অলকা দাশ
| অলকা দাশ | |
|---|---|
২০১৯ চনত অলকা দাশ | |
| জন্ম | ১৯৪৬ চন |
| ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
| পেচা | সংগীতজ্ঞ |
| সক্ৰিয় হৈ থকা সময় | ১৯৬১–বৰ্তমান |
| আত্মীয়-স্বজন | সুধীন দাশ (খুৰা) |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | জিলা শিল্পকলা পদক[1] ২০১৪ নজৰুল সন্মান ২০১১[2] |
অলকা দাশ (Alaka Das) বাংলাদেশৰ এজন শাস্ত্ৰীয় সংগীতৰ শিল্পী। ১৯৪৬ চনত কুমিল্লাত তেওঁৰ জন্ম হৈছিল। তেওঁ ৰাজ্যিক মালিকানাধীন সংবাদ মাধ্যমত বহুতো অপ্ৰচলিত ৰাগ (শাস্ত্ৰীয় সংগীত) গোৱাৰ বাবে বিখ্যাত।
পৰিয়াল
[সম্পাদনা কৰক]অলকা দাশৰ পিতৃ সুৰেন্দ্ৰ নাৰায়ণ দাশ আছিল এজন শাস্ত্ৰীয় সংগীতজ্ঞ পণ্ডিত।[3][4] তেওঁ পিতৃৰ পৰা সংগীতৰ সকলো মৌলিক কথা শিকিছিল। তাইৰ খুৰাক সুধীন দাশ, যাৰ পৰা তাই কেইদিনমান নজৰুল সংগীত শিকিছিল।[5] তেওঁৰ সৰু ভাতৃ মানস কুমাৰ দাশ, সুব্ৰত দাশ আৰু তাপস কুমাৰ দাশ বাংলাদেশ নজৰুল সংগীত গায়ক।[6][7]
প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ
[সম্পাদনা কৰক]১৯৬৩ চনৰ ভিতৰত বাংলাদেশ বেতাৰত নামভৰ্তি কৰি দাশে পেছাদাৰী সংগীত কেৰিয়াৰ আৰম্ভ কৰে। পিছলৈ ১৯৬৭ চনৰ ভিতৰত বাংলাদেশ টেলিভিছনত নামভৰ্তি কৰে। পিতৃৰ মৃত্যুৰ পিছত ১৯৮৬ চনৰ পৰা বাংলাদেশৰ অন্যতম পুৰণি সংগীত বিদ্যালয় সংগীত শিক্ষাৰ্থী সন্মিলনৰ অধ্যক্ষ হিচাপে কাম কৰি আছে। এই সংগীত বিদ্যালয়খন সুৰেণ দাশে ১৯৪২ চনত কুমিল্লাৰ তালপুকুৰ পাৰত স্থাপন কৰিছিল।
সাহিত্যকৃতি
[সম্পাদনা কৰক]- ২০১৫ চনত, তেওঁ ৰাগ মঞ্জৰী নামৰ শাস্ত্ৰীয় সংগীতৰ এখন কিতাপ প্ৰকাশ কৰে।[8]
- ২০১১ চনত, তেওঁ তেওঁৰ ভাতৃ মনস কুমাৰ দাশৰ সৈতে সহ-সম্পাদক হিচাপে ৰাগ মঞ্জুষা নামৰ সংগীত কিতাপ প্ৰকাশ কৰে।[9] এই কিতাপ তেওঁৰ পিতা পণ্ডিত সুৰেন দাশে লিখিছিল।
পুৰস্কাৰ আৰু সাফল্য
[সম্পাদনা কৰক]- সংগীত নিকেতন সন্মান ২০১৪[12]
- বিনয় সাহিত্য সন্মান ২০১৩[13]
- নজৰুল সন্মান ২০১১, নজৰুল সংগীত শিল্পী পৰিষদ, ঢাকা[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ (bn ভাষাত)The Daily Ittefaq. http://www.ittefaq.com.bd/print-edition/saradesh-binodon/2016/07/28/133797.html.
- ↑ (bn ভাষাত)The Daily Sangram. http://www.dailysangram.com/post/54119.[সংযোগবিহীন উৎস]
- ↑ "[Sudhin Das]" (bn ভাষাত) Gunijan. Archived from the original on 19 July 2010. https://web.archive.org/web/20100719052338/http://gunijan.org.bd/GjProfDetails_action.php?GjProfId=103। আহৰণ কৰা হৈছে: 2017-04-19.
- ↑ "Error: no
|title=specified when using {{Cite web}}" (bn ভাষাত). Bangladesh Betar. Archived from the original on 2017-04-19. https://web.archive.org/web/20170419101049/http://www.betarprogram.org/songeet। আহৰণ কৰা হৈছে: 2017-04-19. - ↑ . 21 May 2014. http://www.thedailystar.net/sudhin-das-preserving-nazruls-treasure-troves-24993.
- ↑ . 4 September 2014. http://www.thedailystar.net/the-depth-of-nazruls-lyrics-attracts-me-40066.
- ↑ "Error: no
|title=specified when using {{Cite web}}" (bn ভাষাত). Bangladesh Betar. Archived from the original on 2017-09-15. https://web.archive.org/web/20170915160252/http://www.betarprogram.org/songeet?sort=a.grade&direction=desc&page=118। আহৰণ কৰা হৈছে: 2017-04-18. - ↑ "Error: no
|title=specified when using {{Cite web}}". rokomari.com. https://www.rokomari.com/book/125960/raaga-monjuri--1st-part-. - ↑ (en-US ভাষাত)Sufi Faruq Ibne Abubakar (সুফি ফাৰুক ইবনে আবুবকৰ). 2000-01-01. http://sufifaruq.com/gaan-kheko-reference-sources-bn/.
- ↑ (bn ভাষাত)The Daily Ittefaq. http://www.ittefaq.com.bd/print-edition/saradesh-binodon/2016/07/28/133797.html.
- ↑ "আৰ্কাইভ কপি" (bn ভাষাত). Prothom Alo. Archived from the original on 2017-04-18. https://web.archive.org/web/20170418162554/http://www.prothom-alo.com/bangladesh/article/914494.
- ↑ "আৰ্কাইভ কপি" (bn ভাষাত). chandpurweb.com. Archived from the original on 2018-02-27. https://web.archive.org/web/20180227140957/http://www.chandpurweb.com/chandpur-local-news/2014/06/27/3718। আহৰণ কৰা হৈছে: 2017-04-18.
- ↑ http://weeklyamod-bd.com/%E0%A6%86%E0%A6%9C-%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A7%9F [সংযোগবিহীন উৎস]
- ↑ (bn ভাষাত)The Daily Sangram. http://www.dailysangram.com/post/54119.[সংযোগবিহীন উৎস]