অসমৰ কণ্ঠশিল্পীসকলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অসমৰ কন্ঠশিল্পীসকলৰ তালিকাৰ পৰা পুনঃনিৰ্দেশিত)

অসমৰ কণ্ঠশিল্পীসকল
বসন্ত ডেকা ২৫/০৭/১৯৮৭ আধুনিক গীত বিহু গীত উল্লেখনীয় বঁটা,পুৰস্কাৰ।।
অংগৰাগ মহন্ত ২৪ নৱেম্বৰ, - বৰ্তমান বিহু গীত
লোকগীত
আধুনিক গীত
বিগ অসমীয়া মিউজিক এৱাৰ্ড, ২০১১
অৰ্চনা মহন্ত - আধুনিক গীত -
অজন্তা গোস্বামী - আধুনিক গীত -
অনিন্দিতা পাল - আধুনিক গীত -
অনিমা চৌধুৰী - আধুনিক গীত -
অনিমা চক্ৰৱৰ্তী - বিহু গীত, লোকগীত -
অঞ্জু দেৱী - আধুনিক গীত -
আৰতি মুখাৰ্জী - আধুনিক গীত -
আনন্দিৰাম দাস - বনগীত -
কুইন হাজৰিকা - আধুনিক গীত -
খগেন মহন্ত ১৭ আগষ্ট, ১৯৪২ - ১২ জুন ২০১৪ বিহু গীত
আধুনিক গীত
ৰজত কমল বঁটা
সংগীত নাটক একাডেমী বঁটা
চাৰু গোহাঁই ১৭ ছেপ্তেম্বৰ, ১৯৫১ - ২২ ফেব্ৰুৱাৰী, ২০১২ আধুনিক গীত -
জয়ন্ত হাজৰিকা ২০ ছেপ্টেম্বৰ, ১৯৪৩ - ১৫ অক্টোবৰ, ১৯৭৭ আধুনিক গীত -
জয় বৰুৱা (ইংৰাজী: Joi Barua) - আধুনিক গীত -
জিতুল সোনোৱাল - আধুনিক গীত -
জুবিন গাৰ্গ ১৮ নৱেম্বৰ, ১৯৭২ - বৰ্তমান বৰগীত,
লোকগীত,
বিহু গীত,
আধুনিক গীত,
বনগীত
ফিল্ম ফেয়াৰ বঁটা
ৰজত কমল বঁটা,
ষ্টাৰডাষ্ট এৱাৰ্ড,
গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড
জ্যোতিপ্ৰসাদ আগৰৱালা ১৭ জুন, ১৯০৩ - ১৭ জানুৱাৰী, ১৯৫১ জ্যোতি সংগীত "ৰূপকোঁৱৰ" উপাধি
শিল্পী দিৱস
পদ্মনাভ বৰদলৈ - আধুনিক গীত -
প্ৰতিমা বৰুৱা পাণ্ডে ৩ অক্টোবৰ, ১৯৩৫ - ২৭ ডিচেম্বৰ, ২০০২ গোৱালপৰীয়া লোকগীত পদ্মশ্ৰী বঁটা
সঙ্গীত নাটক একাডেমী বঁটা
ড° ভূপেন হাজৰিকা ৮ ছেপ্তেম্বৰ. ১৯২৬ - ৫ নৱেম্বৰ ২০১১ ভূপেন্দ্ৰ সংগীত
বৰগীত
বিহুগীত
লোকগীত
অসম ৰত্ন
ৰাষ্ট্ৰপতি পদক
পদ্মশ্ৰী বঁটা
সংগীত নাটক একাডেমী বঁটা
পদ্মভূষণ বঁটা ...
বৰ্ণালী কলিতা - আধুনিক গীত -
বৈকুণ্ঠ গগৈ - আধুনিক গীত -
বিষ্ণুপ্ৰসাদ ৰাভা ৩১ জানুৱাৰী,১৯০৯ - ২০ জুন,১৯৬৯[1] বিষ্ণু ৰাভাৰ গীত, আধুনিক গীত -
বিউটী শৰ্ম্মা বৰুৱা - আধুনিক গীত -
বিমল দেৱ মেধি - আধুনিক গীত -
বীৰেন্দ্ৰ নাথ দত্ত - আধুনিক গীত -
বীণা ভাগৱতী - আধুনিক গীত -
ময়ুখ হাজৰিকা - আধুনিক গীত -
মনীষা হাজৰিকা - আধুনিক গীত -
তৰালি শৰ্মা - আধুনিক গীত -
তফজ্জুল আলি - আধুনিক গীত -
তাৰিকুদ্দিন আহমেদ ৪ নৱেম্বৰ, ১৯২৩ চন - ২৯ আগষ্ট, ১৯৯০ আধুনিক গীত -
দ্বীপেন বৰুৱা[2] - আধুনিক গীত -
দীপালী বৰঠাকুৰ ৩০ জানুৱাৰী, ১৯৪১ - বৰ্তমান আধুনিক গীত পদ্মশ্ৰী বঁটা
অসম চৰকাৰৰ শিল্পী বঁটা
দেৱজিত সাহা ১৯৭৬ - বৰ্তমান আধুনিক গীত সাৰেগামাপা চেলেঞ্জ, ২০০৫
ধনদা পাঠক - আধুনিক গীত -
নীলিমা খাতুন - আধুনিক গীত - নীল আকাশ ১৫ নৱেম্বৰ ১৯৯১- বৰ্তমান আধুনিক গীত -
লোকেশ্বৰ ডেকা - আধুনিক গীত -
লোকনাথ গোস্বামী - আধুনিক গীত -
দোস্ত হবিবুৰ ৰহমান - পেৰেডী গীত
আধুনিক গীত
-
ডলি ঘোষ - আধুনিক গীত -
ৰামেশ্বৰ পাঠক ১ মাৰ্চ, ১৯৩৮ - ৩ ডিচেম্বৰ, ২০১০ লোকগীত সংগীত নাটক একাডেমী বঁটা
ৰুদ্ৰ বৰুৱা ১৯২৬ - ১৪ ফেব্ৰুৱাৰী, ১৯৮০ বনগীত "লুইত কোঁৱৰ" উপাধি প্ৰদান
ৰিদিপ দত্ত - আধুনিক গীত -
ৰুনুমী ঠাকুৰ - আধুনিক গীত -
উপেন কটকী[2] - আধুনিক গীত -
সমৰ হাজৰিকা - আধুনিক গীত -
সন্ধ্যা মেনন - আধুনিক গীত -
পাৰবীন চুলতানা - আধুনিক গীত -
সংগীতা কাকতি - আধুনিক গীত -
সীমান্ত শেখৰ - আধুনিক গীত -
সুবাসনা দত্ত - আধুনিক গীত -
মুনমী বৰা - আধুনিক গীত -
মধুমতী গোস্বামী - আধুনিক গীত -
শান্তা উজীৰ - আধুনিক গীত -
মুনমী বৰা - আধুনিক গীত -
মুনমুন দাস - তিৱা লোকগীত -
জয়ন্ত নাথ ২০ মে' ১৯৬৪ - বৰ্তমান আধুনিক গীত
শ্ৰী বেদান্ত গোস্বামী 2015 বৰগীত গীত

কুমাৰ ভবেশ আাধুনিক গীত দীপক দাস অনাতাঁৰ শিল্পী(Y.P)

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. NN Acharya, Glories of Assam, Bina Library, Gauhati
  2. 2.0 2.1 এনাজৰী ডট কম Archived 2013-04-10 at the Wayback Machine, Musical Minds, আহৰণ: ২৪-০৯-২০১২

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • Gaana.comত সন্নিবিষ্ট অসমীয়া নেপথ্য গায়ক গায়িকাসকল