অসমৰ উল্লেখযোগ্য এলজিবিটিৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অসমৰ উল্লেখযোগ্য এলজিবিটি সমাজৰ সদস্যৰ তালিকা।

নাম এলজিবিটিৰ প্ৰকাৰ কৰ্মৰাজি
বেনজামিন দৈমাৰী কুইয়াৰ আন্তৰ্জাতিক শ্ৰেষ্ঠ কুইয়াৰ অভিনেতা (অসমীয়া চলচ্চিত্ৰ জোনাকী পৰুৱাত অভিনয় কৰি)[1]
স্বাতী বিধান বৰুৱা ট্ৰান্সজেণ্ডাৰ অসমৰ সৰ্বপ্ৰথম ট্ৰান্স ন্যায়াধীশ[2][3], ট্ৰান্স অধিকাৰ কৰ্মকৰ্তা[4], AATA সভানেত্ৰী
এলিয়ানা গগৈ ট্ৰান্সজেণ্ডাৰ উত্তৰ পূৱৰ প্ৰথম তথা ভাৰতৰ দ্বিতীয় ট্ৰান্স বিবাহ কৰোঁতা বিশেষ বিবাহ আইনৰ অধীনত

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]