এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে।
অমূলক ভীতি বা ফ’বিয়া বা অস্বাভাৱিক ভয়ক যিকোনো বস্তু বা ঠাইৰ প্ৰতি থকা স্থায়ী/দীৰ্ঘদিনীয়া ভয় বুলি বৰ্ণনা কৰা হয়। যাৰ ফলত ভুক্তভোগীয়ে ইয়াক সঁচা হ’ব বুলি ভাবি বহুদিন ইয়াৰপৰা আঁতৰি থাকে বা মানসিক চাপত থাকে আৰু চিন্তাৰ বিষয় এয়া যে, কেতিয়াবা সেয়া মাৰাত্মক হৈ উঠে। ভয় হৈছে মনৰ অৱচেতন স্তৰৰ এক বিশেষ মানসিক অৱস্থা, যাৰ নিৰ্দিষ্ট সীমা থাকে কিন্তু যেতিয়া ভয়ে সেই নিৰ্দিষ্ট সীমা অতিক্ৰম কৰে তেতিয়া ইয়াক ফ’বিয়া/ভীতিৰোগ/ভয় বেমাৰ বুলি কোৱা হয়। আমাৰ অতি চিনাকি কিছুমান ভয় হ’ল আন্ধাৰৰ প্ৰতি ভয়, কিছুমান বিশেষ জীৱ-জন্তুৰ প্ৰতি ভয় (পঁইতাচোৰ, সাপ, কেঁচু ইত্যাদি), অলৌকিকতাৰ প্ৰতি ভয়, কিছুমান ঠাইৰ প্ৰতি ভয় ইত্যাদি।
তলত বিভিন্ন ধৰণৰ ফ’বিয়াৰ তালিকা দিয়া হ’ল। বিভিন্ন ৱেবছাইটত বহুতো ফ’বিয়াৰ কথা উল্লেখ কৰা হৈছে। কিছুমান মনস্তাত্ত্বিক ছাইট আছে যিবোৰত অমূলক ভীতিসমূহক শ্ৰেণী অনুসৰি সংগঠিত কৰা হৈছে, কিছুমানত প্ৰত্যেককে বিশদভাৱে বৰ্ণনা কৰা হৈছে। ইয়াত সেইবোৰৰ বিতং বৰ্ণনা নকৰি মাত্ৰ নাম তালিকা দিয়া হ'ল -
↑Frost, Robert (1923). "New Hampshire [poem"]. New Hampshire. Standard Ebooks. পৃষ্ঠা. 14. https://books.google.com/books?id=BhsZEAAAQBAJ&pg=PT14. "But his heart failing him, he dropped the axe And ran for shelter quoting Matthew Arnold: '... Remember Birnam Wood! The wood's in flux!' He had a special terror of the flux That showed itself in dendrophobia."
↑Schwab, Gabriele (Winter 2021). "Trees, Fungi, and Humans: A Transspecies Story". CR: The New Centennial Review (Michigan State University Press) খণ্ড 21 (3): 245–267. https://muse.jhu.edu/article/856154. "Years ago, I had a terrifying nightmare. I was back in Konstanz, my German hometown, walking in a beautiful forest adjacent to the lake. Suddenly, the giant trees surrounding me ripped their roots out of the earth and began to run after me, chasing me all the way out of the forest. I ran and ran, fearing for my life. Later I learned that my dream had its roots in an ancient phobia of trees called dendrophobia, a primordial terror linked to a sense that trees are more alive than we think. For those suffering from dendrophobia, trees have a paradoxical mobility that enables them to use their roots to grab humans or even kill them by willfully dropping their branches on them. Dendrophobia, an officially recognized mental illness that may in extreme cases lead to institutionalization, is linked to trees being recognized not simply as living beings but rather as hostile ones, intent on inflicting harm on humans or even killing them.".
↑"phobo-, phob-, -phobia, -phobias, -phobe, -phobiac, -phobist, -phobic, -phobism, -phobous". Phobo-, phob-, -phobia, -phobias, -phobe, -phobiac, -phobist, -phobic, -phobism, -phobous – Word Information. English-Word Information (wordinfo.info) (in ইংৰাজী). Archived from the original on 31 May 2023. Retrieved 25 February 2023. phyllophobia… An excessive fear of leaves: Each time Virginia saw the excessive amount of leafage on the ground in the fall, she had phyllophobia because it was the time of year to do the raking which took many days to complete!
↑"From lipophilia to lipophobia. Changing attitudes and behaviors towards fat: a socio-historical approach". Dietary fats determinants of preference, selection, and consumption. প্ৰকাশক London, New York: Elsevier Applied Science. 1992. পৃষ্ঠা. 103–115.
↑"Consumers' Experience of Lipophobia: A Swedish Study". Advances in Consume Research খণ্ড 30: 161. 2003.