অদাহ্য (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অদাহ্য (অসমীয়া চলচ্চিত্ৰ)ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search


অদাহ্য
Adajya.jpg
চলচ্চিত্ৰখনৰ এটা স্ক্ৰীনশ্বট
পৰিচালক সান্ত্বনা বৰদলৈ
প্ৰযোজক ডা° সান্ত্বনা বৰদলৈ
লেখক সান্ত্বনা বৰদলৈ
ইন্দিৰা গোস্বামী (উপন্যাস)
অভিনয়ত টম আল্টাৰ
তৃষ্ণা শ‍ইকীয়া
সংগীত পৰিচালক শ্বেৰ চৌধুৰী
চিত্ৰগ্ৰহণকাৰী মৃণালকান্তি দাস
সম্পাদনা এ. শ্ৰীকৰ প্ৰসাদ
মুক্তি ১৯৯৬
দৈৰ্ঘ্য ৯৩ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া

অদাহ্য (ইংৰাজী: Adajya; ভাৱানুবাদ: The Flight) হৈছে অসমীয়া ভাষাত নিৰ্মিত ইন্দিৰা গোস্বামীৰ ৰচিত উপন্যাস দঁতাল হাতীৰ উয়ে খোৱা হাওদাৰ আধাৰত নিৰ্মিত[1] সান্ত্বনা বৰদলৈৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ। ১৯৯৬ চনত এই চলচ্চিত্ৰখন অসমৰ প্ৰেক্ষাগৄহত মুক্তি দিয়া হয়।

কাহিনী[সম্পাদনা কৰক]

চলচ্চিত্ৰখনৰ কাহিনী ১৯৪০ চনৰ অসমৰ পৰিস্থিতিৰ ওপৰত[2]। তিনিগৰাকী বিধৱা তিৰোতাই সেইসময়ৰ সমাজৰ নীতি নিয়মবোৰৰ মাজেদি কেনেদৰে দূৰ্বিসহ জীৱন যপন কৰিছে সেয়া বৰ্ননা কৰা হৈছে।


অভিনয়ত[সম্পাদনা কৰক]

ক্ৰম অভিনেতা / অভিনেত্ৰীৰ নাম চৰিত্ৰ
টম আল্টাৰ মাৰ্ক চাহিব
তৃষা শ‍ইকীয়া গিৰিবালা
বিষ্ণু খাৰঘৰীয়া .....
ত্ৰিৱেনী বৰা ....
ভগীৰথী ....
চেতনা দাস ....
ইন্দিৰা দাস ....
মিণ্টু বৰুৱা ....
নীলু চক্ৰৱৰ্তী ....

কাৰিকৰী খুঁটি-নাটি[সম্পাদনা কৰক]


বঁটা / স্বীকৃতি[সম্পাদনা কৰক]

  • অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা
  • বিচাৰকৰ বিশেষ বঁটা (১৯৯৭) [3]
  • অৰবিন্দন বঁটা, ১৯৯৬ [4]
  • এছিয়ান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠা মহিলা পৰিচালক হিচাপে ড° সান্ত্বনা বৰদলৈ "Silver Peacock" বঁটা (১৯৯৭)[4]
  • চলচ্চিত্ৰৰ চিত্ৰগ্ৰহণকাৰী মৃণাল কান্তি দাসলৈ "শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ বঁটা", ১৯৯৭[4]
  • 'অদাহ্য' কথাছবিৰ বাবে শ্বেৰ চৌধুৰীলৈ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাজ্যিক বঁটা, ১৯৯৭[5]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Delhi to host first festival of films from Assam, ৱেবছাইট: indiaglitz.com, আহৰণ: ১৪-১০-২০১২
  2. Santwana Bardoloi Filmography at chaosmag.in
  3. IFFI '98, Some bright spots, ফ্ৰণ্টলাইন আলোচনী, আহৰণ: ১৪-১০-২০১২
  4. 4.0 4.1 4.2 Assam Film Awards at joiaaiaxom, আহৰণ: ১৪-১০-২০১২
  5. প্ৰমোদ শৰ্মা, মাণিক ৰায়; নি:সংগতা, অলপ মনোবেদনা আৰু সংগীত পৰিচালক শ্বেৰ চৌধুৰী; বহুমুখ, 'আমাৰ অসম' কাকতৰ বুধবৰীয়া বিশেষ প্ৰকাশ, ২৩ মে', ২০১২

বাহ্যিক সংযোগ[সম্পাদনা কৰক]