অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি
অৱয়ব
| Former cসমষ্টি নং- ৩৫ অসম বিধানসভা সমষ্টি | |
| ৰাষ্ট্ৰ | ভাৰত |
| ৰাজ্য | অসম |
| জিলা | বঙাইগাঁও |
| লোকসভা সমষ্টি | বৰপেটা |
| প্ৰতিস্থা | ১৯৭৮ |
| Abolished | ২০২৩ |
| সংৰক্ষণ | SC |
অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত এটা আছিল।[1][2]
অভয়াপুৰী দক্ষিণ (সমষ্টি নম্বৰ ৩৫) বঙাইগাঁও জিলাত অৱস্থিত ৩টা বিধানসভা সমষ্টিৰ ভিতৰত এটা আছিল।[3] এই সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আছিল।
এই সমষ্টিটো ২০২৩ চনত বিলুপ্ত কৰা হয়।[4]
অভয়াপুৰী দক্ষিণ সমষ্টিটো বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল[5]। এই লোকসভা সমষ্টিৰ অন্তৰ্গত আন বিধানসভা সমষ্টিসমূহ হ’ল— এই জিলাত বঙাইগাঁও আৰু অভয়াপুৰী উত্তৰ, বৰপেটা জিলাত পাটাছাৰকুচি, বৰপেটা, জানিয়া, বাঘবৰ, চৰুখেত্ৰী আৰু চেঙা আৰু নলবাৰী জিলাত ধৰ্মপুৰ।
নগৰ/অঞ্চলৰ বিৱৰণ
[সম্পাদনা কৰক]তলত অভয়াপুৰী দক্ষিণ সমষ্টিৰ কিছুমান বিৱৰণ দিয়া হ’ল:[5]
- দেশ: ভাৰত
- ৰাজ্য: অসম
- জিলা: বঙাইগাঁও
- লোকসভা সমষ্টি: বৰপেটা
- বিধানসভা শ্ৰেণীবিভাগ: গ্ৰাম্য
- সাক্ষৰতা হাৰ: ৬৯.৭৪%
- ২০২১ চনৰ সাধাৰণ নিৰ্বাচন অনুসৰি যোগ্য ভোটাৰ: ২,০৬,৮৪৩
- পুৰুষ ভোটাৰ: ৯১,২১১
- মহিলা ভোটাৰ: ৮৩,৬৫২
- ভৌগোলিক স্থানাংক: ২৬°১৭′৩৬.২″ উত্তৰ, ৯০°৩৪′৩৬.১″ পূৰ্ব
- মুঠ এলেকা: ৪৩৫ বৰ্গ কিলোমিটাৰ
- অন্তৰ্ভুক্ত অঞ্চল: অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ গোলপাৰা উপ-বিভাগৰ অন্তৰ্গত অভয়াপুৰী থানা (সংযোজনীৰ দফা (১৫)ত উল্লিখিত গাঁওসমূহ বাদ দি)
- আন্তঃৰাজ্য সীমা: বঙাইগাঁও
- ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা:
- ২০১১: ২০৬
- ২০১৬: ২৪০
- ২০২১: ৩৫
বিধানসভাৰ সদস্যসকল
[সম্পাদনা কৰক]- ১৯৭৮: ৰবীন্দ্ৰ নাথ চৌধুৰী, জনতা পাৰ্টি
- ১৯৮৫: ৰত্নেশ্বৰ সৰকাৰ, স্বতন্ত্ৰ
- ১৯৯১: চন্দন কুমাৰ সৰকাৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ১৯৯৬: ৰবীন বণীক্য, অসম গণ পৰিষদ
- ২০০১: চন্দন কুমাৰ সৰকাৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০৬: ৰবীন বণীক্য, অসম গণ পৰিষদ
- ২০১১: চন্দন কুমাৰ সৰকাৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ[5]
- ২০১৬: অনন্ত কুমাৰ মালো, অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট[5][6]
| বছৰ | সদস্য | দল | |
|---|---|---|---|
| ২০২১ | প্ৰদীপ সৰকাৰ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
নিৰ্বাচনী ফলাফল
[সম্পাদনা কৰক]২০১৬
[সম্পাদনা কৰক]| AIUDF | অনন্ত কুমাৰ মালো | 51,525 | 32.50 | {{{change}}} | |
| আইএনচি | চন্দন কুমাৰ সৰকাৰ | 51,334 | 32.38 | ||
| AGP | ৰবীন বণীক্য | 50,957 | 32.14 |
২০১১
[সম্পাদনা কৰক]| আইএনচি | চন্দন কুমাৰ সৰকাৰ | 51,510 | 42.24 | ||
| AIUDF | বিজয় দাস | 35,621 | 29.21 |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "List of Assembly constituencies showing their Parliamentary constituences wise break-up". www.ceoassam.nic.in. http://www.ceoassam.nic.in/information/pdf/2_PC%20wise%20LAC%20breakup.pdf। আহৰণ কৰা হৈছে: 13 November 2021.
- ↑ "Map of Assam showing District-wise assembly and Parliamentary constituencies". www.ceoassam.nic.in. http://www.ceoassam.nic.in/information/pdf/3_Assembly_HPC_wise_MapA1.pdf। আহৰণ কৰা হৈছে: 13 November 2021.
- ↑ "Delimitation of Parliamentary & Assembly Constituencies Order - 2008". ভাৰতৰ নিৰ্বাচন আয়োগ. 26 November 2008. https://old.eci.gov.in/files/file/3931-delimitation-of-parliamentary-assembly-constituencies-order-2008/। আহৰণ কৰা হৈছে: 12 February 2021.
- ↑ https://www.eci.gov.in/Documents/Delimitation/DELIMITATIONASSAM_UPDATED.pdf সাঁচ:Bare URL PDF
- ↑ 5.0 5.1 5.2 5.3 "Abhayapuri South Election Result 2021 Live Updates: Abdul Batin Khandakar of INC Wins". news18.com. 2 May 2021. https://www.news18.com/news/politics/abhayapuri-south-election-result-2021-live-updates-abhayapuri-south-winner-loser-leading-trailing-mla-margin-3697553.html.
- ↑ "Assam Assembly election 2021, Abhayapuri South profile". firstpost.com. 25 February 2021. https://www.firstpost.com/politics/assam-assembly-election-2021-abhayapuri-south-profile-aiudfs-anita-kumar-malo-narrowly-defeated-congress-chandan-kumar-sarkar-in-2016-9235651.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- "Results of all Assam Assembly elections". ভাৰতৰ নিৰ্বাচন আয়োগeci.gov.in. https://old.eci.gov.in/files/category/67-assam/। আহৰণ কৰা হৈছে: 15 March 2022.