অমৃত তিৱাৰী
অমৃত কৌৰ তিৱাৰী | |
---|---|
জন্ম | ০৫ ছেপ্টেম্বৰ, ১৯৩৮ চণ্ডীগড়, ভাৰত |
মৃত্যু | ১৩ জানুৱাৰী, ২০১৮ (৭৯ বছৰ) চণ্ডীগড়, ভাৰত |
অন্য নাম | অমৃত কৌৰ তিৱাৰী |
পেচা | শিশুৰ দন্ত চিকিৎসক |
জনা যায় | দন্ত চিকিৎসা দন্ত চিকিৎসাৰ শিক্ষাবিদ |
দাম্পত্যসঙ্গী | ভি এন তিৱাৰী |
পিতৃ-মাতৃ | চৰ্দাৰ তিৰথ সিং |
সন্তান | মণিষ তেৱাৰী আৰু কন্যা |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী পিয়েৰ ফচাৰ্ড একাডেমী মেধাৰ প্ৰমাণপত্ৰ |
অমৃত কৌৰ তিৱাৰী (ইংৰাজী: Amrit Tewari; ৫ ছেপ্টেম্বৰ, ১৯৩৮ – ১৩ জানুৱাৰী, ২০১৮) এজন ভাৰতীয় দন্ত চিকিৎসক আৰু চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (পিজিআইএমইআৰ)ৰ প্ৰাক্তন ডীন আছিল।[1][2] তেওঁ পিজিআইৰ মৌখিক স্বাস্থ্য বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[3] তেখেতৰ কন্যা আছিল চৰ্দাৰ তিৰথ সিং গুৰুম পূৰ্বৰ পেপছু-ৰ মন্ত্ৰী আছিল ৷[4][3]
তেওঁ ইণ্ডিয়ান ছ'চাইটি অৱ পেড'ডন্টিকছ এণ্ড প্ৰিভেন্টিভ ডেন্টিষ্ট্ৰি (আইএচপিপিডি)ৰ আজীৱন সদস্য হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ব্যক্তি আৰু ইণ্ডিয়ান ডেন্টাল এছ'চিয়েচন আৰু নেচনেল একাডেমী অৱ মেডিকেল ছায়েন্সৰ ফেলো।[5][6][7] তেওঁ চণ্ডীগড় পৌৰ নিগমৰ প্ৰাক্তন সদস্য আছিল। [8][9]
পিজিআইএমইআৰৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁক প্ৰতিষ্ঠানখনৰ অধ্যাপিকা এমেৰিটাছ নিযুক্তি দিয়া হয়।[10] তেওঁ পিয়েৰ ৰিভিউড আলোচনীসমূহত কেইবাটাও চিকিৎসা বিষয়ক গৱেষণা-পত্ৰ লিখিছিল আৰু ফ্ল'ৰাইডছ এণ্ড ডেণ্টেল কেৰিজঃ এ কম্পেণ্ডিয়াম নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিছিল৷ ভাৰত চৰকাৰে ১৯৯২ চনত তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল।[11][12][13][14] পিয়ৰে ফাউচাৰ্ড একাডেমীৰ প্ৰমাণপত্ৰ প্ৰাপ্ত তিৱাৰীয়ে পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ এগৰাকী লেখক আৰু পাঞ্জাৱী ভাষাৰ অধ্যাপক ভি. এন. তিৱাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল; তেওঁলোকৰ এজন পুত্ৰ আছে, তেওঁৰ নাম মনীষ তিৱাৰী, মনীষ তিৱাৰী এজন ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ ৷[15] ভি এন তিৱাৰী পঞ্জাৱ বিদ্ৰোহৰ বলি হৈছিল, ১৯৮৪ চনত উগ্ৰপন্থীয়ে তেওঁক গুলীয়াই হত্যা কৰিছিল।[16]
পৰিয়াল
[সম্পাদনা কৰক]অমৃত কৌৰ তেৱাৰীৰ পিতৃ চৰ্দাৰ তিৰথ সিং পূৰ্বৰ পেপছুৰ মন্ত্ৰী আছিল। তেওঁৰ ভাতৃ বৰজিন্দৰ শ্বিংহ চেণ্ট্ৰেল ব’ৰ্ড অৱ ডাইৰেক্ট টেক্সৰ অধ্যক্ষ আছিল আৰু ভগ্নী সুৰিন্দৰ কৌৰে আই আৰ এছৰ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ স্বামী ভি এন তিৱাৰী পঞ্জাৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল। তেওঁৰ পুত্ৰ মনীষ তিৱাৰী আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু কন্যা পুনীত তিৱাৰীয়ে আমেৰিকাত বসতি কৰিছে।[17]
মৃত্যু
[সম্পাদনা কৰক]দীৰ্ঘদিনীয়া অসুস্থতাৰ ফলত ২০১৮ চনৰ ১৫ জানুৱাৰীত অমৃত কৌৰ তিৱাৰীৰ মৃত্যু হয়।[18]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Support Manish Tewari". Jassikangura. 15 April 2009. http://www.jassikhangura.com/press-releases-english/196-jassi-khangura-mla-requests-your-support-for-mr-manish-tewari-15042009। আহৰণ কৰা হৈছে: 15 October 2015.
- ↑ "PGI starts dental treatment for young children". 6 February 2014. http://www.hindustantimes.com/chandigarh/pgi-starts-dental-treatment-for-young-children/story-2KfFhml5okI9yR3dYLtsAJ.html। আহৰণ কৰা হৈছে: 15 October 2015.
- ↑ 3.0 3.1 Service, Tribune News. "Prof Amrit Tewari, former PGI Dean, passes away at 80" (en ভাষাত). Tribuneindia News Service. https://www.tribuneindia.com/news/archive/prof-amrit-tewari-former-pgi-dean-passes-away-at-80-528752। আহৰণ কৰা হৈছে: 2020-04-02.
- ↑ "obituary". www.isppd.org.in. http://www.isppd.org.in/obituary.aspx। আহৰণ কৰা হৈছে: 2020-04-02.
- ↑ "Life member of ISPPD". Indian Society of Pedodontics and Preventive Dentistry. 2015. Archived from the original on 5 March 2016. https://web.archive.org/web/20160305092347/http://www.isppd.org/images/248/Life%20Members_Website.pdf। আহৰণ কৰা হৈছে: 15 October 2015.
- ↑ "Fellow of Indian Dental Association". Indian Dental Association. 2015. Archived from the original on 5 March 2016. https://web.archive.org/web/20160305030235/http://www.dentalindia.com/finA.html। আহৰণ কৰা হৈছে: 15 October 2015.
- ↑ "List of Fellows - NAMS". National Academy of Medical Sciences. 2016. http://www.nams-india.in/downloads/fellowsmembers/ZZ.pdf। আহৰণ কৰা হৈছে: 19 March 2016.
- ↑ "Congress leaders' kin in house". Times of India. 22 December 2011. http://timesofindia.indiatimes.com/city/chandigarh/Congress-leadersamp39-kin-in-house/articleshow/11198463.cms?। আহৰণ কৰা হৈছে: 15 October 2015.
- ↑ "MINUTES OF THE 211 th MEETING". Chandigarh Municipal Corporation. Archived from the original on 3 August 2016. https://web.archive.org/web/20160803070432/http://mcchandigarh.nic.in/Meetings/General%20House/Minutes/211th_MG.pdf। আহৰণ কৰা হৈছে: 15 October 2015.
- ↑ "List of Emeritus Professors of the Institute". Post Graduate Institute of Medical Education and Research. 2015. http://pgimer.edu.in/PGIMER_PORTAL/PGIMERPORTAL/GlobalPages/JSP/Page_Data.jsp?dep_id=526। আহৰণ কৰা হৈছে: 15 October 2015.
- ↑ WorldCat identity. WorldCat. http://www.worldcat.org/search?q=au%3ATewari%2C+Amrit.&qt=hot_author.
- ↑ Lotika Wadhwa; Ashok Utreja; Amrit Tewari (January 1993). "A study of clinical signs and symptoms of temporomandibular dysfunction in subjects with normal occlusion, untreated, and treated malocclusions". American Journal of Orthodontics and Dentofacial Orthopedics খণ্ড 103 (1): 54–61. doi:10.1016/0889-5406(93)70105-W. PMID 8422032. http://www.ajodo.org/article/0889-5406(93)70105-W/abstract.
- ↑ Ved Prakash Jalili, ed (1986). Fluorides and dental caries : a compendium. Amrit Tewari (Principal contributor). Indian Dental Association. পৃষ্ঠা. 114. OCLC 19399893. https://www.worldcat.org/oclc/19399893.
- ↑ "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015.
- ↑ "Pierre Fauchard Academy Certificate of Merit". Pierre Fauchard Academy. 2015. http://www.pfaindia.org/AWARD.htm। আহৰণ কৰা হৈছে: 15 October 2015.
- ↑ "MANISH TEWARI- Biography". NRI Internet. 2015. http://www.nriinternet.com/NRIcongressparty/Indian_Leaders/A_Z/T/Manish_Tewari/BIO/index.htm। আহৰণ কৰা হৈছে: 15 October 2015.
- ↑ Service, Tribune News. "Prof Amrit Tewari, former PGI Dean, passes away at 80" (en ভাষাত). Tribuneindia News Service. https://www.tribuneindia.com/news/archive/chandigarh/prof-amrit-tewari-former-pgi-dean-passes-away-at-80-528752। আহৰণ কৰা হৈছে: 2021-11-27.
- ↑ "Congress leader Manish Tewari's mother no more" (en ভাষাত). The Indian Express. 2018-01-15. https://indianexpress.com/article/india/congress-leader-manish-tewaris-mother-no-more-5024841/। আহৰণ কৰা হৈছে: 2021-11-27.