সমললৈ যাওক

অন্নমায়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অন্নমায়া

পোষ্টাৰ
পৰিচালক কে ৰাঘবেন্দ্ৰ ৰাও
প্ৰযোজক ভি দোৰাস্বামী ৰাজু
অভিনয়ত নাগাৰ্জুন আক্কিনেনী
মোহন বাবু
সুমন
ৰাম্যা কৃষ্ণ
ৰোজা
সম্পাদনা এ. শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক এম এম কিৰৱানী
মুক্তি
২২ মে' ১৯৯৭ (1997-05-22)
দৈৰ্ঘ্য
১৪৭ মিনিট
দেশ ভাৰত
ভাষা তেলেগু

অন্নমায়া (ইংৰাজী: Annamayya) ১৯৯৭ চনৰ তেলেগু ভাষাৰ এখন হাজিঅ'গ্ৰাফিক ছবি, যাৰ পৰিচালনা কৰিছে কে ৰাঘবেন্দ্ৰ ৰাৱে আৰু ভি এম চি প্ৰডাকচনৰ বেনাৰত প্ৰযোজনা কৰিছে ভি ডোৰাস্বামী ৰাজুৱে। এই ছবিখনত পঞ্চদশ শতিকাৰ সংগীতকাৰ অন্নমাচাৰ্যৰ জীৱন কাহিনী বৰ্ণিত হৈছে, যিটো চৰিত্ৰত নাগাৰ্জুন অক্কিনেনীয়ে অভিনয় কৰিছে। অন্যান্য প্ৰধান ভূমিতাত আছে মোহন বাবু, সুমন, ৰামকৃষ্ণ, ভানুপ্ৰিয়া, ৰোজা, আৰু কস্তুৰী। ছবিখনৰ গীতৰ সংগীত আৰু আৱহসংগীত এম এম কিৰৱানীয়ে কৰিছে। মুক্তিৰ লগে লগে ছবিখনে ইতিবাচক সমালোচনা পায় আৰু আঠটা নন্দী বঁটা, তিনিটা ফিল্মফেয়াৰ বঁটা আৰু দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[1][2][3] ২৯তম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) ভাৰতীয় পেনোৰামা মুখ্যধাৰাত ছবিখন প্ৰদৰ্শিত হৈছিল।[4]

৪৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • শ্ৰেষ্ঠ সংগীত পৰিচালক- এম এম কিৰৱানী
  • বিশেষ উল্লেখ (অভিনেতা)- নাগাৰ্জুন
ফিল্মফেয়াৰ বঁটা
  • শ্ৰেষ্ঠ ছবি
  • শ্ৰেষ্ঠ পৰিচালক
  • শ্ৰেষ্ঠ অভিনেতা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]