সমললৈ যাওক

অন্তৰ্জলী যাত্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অন্তৰ্জলী যাত্ৰা
পৰিচালক গৌতম ঘোষ
ৰচনা কমল কুমাৰ মজুমদাৰ (কাহিনী)
প্ৰযোজক এন এফ ডি চি
অভিনয়ত শত্ৰুঘন সিনহা
বসন্ত চৌধুৰী
প্ৰমোদে গাংগুলী
ৰবি ঘোষ
শম্পা ঘোষ
সংগীত পৰিচালক গৌতম ঘোষ
মুক্তি
১৯৮৭ (1987)
দেশ ভাৰত
ভাষা বাংলা

অন্তৰ্জলী যাত্ৰা (ইংৰাজী: Antarjali Jatra)) ১৯৮৭ চনত মুক্তি পোৱা কলকাতাভিত্তিক গৌতম ঘোষ পৰিচালিত ভাৰতীয় বোলছবি। কমল কুমাৰ মজুমদাৰৰ মহাযাত্ৰা নামৰ উপন্যাস এখনৰ আধাৰত এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল।[1] ঊনবিংশ শতিকাৰ বংগৰ অভিজাত ব্ৰাহ্মণসকলৰ বহুবিবাহ প্ৰথাৰ দলিলস্বৰূপ এই বোলছবিখন। এই বোলছবিখনে ১৯৮৮ চনত বাংলা ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ১৯৮৮ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত ইয়াক সুনিশ্চিত সম্মান শিতানত প্ৰদৰ্শিত কৰা হৈছিল।[2][3]

অভিনয়ত

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Gulzar (2003). Encyclopaedia of Hindi cinema. Popular Prakashan. ISBN 81-7991-066-0. https://books.google.com/books?id=8y8vN9A14nkC&q=Sahib+Bibi+Aur+Golam+Bimal+Mitra+%28novel%29&pg=PT361. 
  2. "Festival de Cannes: Antarjali Jatra". 2009-07-28. http://www.festival-cannes.com/en/archives/ficheFilm/id/353/year/1988.html. 
  3. https://www.arthousecinema.in/2014/06/antarjali-jatra-1987/