অপকৰ্ষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

অপকৰ্ষ উৎকৰ্ষৰ বিপৰীত অৰ্থসূচক। অৰ্থাৎ গুণৰ উৎকৰ্ষ যি হ্ৰাস কৰে তাকে অপকৰ্ষ বোলা হয়। অন্য কথাত ৰসাস্বাদৰ, কাব্যৰ আত্মা, সৌন্দৰ্য, চমৎকাৰিত্ব ইত্যাদিৰ উপলব্ধিত যি বিলম্ব ঘটাব সেয়ে অপকৰ্ষ। ৰসাভাস, ভাবাভাস, অনুচিত প্ৰয়োগ আদি অপকৰ্ষ বুলি বিবেচিত।