সমললৈ যাওক

অশোক পাঠক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অশোক পাঠক
জন্ম চিৱান, বিহাৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০১২–বৰ্তমান
জনা যায় পঞ্চায়ত

অশোক পাঠক[1] (ইংৰাজী: Ashok Pathak) এগৰাকী ভাৰতীয় অভিনেতা। পঞ্চায়ত নামৰ টিভি ধাৰাবাহিকখনত বিনোদৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।[2] বিট্টু বছ নামৰ ছবিখনত অভিনয়েৰে তেওঁ নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।[3] অভিনয় জীৱনৰ ১১টা বছৰত,[4] তেওঁ বিট্টু বছ, চাংহাই, দ্য ফিল্ড, সাত উচাক্কে, এ ডেথ ইন দ্য গঞ্জ, পাকাউ ক্লাছ অৱ ৮৩, ছেক্ৰেড গেমছ, ৱাইল্ড ৱাইল্ড পঞ্জাব, আৰ্য[5], কাঠমাণ্ডু কানেকচন ২ আৰু গানছ অৱ বেনাৰসকে ধৰি বহুতো চলচ্চিত্ৰ আৰু ৱেব শ্ব’ত[6] অভিনয় কৰিছে।

২০২২ চনত তেওঁ খাও পিয়ো আইছ কাৰো নামৰ এখন পঞ্জাবী ছবিত অভিনয় কৰিছিল।[7] ৱাইল্ড ৱাইল্ড পঞ্জাব নামৰ ছবিখনত তেওঁ এগৰাকী চিকিৎসকৰ চৰিত্ৰত অভিনয় কৰিছিল। অশোক আৰু তেওঁৰ পৰিয়ালে কৰ্মসূত্ৰে বিহাৰৰ পৰা হাৰিয়ানাৰ হিছাৰলৈ প্ৰব্ৰজন কৰিছিল। ২০২৪ চনত পাঠকে নেটফ্লিক্সৰ ধাৰাবাহিক ত্ৰিভুৱন মিশ্ৰ: চি এ টপাৰত ধৈঞ্চা ঝাৰ চৰিত্ৰত অভিনয় কৰিছিল।[8][9]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা তথ্যসূত্ৰ
২০১২ বিট্টু বছ বিকি হিন্দী
২০১২ চাংহাই অটো ড্ৰাইভাৰ হিন্দী
২০১২ শূদ্ৰ: দ্য ৰাইজিং জগন হিন্দী
২০১৫ দ্য ছেকেণ্ড বেষ্ট এক্সʼটিক মেৰিগল্ড হোটেল স্কৰ্পিয়ন টুক-টুক ড্ৰাইভাৰ ইংৰাজী
২০১৬ এ ডেথ ইন দ্য গুঞ্জ মানিয়া ইংৰাজী
২০১৬ সাত উচাক্কে গুলাব হিন্দী
২০১৭ ৱেখ বাৰাতাঁ চল্লিয়াঁ বিৰজু পঞ্জাবী
২০১৭ ফুক্ৰে ৰিটাৰ্নছ স্মেকিয়া হিন্দী
২০১৮ গোলক বুগনি বেংক তে বটুৱা চন্দন পঞ্জাবী
২০১৮ ১০২ নট আউট ৰিক্সা ড‌্ৰাইভাৰ হিন্দী
২০১৯ ফটোগ্ৰাফ গোপাল (টেক্সি ড্ৰাইভাৰ) হিন্দী
২০১৯ কালা শ্বাহ কালা ধাবাৰ মালিক পঞ্জাবী
২০১৯ ঝুঠা কহীঁ কা টমী পাণ্ডে চাইডকিক হিন্দী
২০১৯ খান্দানী শ্বাফাখানা বাঙালী বাবা হিন্দী
২০১৯ তাৰা মীৰা কিষ্ণা পঞ্জাবী
২০২০ গানছ অৱ বেনাৰস চুলেমান হিন্দী
২০২৩ কাদে দাদে দিয়াঁ কাদে পোতে দিয়াঁ উল্লেখ কৰা হোৱা নাই পঞ্জাবী
২০২৪ ৱাইল্ড ৱাইল্ড পঞ্জাব চিকিৎসক হিন্দী
২০২৪ চিষ্টাৰ মিডনাইট গোপাল হিন্দী

টেলিভিছন

[সম্পাদনা কৰক]
বৰ্ষ ৱেব ধাৰাবাহিক / টিভি ধাৰাবাহিক চৰিত্ৰ প্লেটফৰ্ম ভাষা টোকা তথ্যসূত্ৰ
২০১৭ পুষ্পৱল্লী টি বয় এমাজন প্ৰাইম ভিডিঅʼ হিন্দী
২০১৭-২০১৮ চেক্ৰেড গেমছ ৰাফি (পাৰ্শ্ব চৰিত্ৰ) নেটফ্লিক্স হিন্দী
২০২০ ক্লাছ অৱ '৮৩ নাইক জুনিয়ৰ নেটফ্লিক্স হিন্দী
২০২১ চলো কোই বাত নাহি মালদ্বীপ চনিলিভ হিন্দী
২০২১ মোদী: জাৰ্নি অফ এ কমন মেন ৱেইটাৰ চনিলিভ হিন্দী
২০২১ আৰ্য গোপী ডিজনী+ হটষ্টাৰ হিন্দী
২০২২-২০২৫ পঞ্চায়ত বিনোদ এমাজন প্ৰাইম ভিডিঅʼ হিন্দী
২০২২ ৰংবাজ ব্ৰিজেশ গুপ্তা জি৫ হিন্দী
২০২২ কাঠমাণ্ডু কানেকচন ফজলু চনিলিভ হিন্দী
২০২৪ ত্ৰিভুৱন মিশ্ৰ চিএ টপাৰ ধৈঞ্চ এমএক্স প্লেয়াৰ হিন্দী

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Meet Panchayat 2 actor Ashok Pathak, cotton seller to star". 23 May 2022. https://www.indiatoday.in/binge-watch/story/meet-panchayat-2-actor-ashok-pathak-cotton-seller-to-star-1953130-2022-05-23. 
  2. "Panchayat 2's Binod poses with Rinki in new pic. Check mate Sachiv ji, says Internet". 7 August 2022. https://www.indiatoday.in/trending-news/story/panchayat-2-s-binod-poses-with-rinki-in-new-pic-check-mate-sachiv-ji-says-internet-1984978-2022-08-07. 
  3. "From Cotton Seller to Panchayat 2's Star, This is Ashok Pathak AKA Vinod's Incredible Story". 24 May 2022. https://www.scoopwhoop.com/entertainment/panchayat-2-ashok-pathak-aka-vinods-incredible-story/. 
  4. "चौकीदार, चोर जैसे रोल करते-करते थक गया था, बोले पंचायत-2 के विनोद". 23 May 2022. https://www.aajtak.in/entertainment/bollywood-news/story/panchayat-season-2-pramod-aka-ashok-pathak-interview-audition-struggle-tmovn-1468631-2022-05-23. 
  5. uncomfortable-on-sushmita-sen-lalit-modi-memes/424010 "आर्या 2 में सुष्मिता सेन के साथ काम कर चुके हैं 'बिनोद' अशोक पाठक, मीम्स देखकर हो रहे हैं असहज". 16 July 2022. https://www.timesnowhindi.com/entertainment/bollywood/article/ashok-pathak-aka-panchayat-binod-reacts-on-dekh-raha-hai-binod-memes-says-he-is uncomfortable-on-sushmita-sen-lalit-modi-memes/424010. [সংযোগবিহীন উৎস]
  6. "पंचायत सीजन 2 के "क्रांतिकारी विनोद" इससे पहले इन फ़िल्मों आ चुके हैं नज़र, जानिए Ashok Pathak की फिल्मों के बारे में". 26 May 2022. https://cinemchi.in/ott/ashok-pathak-appeared-in-these-films-panchayat/. 
  7. "Punjabi Film's 'ਚ ਬਿਹਾਰੀ ਦਾ ਕਿਰਦਾਰ ਕਰਕੇ ਸਭ ਨੂੰ ਹੱਸਾਉਣ ਵਾਲਾ Ashok Pathak" (pa ভাষাত). ABP Live. 1 July 2022. https://punjabi.abplive.com/tv-show/ting-ling-ling/actor-ashok-pathak-interview-for-khao-piyo-aish-karo-punjabi-movie-on-abp-sanjha-661256. 
  8. Ramnath, Nandini (18 July 2024). "'Tribhuvan Mishra: CA Topper' review: Show about sex work is proud to be loud". Scroll.in. https://scroll.in/reel/1070787/tribhuvan-mishra-ca-topper-review-show-about-sex-work-is-proud-to-be-loud. 
  9. Verma, Sakshi (18 July 2024). "Tribhuvan Mishra CA Topper series Review: Manav Kaul's show has old Bollywood touch and bang-on performances". India TV News. https://www.indiatvnews.com/entertainment/movie-review/tribhuvan-mishra-ca-topper-series-review-manav-kaul-s-show-has-old-bollywood-touch-and-bang-on-performances-911. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]