অদিতি আৰ্য (অভিনেত্ৰী আৰু গায়িকা)
অৱয়ব
এই প্ৰবন্ধটো অভিনেত্ৰী আৰু গায়িকা অদিতি আৰ্যৰ বিষয়ে। আন ব্যৱহাৰৰ বাবে অদিতি আৰ্য চাওক।
| অদিতি আৰ্য | |
|---|---|
| জন্ম | ১৩ অক্টোবৰ, ১৯৯৬ (৩০ বছৰ) চণ্ডীগড়, ভাৰত। |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষানুষ্ঠান | মাউণ্ট কাৰ্মেল হাইস্কুল গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয় |
| পেচা | অভিনেত্ৰী, গায়িকা |
| সক্ৰিয় হৈ থকা সময় | ২০১৩ চনৰ পৰা বৰ্তমানলৈকে |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ | ফিল্মী, পপ, ভাৰতীয় শাস্ত্ৰীয় সংগীত |
অদিতি আৰ্য (জন্ম: ১৩ অক্টোবৰ, ১৯৯৬)[1] এগৰাকী তেখেতে ফেমিনা মিছ ইণ্ডিয়াৰ বিউটি পেজেণ্টৰ খিতাপ দখল কৰিছিল[2] আৰু পাঞ্জাবী ছবি আপে পেইন ছিয়াপেৰ জৰিয়তে অভিনয়ত অভিষেক ঘটায়, পিছলৈ তেওঁ মুণ্ডা ৰকষ্টাৰ আৰু খাও পিয়ো আইছ কাৰোৰ দৰে ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে।[3]
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]অদিতিৰ জন্ম হৈছিল চণ্ডীগড়, পঞ্জাব, ভাৰতত আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হৈছিল। স্কুলীয়া শিক্ষা মাউণ্ট কাৰ্মেল স্কুলৰ পৰা কৰিছিল আৰু উচ্চ শিক্ষাৰ বাবে ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়লৈ গুচি গৈছিল। ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰি মডেলিঙৰ পৰাই তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল,[4] তেওঁ আছিল ২০১৪ চনৰ মিছ ডিভা[5] আৰু টাইমছ ফ্ৰেছ ফেচ। ইয়াৰ লগতে তেওঁ ৰকিএছ, নীতা নিস্কা লুলা, এলমিৰা, টাইমছ অৱ ইণ্ডিয়া, ইনভিছালাইন ইণ্ডিয়া আদিৰ দৰে ব্ৰেণ্ডৰ সৈতেও সহযোগিতা কৰিছে।[6]
চলচ্চিত্ৰ তালিকা
[সম্পাদনা কৰক]চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বছৰ | চলচ্চিত্ৰ | ভূমিকা | টোকা |
|---|---|---|---|
| ২০২১ | আপে পেইন সিয়াপে | চিম্মি সিং | শৰহান সিং আৰু ৰাজেশ শৰ্মাৰ বিপৰীতে |
| ২০২২ | খাও পিও এয়শ্ কৰো | - | তৰছেম জাছৰ আৰু ৰঞ্জিত বৱাৰ বিপৰীতে |
| ২০২৪ | মুণ্ডা ৰকষ্টাৰ | - | যুৱৰাজ হান্স আৰু মোহাম্মদ নাজিমৰ বিপৰীতে |
| ২০২৪ | ৰূপীন্দৰ গান্ধী ৩ | - | দেৱ খঁড়োদৰ বিপৰীতে |
| ২০২৪ | শীৰ্ষকহীন[7] | মুখ্য | অজ্ঞাত |
সংগীত তালিকা
[সম্পাদনা কৰক]| বছৰ | গীত | গায়ক | টোকা | উৎস |
|---|---|---|---|---|
| ২০২২ | মেহৰবাণী | হয় | হোৱাইট হিল মিউজিকৰ দ্বাৰা বিতৰণ | [8] |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Aditi Aarya সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Navbharat Times. "Actress Aditi Aarya is going to enter Bollywood, started shooting of new film in Lucknow". www.navbharattimes.indiatimes.com. https://navbharattimes.indiatimes.com/metro/lucknow/development/actress-aditi-aarya-is-going-to-enter-bollywood-started-shooting-of-new-film-in-lucknow/articleshow/109593023.cms.
- ↑ Femina. "Yamaha Fascino Miss diva 2014 Chandigarh finalists". www.femina.in. https://www.femina.in/beauty-pageants/miss-diva/yamaha-fascino-miss-diva-2014-chandigarh-finalists/eventshow/40202211.cms.
- ↑ ABP Live. "Punjabi actress Aditi aarya latest interview along with Ranjith Bawa Khao on Pio Aish Karo movie". www.abplive.com. https://punjabi.abplive.com/videos/entertainment/aditi-aarya-latest-interview-punjabi-actress-ranjit-bawa-khao-pio-aish-karo-660849.
- ↑ Punjab Kesari. "Femina Miss India Aditi Aarya talks about on education". www.punjabkesari.in. https://haryana.punjabkesari.in/kurukshetra/news/femina-miss-india-aditi-arya-talk-about-on-education-416353.
- ↑ Femina. "Yamaha Fascino Miss diva 2014 Chandigarh finalists". www.femina.in. https://www.femina.in/beauty-pageants/miss-diva/yamaha-fascino-miss-diva-2014-chandigarh-finalists/eventshow/40202211.cms.
- ↑ News 18. "Bollywood actress Aditi Aarya, granddaughter of Former Rajya Sabha MP Dr Ramprakash, said choosing good subject is important for artists too". www.news18.com. Archived from the original on 2025-03-05. https://web.archive.org/web/20250305055749/https://hindi.news18.com/photogallery/entertainment/bollywood-actress-aditi-aarya-granddaughter-of-former-rajya-sabha-mp-dr-ramprakash-said-choosing-good-subject-is-important-for-artists-too-8346498.html। আহৰণ কৰা হৈছে: 2025-02-25.
- ↑ নৱভাৰত টাইম্ছ. "অভিনেত্ৰী অদিতি আৰ্য বলিউডত প্ৰৱেশ কৰিব, লখনৌত নতুন চলচ্চিত্ৰৰ শ্বুটিং আৰম্ভ কৰিছে". www.navbharattimes.indiatimes.com. https://navbharattimes.indiatimes.com/metro/lucknow/development/actress-aditi-aarya-is-going-to-enter-bollywood-started-shooting-of-new-film-in-lucknow/articleshow/109593023.cms.
- ↑ টাইম্ছ অৱ ইণ্ডিয়া. "অদিতি আৰ্যৰ গীত "মেহৰবাণী"ৰ পাঞ্জাবী ভিডিঅ’ চাওক". www.timesofindia.indiatimes.com. https://timesofindia.indiatimes.com/videos/entertainment/music/punjabi/watch-latest-punjabi-video-song-meharbani-sung-by-aditi-aarya/videoshow/94006383.cms.