সমললৈ যাওক

অলকা নাথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অলকা নাথ
সাংসদ
কাৰ্যকাল
১৯৯৬চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন – ১৯৯৭
পূৰ্বসূৰী কমল নাথ
উত্তৰসূৰী সুন্দৰ লাল পাটৱা
সমষ্টি চিণ্ডৱাৰা
ব্যক্তিগত তথ্য
জন্ম ২৪ নৱেম্বৰ, ১৯৫১ (৭৪ বছৰ)
অমৃতসৰ, পূব পঞ্জাব, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী কমল নাথ (বি. ১৯৭৩)
সন্তান ২ জন পুত্ৰ, নকুল নাথ আৰু বকুল নাথ
পিতৃ পি চি পল
বাসস্থান নতুন দিল্লী
শিক্ষা কলা শাখাৰ স্নাতক
শিক্ষানুষ্ঠান ছেক্ৰেড হাৰ্ট মহাবিদ্যালয়, ডেলহাউছি
জীৱিকা আৰ্টিষ্ট, ৰাজনীতিক
৯ ডিচেম্বৰ, ২০১২-ৰ তথ্য
উৎস: [[1]]

অলকা নাথ (ইংৰাজী: Alka Nath, জন্ম: ২৪ নৱেম্বৰ ১৯৫১) এগৰাকী ৰাজনৈতিক আৰু সমাজকৰ্মী আৰু এগৰাকী প্ৰাক্তন সংসদ সদস্য৷ তেওঁ ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যৰ ছিণ্ডৱাৰা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৫১ চনৰ ২৪ নৱেম্বৰত অমৃতসৰত অলকা নাথৰ জন্ম হৈছিল। ১৯৭৩ চনৰ ২৭ জানুৱাৰীত কমল নাথৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়৷ তেওঁৰ দুজন পুত্ৰ নকুল নাথ আৰু বকুল নাথ।[2]

আলকাই ডালহাউজি (হিমাচল প্ৰদেশ)ৰ ছেক্ৰেড হাৰ্ট কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৯৬ চনত অলকা নাথ একাদশ লোকসভালৈ নিৰ্বাচিত হয়৷[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Biographical Sketch: Nath, Alka". Lok Sabha. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/3734.htm.
  2. 1 2 3 4 "Biographical Sketch Member of Parliament 11th Lok Sabha". http://164.100.47.194/loksabha/writereaddata/biodata_1_12/3734.htm। আহৰণ কৰা হৈছে: 9 August 2018.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]