সমললৈ যাওক

অমোল গুপ্তে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অমোল গুপ্তে
জন্ম ১৯৬২ (বয়স ৬৩–৬৪)
মুম্বাই ,ভাৰত
পেচা চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, অভিনেতা , গায়ক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সন্তান পাৰ্থ গুপ্তে

অমোল গুপ্তে (জন্ম ১৯৬২)এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ, অভিনেতা, গায়ক আৰু পৰিচালক।২০০৭ চনত মুক্তিলাভ কৰা তাৰে জমিন পৰ (Like Stars on Earth) ছবিখনৰ বাবে অমোল গুপ্তে সৃষ্টিশীল পৰিচালক আৰু চিত্ৰনাট্যকাৰ হিচাপে খ্যাতি লাভ কৰে।[1][2] এই চলচ্চিত্ৰখন তেওঁৰ পত্নী দীপা ভাটিয়াৰ সৈতে কল্পনা, গৱেষণা, আৰু সম্পাদনা কৰিছিল। .[3][4] ২০১২ চনৰ পৰা ২০১৫ চনলৈকে তেওঁ ভাৰতীয় শিশু চলচ্চিত্ৰ সমাজৰ অধ্যক্ষ আছিল, আৰু বৰ্তমান কৌতিক আন্তৰ্জাতিক ছাত্ৰ চলচ্চিত্ৰ মহোৎসৱৰ (Kautik International Student Film Festival) পৰামৰ্শদাতা মণ্ডলীৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[5]

ফিল্মগ্ৰাফী

[সম্পাদনা কৰক]

পৰিচালনা

[সম্পাদনা কৰক]
বছৰ চলচ্চিত্ৰ পৰিচালক লিখক প্ৰযোজক টোকা
২০০৭ পাঙ্গা না লো নহয় হয় নহয়
২০০৭ তাৰে জমিন পৰ নহয় হয় নহয় লগতে সৃষ্টিশীল পৰিচালক।
২০১১ ষ্টেনলি কা ঢাবা হয় হয় হয় [6]
২০১৪ হাৱা হাৱাই হয় হয় হয়
২০১৭ স্নিফ হয় হয় হয়
২০২১ চাইনা হয় হয় নহয়
  • হোলী (১৯৮৪)
  • জো জীতা ৱোহি চিকন্দৰ (১৯৯২)
  • কামিনি (২০০৯)
  • ফাছ গেই ৰে ওবামা (২০১০)[7]
  • ষ্টেনলি কা ঢাবা (২০১১)
  • ভেজা ফ্ৰাই ২ (২০১১)
  • সিংঘম ৰিটাৰ্ণছ (২০১৪)
  • এক তাৰা (২০১৫)
  • স্নিফ (২০১৭)
  • মুম্বাই চেগা[8] (২০২১)

বঁটা-বাহন

[সম্পাদনা কৰক]
বছৰ কৰ্ম বঁটা শ্ৰেণী ফলাফল
২০০৮ তাৰে জমিন পৰ Apsara Film & Television Producers Guild Awards[9] শ্ৰেষ্ঠ কাহিনী বিজয়ী
শ্ৰেষ্ঠ চিত্ৰনাট্য বিজয়ী
Filmfare Awards শ্ৰেষ্ঠ কাহিনী বিজয়ী
Screen Awards শ্ৰেষ্ঠ কাহিনী বিজয়ী
শ্ৰেষ্ঠ সংলাপ বিজয়ী
Zee Cine Awards শ্ৰেষ্ঠ কাহিনী বিজয়ী
V. Shantaram Award শ্ৰেষ্ঠ লিখক[10] বিজয়ী
২০১০ কামিনী Apsara Film & Television Producers Guild Awards নেতিবাচক ভূমিকাত শ্ৰেষ্ঠ অভিনেতা মনোনীত
Filmfare Awards শ্ৰেষ্ঠ সহযোগী অভিনেতা মনোনীত
IIFA Awards শ্ৰেষ্ঠ খলনায়ক মনোনীত
Screen Awards শ্ৰেষ্ঠ খলনায়ক মনোনীত
শ্ৰেষ্ঠ নৱাগত অভিনেতা" মনোনীত
Stardust Awards ব্ৰেকথ্ৰু পাৰফৰ্মেন্স বঁটা – পুৰুষ" মনোনীত
V. Shantaram Awards শ্ৰেষ্ঠ সহযোগী অভিনেতা মনোনীত
  1. "Cinema quiz: Inside Hindi cinema's classrooms". The Hindu. 2 August 2019. https://www.thehindu.com/entertainment/movies/cinema-quiz-inside-hindi-cinemas-classrooms/article28796339.ece. 
  2. "Aamir avoids Amole Gupte, Anusha Rizvi". The Times of India. 16 June 2011. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Aamir-avoids-Amole-Gupte-Anusha-Rizvi/articleshow/8872564.cms. 
  3. "DNA Mumbai Anniversary: Amol Gupte on how Taare Zameen Par changed mindset about education". DNA India. 29 July 2018. https://www.dnaindia.com/education/report-dna-mumbai-anniversary-amol-gupte-on-how-taare-zameen-par-changed-mindset-about-education-2642840. 
  4. Vij, Gauri (3 February 2008). "A leap of faith". The Hindu. Archived from the original on 7 April 2008. https://web.archive.org/web/20080407235243/http://www.hinduonnet.com/thehindu/thscrip/print.pl?file=2008020350030200.htm&date=2008%2F02%2F03%2F&prd=mag&. 
  5. "Festival People – Kautik International Student Film Festival". 15 June 2023. https://kautik18.com/festival-people/. [সংযোগবিহীন উৎস]
  6. "Amole Gupte makes film out of children's workshop". IBN Live. Archived from the original on 5 November 2012. https://web.archive.org/web/20121105014238/http://ibnlive.in.com/news/amole-gupte-makes-film-out-of-childrens-workshop/148995-8-66.html. 
  7. "Phas Gaya Re Obama songs, Phas Gaya Re Obama videos, 2005". Dhunio.com. Archived from the original on 25 April 2012. https://web.archive.org/web/20120425091604/http://dhunio.com/movie/phas-gaya-re-obama/। আহৰণ কৰা হৈছে: 24 February 2012. 
  8. "Sanjay Gupta nervous to shoot for 'Mumbai Saga'". The Times of India. 27 August 2019. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/sanjay-gupta-nervous-to-shoot-for-mumbai-saga/articleshow/70854273.cms। আহৰণ কৰা হৈছে: 27 August 2019. 
  9. "Winners of 4th Apsara Film & Television Producers Guild Awards". bollywoodhungama.com. 5 December 2009. http://www.bollywoodhungama.com/features/2009/12/05/5746/. [সংযোগবিহীন উৎস]
  10. "Winners of the V. Shantaram Awards 2008". The Times of India. Archived from the original on 3 February 2009. https://web.archive.org/web/20090203123548/http://movies.indiatimes.com/articleshow/3901208.cms। আহৰণ কৰা হৈছে: 31 January 2009.