অভিনয়া (অভিনেত্ৰী)
অৱয়ব
অভিনয়া | |
---|---|
![]() ২০২৫ চনত অভিনয়া | |
জন্ম | অভিনয়া আনন্দ চেন্নাই, তামিলনাডু, ভাৰত |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০০৮–বৰ্তমান |
অভিনয়া এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল, তেলুগু, কন্নড় আৰু মালয়ালম চলচ্চিত্ৰত অভিনয় কৰে।[1] তাই শ্ৰৱণ আৰু বাক দুয়োটা দিশতে বিশেষভাৱে সক্ষম।[2][3] তেওঁ নাডোডিগাল (২০০৯) চলচ্চিত্ৰৰ যোগেদি অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল আৰু তাৰ পিছত বহুতো তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Abhinaya সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত অভিনয়া
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Eesan Abhinaya gets more offers". Southdreamz. 16 July 2009. Archived from the original on 21 August 2011. https://web.archive.org/web/20110821080557/http://www.southdreamz.com/2009/07/nadodigal-abhinaya-gets-more-offers.html। আহৰণ কৰা হৈছে: 10 February 2010.
- ↑ "'Nadodigal' Abhinaya does the talking through lap-top". Chennaionline. Archived from the original on 23 January 2010. https://web.archive.org/web/20100123033041/http://www.chennaionline.com/film/startrack/Sep09/43Nadodigal-Abhinaya-does-the-talking-through-lap-top.aspx। আহৰণ কৰা হৈছে: 10 February 2010.
- ↑ . প্ৰকাশক Chennai, India. 28 January 2010. Archived from the original on 19 October 2010. https://web.archive.org/web/20101019130646/http://www.hindu.com/mp/2010/01/28/stories/2010012851470100.htm.