অভয়দত্ত শ্ৰী
অৱয়ব
অভয়দত্ত শ্ৰী (অভয়াদত্তশ্ৰী বা অভয়াদন বুলিও জনা যায়) দ্বাদশ শতিকাৰ এজন ভাৰতীয় বৌদ্ধ সন্ন্যাসী আছিল, যাক তান্ত্ৰিক গুৰু মহাসিদ্ধসকলৰ পটভূমিৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা চতুৰাশিতিসিদ্ধপ্ৰৱৰ্তি (চৌৰাশী মহাসিদ্ধৰ জীৱন) ৰচনা কৰাৰ বাবে উল্লেখযোগ্যভৱে জনা যায়। পিছলৈ তেওঁৰ ৰচনা তিব্বতী ভাষালৈ অনুবাদ কৰা হয়।[1][2] মহাসিদ্ধসকলৰ জীৱনৰ ওপৰত তেওঁৰ কাহিনীয়ে তেওঁলোকৰ উপলব্ধি সাধনৰ অতি অগতানুগতিক পথ দেখুৱাবলৈ প্ৰভাৱশালী আছিল।[2]
তেওঁ ভাৰতৰ বিহাৰৰ আধুনিক চম্পাৰাণ জিলাৰ সৈতে চিনাক্ত হোৱা কেম্পাৰাৰ বাসিন্দা আছিল।[3] তেওঁ বজ্ৰাসনৰ শিষ্যও আছিল যি একাদশ শতিকাৰ শেষৰ মহান সিদ্ধসকলৰ ভিতৰত অন্যতম আছিল।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Lopez, Donald; Buswell, Robert (2013). The Princeton Dictionary of Buddhism. Princeton University Press. পৃষ্ঠা. 2. ISBN 9780691157863.
- 1 2 Miranda Shaw (1994). Passionate Enlightenment: Women in Tantric Buddhism. Princeton University Press. পৃষ্ঠা. 77–. ISBN 0-691-01090-0. https://books.google.com/books?id=dahS9CHLfXoC&pg=PA77.
- ↑ Keith Dowman (31 March 2010). Masters of Mahamudra: Songs and Histories of the Eighty-Four Buddhist Siddhas. SUNY Press. ISBN 978-1-4384-0148-5. https://books.google.com/books?id=1_cGIppWCeYC.
- ↑ Donald S. Lopez, Jr. (28 May 2019). Seeing the Sacred in Samsara: An Illustrated Guide to the Eighty-Four Mahasiddhas. Shambhala. ISBN 978-0-8348-4212-0. https://books.google.com/books?id=emWMDwAAQBAJ.