অনঙ্গৰঙ্গ
অৱয়ব
| অনঙ্গৰঙ্গ | |
|---|---|
| লেখক | কল্যাণ মল্লা |
| দেশ | ভাৰত |
| ভাষা | সংস্কৃত |
| প্ৰকাশ | ১৫/১৬ শতিকা |
অনঙ্গৰঙ্গ (अनंगरंग) বা কমলেধিপ্লৱ (कमलेधिप्लव) হ'ল পঞ্চদশ নাইবা ষোড়শ শতিকাত কল্যাণ মল্লাই ৰচনা কৰা সংস্কৃত গ্ৰন্থ।[1][2] পাণ্ডুলিপিখনৰ অনুবাদকসকলে কয় যে, ইয়াৰ উদ্দেশ্য কেৱল স্বামী-স্ত্ৰীৰ বিচ্ছেদ ৰোধ কৰা, অবাধ্যতাক উৎসাহিত কৰা নহয়।[3]
আহমেদ খান লোডীৰ পুত্ৰ লাদ খানৰ আমোদৰ বাবে কবিয়ে এই গ্ৰন্থখন ৰচনা কৰিছিল ৷ ১৪৫১ চনৰ পৰা ১৫২৬ চনলৈকে দিল্লীৰ পৰা শাসন কৰা লোডী বংশৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল৷[4][5] এই গ্ৰন্থখনক প্ৰায়ে কামসূত্ৰৰ সৈতে তুলনা কৰা হয়।
১৮৮৫ চনত ছাৰ ৰিচাৰ্ড ফ্ৰান্সিছ বাৰ্টনৰ সম্পাদনাত কাম শাস্ত্ৰ ছ'চাইটিয়ে ইংৰাজী ভাষাত অনুবাদ আৰু প্ৰকাশ কৰে।[6][7] তেওঁৰ মৃত্যুৰ পিছত অনুবাদৰ পাণ্ডুলিপি আৰু টোকাসমূহ তেওঁৰ পত্নী ইছাবেল বাৰ্টনে জ্বলাই দিয়ে[8][9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Burton Richard F.; Arbuthnot F. F. (1885). Ananga Ranga. Kama Shastra Society of London and Benares. পৃষ্ঠা. 14. https://burtoniana.org/books/1885-Ananga%20Ranga/1885-AnangaRanga.pdf। আহৰণ কৰা হৈছে: 2023-06-16.
- ↑ Frayser, S.G.; Whitby, T.J. (1995). Studies in Human Sexuality: A Selected Guide. Libraries Unlimited. পৃষ্ঠা. 143. ISBN 9781563081316. https://books.google.com/books?id=ZArPH0nFGo0C&pg=PA143। আহৰণ কৰা হৈছে: 2015-09-13.
- ↑ Burton Richard F.; Arbuthnot F. F. (1964). Ananga Ranga. Medical Press of New York. পৃষ্ঠা. 11. http://ignca.nic.in/Asi_data/42934.pdf। আহৰণ কৰা হৈছে: 2023-06-16.
- ↑ Dwarka Prasad Shastri (2005). अनङ्गरङ्ग - Anangrang of Mahakavi Kalyan Malla. Chowkhamba Krishnadas Academy. পৃষ্ঠা. sholk 2. ISBN 812180180X. https://www.exoticindiaart.com/book/details/anangrang-of-mahakavi-kalyan-malla-mzg328/। আহৰণ কৰা হৈছে: 2023-06-16.
- ↑ Introduction to the History of Sex Manuals by Kamashastra. Archived 12 December 2007 at the Wayback Machine
- ↑ Arbuthnot, F. F.; Richard F., Burton (1885). Ananga-Ranga. প্ৰকাশক London & Benaras: Kama Shastra Society of London and Benares. পৃষ্ঠা. 6.
- ↑ Burton, Richard F., (transl.): Ananga Ranga Cosmopoli, Kama Shastra Society., https://burtoniana.org/books/index.htm, আহৰণ কৰা হৈছে: 16 June 2023
- ↑ Thomas, Wright (February 19, 2010). The Life of Sir Richard Burton. Project Gutenberg. পৃষ্ঠা. Chapter XXXVIII. https://www.gutenberg.org/files/4315/4315-h/4315-h.htm.
- ↑ "Life of Sir Richard Francis Burton". https://burtoniana.org/biography/.