অনন্যা খাৰে
অনন্যা খাৰে | |
---|---|
জন্ম | ৰতলম, মধ্যপ্ৰদেশ |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৯৪- বৰ্তমান |
অনন্যা খাৰে (ইংৰাজী: Ananya Khare ) এগৰাকী ভাৰতীয় টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। দেৱদাস আৰু চান্দনী বাৰৰ দৰে বলীউডৰ ছবিত অভিনয় কৰি তেওঁ অধিক পৰিচিত। চান্দনী বাৰ ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[1]
জীৱনী
[সম্পাদনা কৰক]২০০৫ চনত খাৰেই স্বামী ডেভিদক লগ পোৱাৰ পিছত তেওঁ বিৰতি লয় আৰু আমেৰিকালৈ গুছি যায়। তাত তেওঁ ইংৰাজীৰ শিক্ষক হিচাপে কাম কৰিছিল। ১০ বছৰৰ পাছত দম্পতীহালে পুনৰ মুম্বাইলৈ স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত লয়।[2]
ডাঙৰ পৰ্দাত সফলতা লাভ কৰাৰ আগতে, প্ৰায় দুটা দশক ধৰি ১৯৮৭ চনৰ নিৰ্মলাকে ধৰি ধাৰাবাহিকসমূহত তেওঁ প্ৰথমে টেলিভিছনত নিজৰ নাম উজলাইছিল।[3] চান্দনী বাৰত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ লগতে পৰৱৰ্তী সময়ত দেৱদাসত কৰা অভিনয়ৰ বাবেও বঁটাৰ মনোনীত হৈছিল।[4]
জনপ্ৰিয় ছ'প অপেৰাত বেছিভাগেই নেতিবাচক চৰিত্ৰত অভিনয় কৰিছে।[5] ২০২০ চনত অনন্যাই অল্টবালাজী চিৰিজ বেবাকীত বেনজীৰ আব্দুল্লাৰ চৰিত্ৰত অভিনয় কৰিছে।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Ananya Khare". https://www.tellychakkar.com/celebs/tv/ananya-khare.
- ↑ "'Not many know that I was a teacher in LA for the last 10 years'". https://timesofindia.indiatimes.com/tv/news/hindi/Not-many-know-that-I-was-a-teacher-in-LA-for-the-last-10-years/articleshow/32197313.cms.
- ↑ "Ananya Khare Reveals Jaya Bachchan Is The Reason She Moved To Mumbai & Got Into Acting". https://www.filmibeat.com/television/news/2021/ananya-khare-reveals-jaya-bachchan-is-the-reason-she-moved-to-mumbai-got-into-acting-312584.html.
- ↑ "Today, TV is a brave, new world: Ananya Khare". https://www.hindustantimes.com/lucknow/today-tv-is-a-brave-new-world-ananya-khare/story-psAJPVfRXCmhZob49R0ZbI.html.
- ↑ "After 'Devdas' most roles offered were negative: Ananya Khare". The Indian Express. 9 June 2015. https://indianexpress.com/article/entertainment/bollywood/after-devdas-most-roles-offered-were-negative-ananya-khare/.
- ↑ "Ananya Khare joins the cast of ALTBalaji’s Bebaakee". https://www.iwmbuzz.com/digital/news-digital/ananya-khare-joins-the-cast-of-altbalajis-bebaakee/2020/06/22.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Ananya Khare সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
![]() |
ৱিকিমিডিয়া কমন্সত অনন্যা খাৰে সম্পৰ্কীয় মিডিয়া ফাইল আছে। |