অমিতা শৰ্মা
| ২০০৯ চনত অমিতা শৰ্মা | ||||||||||||||||
| ব্যক্তিগত তথ্য | ||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| সম্পূৰ্ণ নাম | অমিতা শৰ্মা | |||||||||||||||
| জন্ম | ১২ ছেপ্টেম্বৰ, ১৯৮২ (৪৩ বছৰ) দিল্লী, ভাৰত | |||||||||||||||
| বেটিং শৈলী | সোঁহতীয়া | |||||||||||||||
| বলিং শৈলী | সোঁহতীয়া মধ্যম বেগী | |||||||||||||||
| ভূমিকা | ব’লাৰ | |||||||||||||||
| আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||||||||||||||
| টেষ্ট অভিষেক (কেপ ৬৩) | ২৭ নৱেম্বৰ ২০০৩ বনাম নিউজিলেণ্ড | |||||||||||||||
| অন্তিম টেষ্ট | ২৯ আগষ্ট ২০০৬ বনাম ইংলেণ্ড | |||||||||||||||
| অ'ডিআই অভিষেক (কেপ ৬৮) | ২৪ জুলাই ২০০২ বনাম আয়াৰলেণ্ড | |||||||||||||||
| অন্তিম অ'ডিআই | ২৩ জানুৱাৰী ২০১৪ v শ্ৰী লংকা | |||||||||||||||
| আন্তৰ্জাতিক টি২০ অভিষেক (কেপ 10) | 5 August 2006 v England | |||||||||||||||
| অন্তিম আন্তৰ্জাতিক টি২০ | 28 January 2014 বনাম Sri Lanka | |||||||||||||||
| ঘৰুৱা দলৰ তথ্য | ||||||||||||||||
| বছৰ | দল | |||||||||||||||
| 2004/05–2012/13 | ৰে’লৱে | |||||||||||||||
| 2013/14 | অসম | |||||||||||||||
| 2014/15 | দিল্লী | |||||||||||||||
| কেৰিয়াৰ পৰিসংখ্যা | ||||||||||||||||
| প্ৰতিযোগিতা | WTest | WODI | WT20I | WLA | ||||||||||||
| মুঠ খেল | 5 | 116 | 41 | 230 | ||||||||||||
| ৰাণ | 82 | 926 | 383 | 1,814 | ||||||||||||
| বেটিং গড় | 13.66 | 16.83 | 14.73 | 16.79 | ||||||||||||
| শতক/অৰ্ধশতক | 0/1 | 0/1 | 0/1 | 0/6 | ||||||||||||
| সৰ্বোচ্চ ৰাণ | 50 | 51* | 55* | 70 | ||||||||||||
| বল | 748 | 4,552 | 565 | 9,243 | ||||||||||||
| উইকেট | 5 | 87 | 16 | 201 | ||||||||||||
| বলিং গড় | 50.40 | 32.52 | 35.25 | 24.76 | ||||||||||||
| এক ইনিংছত ৫টা উইকেট | 0 | 0 | 0 | 0 | ||||||||||||
| এখন খেলত ১০টা উইকেট | 0 | 0 | 0 | 0 | ||||||||||||
| শ্ৰেষ্ঠ বলিং | 2/19 | 4/16 | 2/11 | 4/11 | ||||||||||||
| কেচ্চ/ষ্টাম্পিং | 0/– | 35/– | 8/– | 74/– | ||||||||||||
পদক অভিলেখ
| ||||||||||||||||
| উৎস: https://cricketarchive.com/Archive/Players/45/45240/45240.html CricketArchive, 24 August 2022 | ||||||||||||||||
অমিতা শৰ্মা (ইংৰাজী: Amita Sharma) এগৰাকী ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ আৰু ভাৰতৰ মহিলা ক্ৰিকেট দলৰ বাছনি পেনেলৰ বৰ্তমানৰ অধ্যক্ষ।[1] মূলতঃ সোঁহতীয়া মধ্যম বেগী বলাৰ হিচাপে খেলিছিল। ২০০২ চনৰপৰা ২০১৪ চনলৈকে ভাৰতৰ হৈ ৫খন টেষ্ট মেচ, ১১৬খন ৱান ডে ইণ্টাৰনেশ্যনেল আৰু ৪১খন টি-২০ ইণ্টাৰনেশ্যনেলত অংশগ্ৰহণ কৰিছিল। ঘৰুৱা ক্ৰিকেটত তেওঁ ৰেলৱে, অসম আৰু দিল্লীৰ হৈ খেলিছিল।.[2][3]
শৰ্মাই প্ৰথমবাৰৰ বাবে ২০০২ চনত ভাৰতৰ হৈ খেলিছিল আৰু অতি সোনকালেই দলটোৰ এক অন্যতম সদস্য হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। ২০০৫ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা বিশ্বকাপত ১৪টা উইকেট দখল কৰি নিজৰ দলটোক ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰে।[4]
২০১২ চনত ইংলেণ্ডৰ বিৰুদ্ধে WODI ত শৰ্মা আৰু গৌহেৰ চুলতানাই দশম উইকেটৰ বাবে ৫৮ ৰান সংগ্ৰহ কৰে, যিটো সেই সময়ত WODI ইতিহাসৰ সৰ্বাধিক দশম উইকেটৰ অংশীদাৰিত্ব আছিল।[5][6]
২০২৫ চনৰ ছেপ্টেম্বৰ মাহত শৰ্মাক ভাৰতৰ মহিলা ক্ৰিকেট দলৰ বাছনি পেনেলৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ ""Amita Sharma appointed chairperson of Indian women’s cricket team selection committee"". sportstar. https://sportstar.thehindu.com/cricket/womens-cricket/amita-sharma-appointed-india-women-cricket-selection-committee-chairperson-neetu-david-bcci-agm-news/article70104866.ece.
- ↑ "Player Profile: Amita Sharma". ESPNcricinfo. https://www.espncricinfo.com/player/amita-sharma-54172। আহৰণ কৰা হৈছে: 24 August 2022.
- ↑ "Player Profile: Amita Sharma". CricketArchive. https://cricketarchive.com/Archive/Players/45/45240/45240.html। আহৰণ কৰা হৈছে: 24 August 2022.
- ↑ "Most wickets". ESPNcricinfo. http://stats.espncricinfo.com/ci/engine/records/bowling/most_wickets_career.html?id=1012;type=tournament। আহৰণ কৰা হৈছে: 25 January 2012.
- ↑ "2nd ODI: England Women v India Women at Taunton, Jul 4, 2012. Cricket Scorecard". ESPNcricinfo. http://www.espncricinfo.com/ci/engine/match/542853.html.
- ↑ "Records. Women's One-Day Internationals. Partnership records. Highest partnership for the tenth wicket". ESPNcricinfo. http://stats.espncricinfo.com/ci/content/records/283518.html.
- ↑ ""Amita Sharma appointed chairperson of Indian women’s cricket team selection committee"". sportstar. https://sportstar.thehindu.com/cricket/womens-cricket/amita-sharma-appointed-india-women-cricket-selection-committee-chairperson-neetu-david-bcci-agm-news/article70104866.ece। আহৰণ কৰা হৈছে: 28 September 2025.