু ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল।[1][2][3] তেওঁ অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য আছিল আৰু প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰত মন্ত্ৰী আছিল। ২০১৩ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।[4]