অলিম্পাছ মনছ
অৱয়ব
Viking 1 orbiter view of Olympus Mons with its summit caldera, escarpment, and aureole | |
স্থানাংক | 18°39′N 226°12′E / 18.65°N 226.2°Eস্থানাংক: 18°39′N 226°12′E / 18.65°N 226.2°E[1] |
---|---|
মাত্ৰা | সৌৰজগতৰ আটাইতকৈ ওখ গ্ৰহীয় পৰ্বত |
শৃংগ | 21,287.4 মিটাৰ (69,841 ফুট) above datum[2] 26 km (85,000 ফুট) local relief 26 km (85,000 ফুট) above plains[3] |
আৱিস্কাৰক | মেৰিনাৰ ৯ |
Eponym | লেটিন – মাউণ্ট অলিম্পাছ |
অলিম্পাছ মনছ (ইংৰাজী: Olympus Mons;[4][5]) মঙ্গল গ্ৰহত থকা এটা বিশাল ঢাল আগ্নেয়গিৰি। আগ্নেয়গিৰিটোৰ উচ্চতা প্ৰায় ২৫ কিলোমিটাৰ (১৩.৬ মিটাৰ আৰু ৭২,০০০ ফুট)। মাৰ্চ অৰবিটাৰ লেজাৰ এল্টিমিটাৰৰ (MOLA) সহায়ত ইয়াৰ উচ্চতা জোখা হৈছে।[6] মঙ্গল গ্ৰহত থকা ডাঙৰ আগ্নেয়গিৰিবোৰৰ ভিতৰত অলিম্পাছ মনছ আটাইতকৈ চালুকীয়া অৱস্থাত থকা আগ্নেয়গিৰি আৰু এই আগ্নেয়গিৰি মঙ্গলৰ হেছপেৰিয়ান যুগতেই গঢ় লৈ উঠিছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "অলিম্পাছ মনছ". Gazetteer of Planetary Nomenclature. USGS Astrogeology Research Program.
- ↑ Mars Orbiter Laser Altimeter: Experiment summary
- ↑ Neil F. Comins – Discovering the Essential Universe (2012). p. 148
- ↑ "Olympus". মেৰিয়াম-ৱেবষ্টাৰ ডিকছনেৰী. https://www.merriam-webster.com/dictionary/Olympus., "Mons". মেৰিয়াম-ৱেবষ্টাৰ ডিকছনেৰী. https://www.merriam-webster.com/dictionary/Mons..
- ↑ "Olympus". Dictionary.com Unabridged. Random House. http://www.dictionary.com/browse/Olympus. "Mons". Dictionary.com Unabridged. Random House. http://www.dictionary.com/browse/Mons.
- ↑ Plescia, J. B. (2004). "Morphometric Properties of Martian Volcanoes". J. Geophys. Res. খণ্ড 109: E03003. doi:10.1029/2002JE002031.