সমললৈ যাওক

অসম আন্দোলনৰ শ্বহীদ সকলৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু "সদৌ অসম গণ সংগ্ৰাম পৰিষদ"এ অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল,অহিংস হিচাপেই আৰম্ভ হোৱা এই আন্দোলন পিছলৈ নেলীৰ হত্যাকাণ্ড[1]কে ধৰি কিছু পৰিমাণে হিংসাত্মক হৈ পৰিছিল। ১৯৮৫ চনত আন্দোলনৰ নেতাসমূহ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা অসম চুক্তি মতে অসম আন্দোলনৰ অন্ত পৰে। এই আন্দোলনত অসমৰ ৮৫৫ গৰাকী লোক শ্বহীদ হৈছিল।

অসম আন্দোলনৰ শ্বহীদ সকলৰ তালিকা

[সম্পাদনা কৰক]
শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ
শ্বহীদ কপিল কলিতা
শ্বহীদ প্ৰভাত পাটগিৰি
শ্বহীদ ভৱেন ৰয়
শ্বহীদ মুনীন বৰুৱা
শ্বহীদ ছৰিফ উদ্দিন আহমেদ
শ্বহীদ অক্ষেন্দ্ৰ তালুকদাৰ
শ্বহীদ জ্যোতিষ চৌধুৰী
ক্ৰমিক নংশ্বহীদৰ নামঠিকনা
১খৰ্গেশ্বৰ তালুকদাৰউজানবৰবড়ি, বৰপেটা
২দিলীপ হুজুৰিখাগ্ৰাবাৰী, নলবাৰী
৩শুক্লেশ্বৰ কলিতাসূতাৰকুছি, আদাবাৰী, নলবাৰী
৪প্ৰমোদ কলিতাপুৱ কছুকাটা, ডাক:লতাবাৰী, কামৰূপ
৫বীৰেন দাসখাতিকুচি, নলবাৰী
৬গহীন ডেকাহাহকাটা, ডাক:সাজদিয়া, নলবাৰী
৭গোলক দাসঠালকুছি, ডাক:গেৰুৱা, নলবাৰী
৮ধীৰেশ্বৰ কলিতাবালিতাৰা, ঘগ্ৰাপাৰ, নলবাৰী
৯বীৰেন্দ্ৰ নাৰায়ণ দাসপিপলিবাৰী, নলবাৰী
১০মহেশ তালুকদাৰপিপলিবাৰী, নলবাৰী
১১প্ৰতাপ বৰ্মনপিপলিবাৰি, নলবাৰী
১২কান্ত বৰ্মনগাঁও - বৰী, নলবাৰী
১৩কাঞাৰাম দাসগাঁও - বৰ্ণিবাৰী, নলবাৰী
১৪পৰশুৰাম হালৈগাঁও - পানীগাঁও, নলবাৰী
১৫প্ৰফুল্ল ডেকাগাঁও-মাখিবাহা, টিহু, নলবাৰী
১৬উপেন কলিতাগাঁও, বাখানটাৰী, জলখানা, নলবাৰী
১৭অমল ভট্টাচাৰ্যগাঁও- আৰংগমৌ, কমাৰকুছি, নলবাৰী
১৮কৰুণা দাসগাঁও - পশ্চিম ন-খেতি গাঁও, কমাৰকুছি, নলবাৰী
১৯অনিল কলিতাগাঁও - সানেকুছি, নলবাৰী
২০মহনুৰ আলিগাঁও - চামতা বাটাকুছি, নলবাৰী
২১প্ৰবীন দাসগাঁও - চৰাইমাৰী, মুছলপুৰ, বাক্সা
২২ভগৱান শৰ্মাগাঁও - থমনা,মুছলপুৰ বাক্সা
২৩ভুৱন গোস্বামীগাঁও - বেলশৰ, নলবাৰী
২৪বগা কাকতিগাঁও - উত্তৰ গান্ধীবাৰী, নলবাৰী
২৫ভদ্ৰেশ্বৰ ডেকাগাঁও- গান্ধীবাৰী, নলবাৰী
২৬থানেশ্বৰ দাসগাঁও - গান্ধীবাৰী, নলবাৰী
২৭পৰশুৰাম পাটোৱাৰীগাঁও - গান্ধীবাৰী, নলবাৰী
২৮লোহিত পাঠককদমতল,বৰমা, নলবাৰী
২৯চানীৰাম ৰাভা২নং কাটাচাৰা, খাৰুৱা, বাক্সা
৩০ঘনশ্যাম তালুকদাৰকৰিয়া, নলবাৰী
৩১সুভাষ শৰ্মাচামতা, নলবাৰী
৩২ভূপেন কলিতাবিজুলীঘাট, কৰিয়া, নলবাৰী
৩৩নবীন ডেকাবাথান, বাইহাটা চাৰিআলি, ডুমুনীচকী, কামৰূপ
৩৪সত্যনাথ দাসবগটা, হাজো, কামৰূপ
৩৫মহেশ বিশ্বাসমালিটোপা, হাজো, কামৰূপ
৩৬খগেন চন্দ্ৰ ভড়ালীমাজৰকুৰি, ৰামদিয়া, কামৰূপ
৩৭আব্দুল জলিল১নং ভেলকৰ, ভেলকৰ বজাৰ, হাজো, কামৰূপ
৩৮আব্দুল ৰচিদভেলকৰ বজাৰ, হাজো, কামৰূপ
৩৯আব্দুল চাত্তাৰভেলকৰ বজাৰ, হাজো, কামৰূপ
৪০মতিউৰ ৰহমানভেলকৰ বজাৰ, হাজো, কামৰূপ
৪১মঞ্জু মহন্তচমৰীয়া সত্ৰ, কামৰূপ
৪২গংগা কলিতাচমৰীয়া সত্ৰ, কামৰূপ
৪৩খেখেৰী বৈশ্যচমৰীয়া সত্ৰ, কামৰূপ
৪৪দেবেশ্বৰ বৈশ্যবোন্দাপাৰা, কামৰূপ
৪৫ধনবাহাদুৰ চেত্ৰীমৌমন বকো, কামৰূপ
৪৬চবীন চন্দ্ৰ ৰাভাডালাডুবি, বামুণগাওঁ, কামৰূপ
৪৭বটু কলিতানতুন কন্দলপাৰা, বকো, কামৰূপ
৪৮ৰাজেন কুমাৰজামৰুতল, সদাগৰপাৰা, মিৰ্জা, কামৰূপ
৪৯চন্দ্ৰধৰ কলিতালাচিত নগৰ, মিৰ্জা, কামৰূপ
৫০সুনন্দ হালৈগৰিয়া কোঠ, ৰঙিয়া, কামৰূপ
৫১বিনোদ শৰ্মাডিমু, ৰঙিয়া, কামৰূপ
৫২যতিন কলিতাতৰনি তুলসীবাৰী, কামৰূপ
৫৩মাধৱ গোস্বামীবালিসত্ৰ,কামৰূপ
৫৪টংকেশ্বৰ ডেকাবালিসত্ৰ,কামৰূপ
৫৫প্ৰদীপ ৰাজবংশী৩নং ৰৌমাৰী,গোৰেশ্বৰ, কামৰূপ
৫৬প্ৰফুল্ল কুমাৰ ৰাজবংশীৰামপুৰ, বেটনা, বাক্সা
৫৭দীপক কৈৱৰ্ত্তপশ্চিম উমানন্দ, ওদালগুৰি
৫৮মনিৰাম ডেকাপুৱলকৰা, গোৰেশ্বৰ, বাক্সা
৫৯কপিল কলিতাবৰবাং, মাছখোৱা, বৰপেটা
৬০ভুৱন দাস (ৰয়)২ং বাগডা, বনগাওঁ, বৰপেটা
৬১অনিল ডেকাদক্ষিণ শৰণীয়া, গুৱাহাটী, কামৰূপ
৬২মতিউৰ ৰহমানদক্ষিণ শৰণীয়া, গুৱাহাটী, কামৰূপ
৬৩প্ৰফুল্ল বড়োৰূপনগৰ, গুৱাহাটী, কামৰূপ
৬৪দীলিপ চক্ৰৱৰ্ত্তীবিৰুবাৰী, গুৱাহাটী, কামৰূপ
৬৫নলিনী চৌধুৰীদুৰ্গা সৰোৱৰ, কামৰূপ (মহানগৰ)
৬৬ৰঞ্জনা গোস্বামীচেনিকুঠী, কামৰূপ (মহানগৰ)
৬৭জিতেন কলিতাচন্দ্ৰপুৰ, কামৰূপ (মহানগৰ)
৬৮কল্প ভট্টাচাৰ্য্যদক্ষিণ শৰণীয়া, গুৱাহাটী, কামৰূপ
৬৯বাবুল মজুমদাৰমৌৰামুৰি,কামৰূপ
৭০ৰবীন হাজৰিকাকাৰ্বি আংলং
৭১উত্তম চন্দ্ৰ কোঁচচুনপুৰা, হাওৰাঘাট,কাৰ্বি আংলং
৭২ভৱ চৌধুৰীচুনপুৰা,বকলীয়াঘাট, কাৰ্বি আংলং
৭৩গাওঁবুঢ়া তিচকাৰ্বি আংলং
৭৪গাওঁবুঢ়া হাঞ্চেডালিমবাৰী, হামৰেন, কাৰ্বি আংলং
৭৫হাৰসিং তেৰাংবৰপানী, কাৰ্বি আংলং
৭৬চাবুৰাং চেনাৰটুমপ্ৰপ ৰংপি, গাওঁ-হামৰেন, কাৰ্বি আংলং
৭৭দেন তেৰাংছিনানি ইংলে, ডালিমবাৰী, হামৰেন, কাৰ্বি আংলং
৭৮চাবুৰা ক্ৰ'ডালিমবাৰী, বৈথালাংচু, হামৰেন, কাৰ্বি আংলং
৭৯বুৰা তিমুমহাজন, তিমুং, লাউপানী, কাৰ্বি আংলং
৮০নাৰায়ন ৰংহাংমিদৈমাৰী, লাউপানী, হামৰেন, কাৰ্বি আংলং
৮১সম্বৰ পাতৰমিদৈমাৰী, লাউপানী, হামৰেন, কাৰ্বি আংলং
৮২চিন ঠাং ক্ৰ'বৈথালাংচু, মিতৈমাৰী,কাৰ্বি আংলং
৮৩চন্দ্ৰ বৰা২ং কৈৰীগাওঁ, নাওজান, সৰুথাৰ, গোলাঘাট
৮৪ছাম ইংতি ক্ৰ'বৈথালাংচু, কাৰ্বি আংলং
৮৫দুৰ্গেশ্বৰ বৰাহাওৰাঘাট, ডিফু (পাৰখোৱা) কাৰ্বি আংলং
৮৬লক্ষ্মীকান্ত বৰিক১ং বেলশৰ, হাওৰাঘাট (ৰজাপথাৰ) কাৰ্বি আংলং
৮৭অক্ষেন্দ্ৰ তালুকদাৰবামাখাতা, পাঠশালা, বৰপেটা
৮৮প্ৰভাত পাটগিৰিবামাখাতা, পাঠশালা, বৰপেটা
৮৯মুনিন বৰুৱাখটবৰ সাদেৰী,বৰপেটা
৯০ধীৰেন বড়োশালবাৰী, বৰপেটা
৯১গোবিন্দ দাসসহুগুৰি, বাঘমাৰ বজাৰ, বৰপেটা
৯২গিৰিশ সুতকুণ্ডৰগাওঁ, সহুগুৰি, বৰপেটা
৯৩উপেন দাসবৰপেটা
৯৪জ্যোতিষ চৌধুৰীনিত্যানন্দ, বৰপেটা
৯৫অমল চন্দ্ৰ পাটোৱাৰীলাচিত নগৰ, গুৱাহাটী, কামৰূপ
৯৬সুনন্দলাল বৰদলৈহাতীগাওঁ, বশিষ্ঠপুৰ ৱাহাটী, কামৰূপ
৯৭মহেন্দ্ৰ হালৈপাহাৰকুছি, সৰ্থেবাৰী, বৰপেটা
৯৮উপেন কলিতাটিহু, নলবাৰী, বাথানটাৰী
৯৯চিদানন্দ ডেকাসৰ্থেবাৰী, বৰপেটা
১০০মহেন্দ্ৰ তালুকদাৰবৰঘোলা, নলবাৰী]
১০১নুৰুল ইছলামভেলা, বৰপেটা
১০২মনোৱাৰ আলিবনবৰিয়া, ভেলা, বৰপেটা
১০৩ললিত ৰয়সাউদৰ ভিঠা, বৰপেটা
১০৪ৰেনুবালা নাথসাউদৰ ভিঠা, বৰপেটা
১০৫তাৰীনীবালা নাথসাউদৰ ভিঠা, বৰপেটা
১০৬ৰজনীবালা নাথসাউদৰ ভিঠা, বৰপেটা
১০৭অমিয় নাথবায়নপাৰা, সৰভোগ, বৰপেটা
১০৮হৰপতি তালুকদাৰদুৰামাৰী, সৰভোগ, বৰপেটা
১০৯মধু বৈশ্যকালাজাৰ, হাউলি, বৰপেটা
১১০ৰজত ইজাদ্দাৰপাটবাউসী, বৰপেটা
১১১অতুল কলিতাবৰাজোল, ঘগ্ৰাপাৰ, নলবাৰী
১১২নৃপেন মালাকৰসন্ধা, নলবাৰী
১১৩কমলেশ্বৰ দাসইচ্ছাপুৰহাটী, বৰপেটা
১১৪মহানন্দ দাসফাটাহাটী, বৰপেটা
১১৫ঠাকুৰ ওজাফাটাহাটী, বৰপেটা
১১৬খৰ্গেশ্বৰ পাঠকগান্ধীনগৰ, বৰপেটা
১১৭জগদীশ মজুমদাৰগান্ধীনগৰ, বৰপেটা
১১৮অৰবিন্দ ডেকাচুতিয়াপাৰা, ভেল্লা, বৰপেটা
১১৯প্ৰনৱ কুমাৰ তালুকদাৰশান্তিপুৰ, গুৱাহাটী, কামৰূপ
১২০প্ৰশান্ত কুমাৰ বৰুৱাগুৱাহাটী
১২১ভবেন ৰয়২নং বাগৰা, বনগাঁও , বৰপেটা
১২২যোগেশ শৰ্মাগৰমৌ, ৰঙিয়া, কামৰূপ
১২৩ইমতিয়াজুদ্দিন আহমেদসোণাৰি, শিৱসাগৰ
১২৪পুতুল গগৈকাকতিবাৰী, শিৱসাগৰ
১২৫পোৱাল দাসপথলিয়াল, টিয়ক যোৰহাট
১২৬প্ৰবীন ভট্টাচাৰ্যদামুৰীচোৰ, সৰু চৰাই, যোৰহাট
১২৭বিপিন বৰাপৰ্বতীয়া গাওঁ যোৰহাট
১২৮প্ৰদীপ বৰাদলগাওঁ, টিয়ক যোৰহাট
১২৯ৰভাই বৰাদলগাওঁ, টিয়ক যোৰহাট
১৩০জীৱন পূজাৰীবামুণপুখুৰী বৰাগাওঁ, যোৰহাট
১৩১নবীন গগৈমগ্ৰৈ যোৰহাট
১৩২দ্বিজেন দত্তচকীহাট, যোৰহাট
১৩৩হেমন্ত দত্তচকীহাট, যোৰহাট
১৩৪দন্দেশ্বৰ কলিতাইকৰানী বৰহলা,যোৰহাট
১৩৫সুনন্দ বৰদলৈযোৰহাট
১৩৬গাওঁবুঢ়া হান্সেকাৰ্বি আংলং
১৩৭হিতেশ ভূঞাতিতাবৰ, যোৰহাট
১৩৮আটাউৰ ৰহমানবেঙেনাখোৱা, তিতাবৰ যোৰহাট
১৩৯তৰুণ গগৈবিৰিনা, সায়েক, তিতাবৰ যোৰহাট
১৪০তিখৰ চন্দ্ৰ বৰুৱাকানাইঘাট, পঙ্কা, গোলাঘাট
১৪১ৰাজীৱ হাজৰিকাতিতাবৰ যোৰহাট
১৪২চাদিৰুল আমিনবেবেজীয়া, তিতাবৰ যোৰহাট
১৪৩ইন্দ্ৰজিত চাংকাকতিতৰাজান, যোৰহাট
১৪৪জিতেন শইকীয়াপংকা কানাইঘাট, গোলাঘাট
১৪৫মনি শইকীয়াপংকা কানাইঘাট, গোলাঘাট
১৪৬ৰমেন হাজৰিকাপালেঙিচক, তিতাবৰ যোৰহাট
১৪৭মদন গগৈমেলেঙ, পাখিমাৰা, টিয়ক,যোৰহাট
১৪৮দেৱেশ্বৰ বৰানাওজান, সৰুপথাৰ, গোলাঘাট
১৪৯অনিল বৰাকুঁৱৰীগাওঁ, গোলাঘাট
১৫০দন্দিৰাম ভড়ালীমেৰকাটি, শিৱসাগৰ গোলাঘাট
১৫১হৰেন শইকীয়াপংকা, কানাইঘাট, গোলাঘাট
১৫২ভদ্ৰেশ্বৰ শইকীয়াপংকা কানাইঘাট, গোলাঘাট
১৫৩নেকিবুদ্দিন আহমেদকেন্দুগুৰি শিৱসাগৰ
১৫৪দীপচান্দ ৰাজখোয়াকুমাৰকাটা,লক্ষীমপুৰ
১৫৫ধৰ্মকান্ত দত্তপদুমনি ঘাট, লক্ষীমপুৰ
১৫৬অবলা দাসনকাৰিগাওঁ, লক্ষীমপুৰ
১৫৭কৰ্নেশ্বৰ নাথখগাগাওঁ, লক্ষীমপুৰ
১৫৮মহেন্দ্ৰ নাথখগাথাওঁ, লক্ষীমপুৰ
১৫৯ভৱ শইকীয়ানিজৰাপাৰ, নাওবৈছা, লক্ষীমপুৰ
১৬০গণেশ বৰুৱাজামুগুৰি বদতি বিহপুৰীয়া, লক্ষীমপুৰ
১৬১বাবুৰাম বৰুবাশিমলুগুৰি, বিহপুৰীয়া, লক্ষীমপুৰ
১৬২ত্ৰৈলোক্য গগৈবৰদলনি,ধেমাজি
১৬৩লোহিত গোহাঁইগোহাঁইগাঁও,ধেমাজি
১৬৪ফণিধৰ গোহাঁইগোহাঁইগাঁও,ধেমাজি
১৬৫ভূধৰ হাজৰিকাগোহাঁইচাপৰি, ধেমাজি
১৬৬ভদ্ৰেশ্বৰ গগৈশালমাৰি, ধেমাজি
১৬৭অকন গগৈদেউৰী বৰব্মা, ধেমাজি
১৬৮অনুকূল চৌধুৰীনাৰায়ণপুৰ, লক্ষীমপুৰ
১৬৯কলিয়া বৰাকচুৱা, বিহপুৰীয়া,লক্ষীমপুৰ
১৭০টেপুৰাম গগৈবাঘনোৱা, ৰঙতি, বিহপুৰীয়া,লক্ষীমপুৰ
১৭১মোহন গগৈবাঘনোৱা, ৰঙতি, বিহপুৰীয়া,লক্ষীমপুৰ
১৭২শিৱনাথ বৰুৱাপুখুৰীপৰিয়া, লালুক,লক্ষীমপুৰ
১৭৩গোলাপ বসুমতাবিলক্ষীমপুৰ
১৭৪দুৰ্গেশ্বৰ শইকীয়াকচুবা, লক্ষীমপুৰ
১৭৫কনক হাজৰিকাবনগুৰি, বিহপুৰীয়া, লক্ষীমপুৰ
১৭৬ৰমাকান্ত বৰুৱাভোগপুৰিয়া,লক্ষীমপুৰ
১৭৭আপতি দাসজামুগুৰি পাচঁআলি,ধেমাজি
১৭৮কমল বৰাজামুগুৰি পাঁচআলি, ধেমাজি
১৭৯মিলাৰাম বৰুবাবনপুৰৈ বিহপুৰীয়া,লক্ষীমপুৰ
১৮০জুৰমন টায়েচিলাপথাৰ, ধেমাজি
১৮১কুলবাহাদুৰ চেত্ৰীচিলাপথাৰ, ধেমাজি
১৮২ভগীৰথ পেগুবৰঘুলি, চিলাপথাৰধেমাজি
১৮৩সুৰেন বৰুৱাধেমাজি
১৮৪ধনঞ্জয় লেটুমচিলাপথাৰ,জোনাই ধেমাজি
১৮৫পোৱাল গগৈবগীনদী, লক্ষীমপুৰ
১৮৬পদ্মবাহাদুৰ চেত্ৰীআমগুৰি, লক্ষীমপুৰ
১৮৭মফিজুৰ ৰহমানকুলিজান,ধেমাজি
১৮৮সৰুকন হাজৰিকাচিচিব, ধেমাজি
১৮৯খগেন ঠাকুৰীয়াধৰমগাঁও
১৯০প্ৰফুল্ল বৰুৱাআটাবাৰী, কচুৱা, লক্ষীমপুৰ
১৯১বিনু দাসফুকন নগৰ, শিৱসাগৰ
১৯২প্ৰভাত চেতিয়ানামটি চাৰিআলি, শিৱসাগৰ
১৯৩পুহেশ্বৰ বড়াবিমলপুৰ,সাপেখাইটি, ডিব্ৰুগড়
১৯৪হৰেন ফুকননঙলামৰা, নিমুগুৰি, শিৱসাগৰ
১৯৫বিমল গগৈনগাহাট, সাপেখাইটি, ডিব্ৰুগড়
১৯৬সত্যজিত হাজৰিকাসাউদগাওঁ, শিমলুগুৰি, শিৱসাগৰ
১৯৭আকাশ বৰুৱাখৰাহাট,শিৱসাগৰ
১৯৮চন্দ্ৰ বুঢ়াগোহাঁইমৰাণ, শিৱসাগৰ
১৯৯অনুকূল কাকতিকাকজান, তিনিকুৰিয়া, যোৰহাট
২০০বেব শইকীয়াকানাইঘাট, পংকা, গোলাঘাট
২০১মফিজুদ্দিন আহমেদপানীগাওঁ, নগাঁও
২০২উমাকান্ত দাসনগাঁও
২০৩কমলা বৰামৰিকলং, নগাঁও
২০৪পুষ্পেন্দ্ৰ চুবেদাৰবালিগাওঁ, ৰহা, নগাঁও
২০৫কনক বৰাকঠীয়াতলি,নগাঁও
২০৬আতব আলিজাগীৰোড, মৰিগাঁও
২০৭ধ্ৰুৱজ্যোতি নাথডুমডূমীয়া সত্ৰ, ধিং-নগাঁও
২০৮সৰ্বানন্দ শইকীয়াআউনিআটি, আইভেটী, নগাঁও
২০৯জয়ৰাম ভৰালীডুমডূমিয়া সত্ৰ, ধিং-নগাঁও
২১০মিতাম্বৰ নাথধিং-ভকতগাওঁ, নগাঁও
২১১ডালি শইকীয়াধিং চহৰ, নগাঁও
২১৩দেউৰাম বৰুৱাবৰদোৱা, বটদ্ৰৱা, নগাঁও
২১৩লোকনাথ শইকীয়াব্ৰহ্মচাৰী সত্ৰ, কলংপাৰ, নগাঁও
২১৪ৰাজীৱ ৰাজকুমাৰডিমৌ, কোকৰাবাহী, নগাঁও
২১৫নৰেন্দ্ৰ নাথপূৰ-শালমাৰা, ৰহা, নগাঁও
২১৬ভূধৰ ডেকাপূব-শালমাৰা, ৰহা, নগাঁও
২১৭হেম কলিতাকঠীয়াতলি, নগাঁও
২১৮অতুল মুক্তিয়াৰভেলৌগুৰি, চামুগুৰি, নগাঁও
২১৯সুচেন গগৈকলিয়াবৰ, নগাঁও
২২০চাৰু শইকীয়াকলিয়াবৰ, নগাঁও
২২১ফুলমাই বৰকটকীবাজিয়াগাওঁ, চামুগুৰি, নগাঁও
২২২আইতী তামোলীননৈ, পানীগাঁও, নগাঁও
২২৩মণ্টু শইকীয়াননৈ পানীগাওঁ, নগাঁও
২২৪শংকৰ কটকীআমোলাপাট্টী, নগাঁও
২২৫পৰোজ বৰাআমোলাপাট্টী, নগাঁও
২২৬মঘা বাংঠাইগৰমাৰি, মৰিগাঁও
২২৭ৰঙমনি, বাংঠাইগৰমাৰি,মৰিগাঁও
২২৮সম্ভু পালপচতিয়া, মৰিগাঁও
২২৯ইলভা কোঁৱৰগৰমাৰি, মৰিগাঁও
২৩০ৰঙধৰ গগৈঘগুৱা,মৰিগাঁও
২৩১নৱকান্ত বৰদলৈকটহগুৰি, মৰিগাওঁ
২৩২নেৰিয়া কোঁৱৰকটহগুৰি, মৰিগাঁও
২৩৩লক্ষ্মী ডেকাডোঙাবড়ী, জাগীৰোড, মৰিগাঁও
২৩৪কেৰপাই পাটৰৰজাবাৰী, মৰিগাঁও
২৩৫শুক্লেশ্বৰ বৰদলৈজাজাৰি, নগাঁও
২৩৬মনু পাটৰনাঙলকুছি, জাগিভকত গাঁও, মৰিগাঁও
২৩৭তুলাৰাম পাটৰমিকিৰ ভেটা, মৰিগাঁও
২৩৭অনন্ত শইকীয়াসৰুকুলৈ জাগিভকতগাওঁ, মৰিগাঁও
২৩৯চন্দন সিংবগলাজান, নগাঁও
২৪০মহেন্দ্ৰ দাসৰাইদঙীয়া, নগাঁও
২৪১লম্বোদৰ ডেকাদন্দুৱা, মৰিগাঁও
২৪২লোচন বৰুৱাদন্দুৱা, মৰিগাঁও
২৪৩তপন বৰুৱা (ওৰফে তৰুণ)দন্দুৱা, মৰিগাঁও
২৪৪যুতীকা বৰুৱা (দেবী)দন্দুৱা, মৰিগাঁও
২৪৫মতিৰাম কাকতিনাওকটা, মৰিগাঁও
২৪৬পৰিক্ষিত মণ্ডলভোঙাবড়ী জাগীৰোড, মৰিগাঁও
২৪৭মহিম মণ্ডলভোঙাবড়ী জাগীৰোড, মৰিগাঁও
২৪৮নিপেন ৰাম বৰদলৈকুশতলী, মৰিগাঁও
২৪৯হীৰা পাটৰকুশতলী, মৰিগাঁও
২৫০নৰকান্ত পাটৰঔগুৰি, মৰিগাঁও
২৫১পুৱাৰাম বৰদলৈবালিপাৰা, ৰহা, নগাঁও
২৫২খগেন ডেকাচুৰতাবৰি, মিকিৰভেটা, মৰিগাঁও
২৫৩পুৰ্নেশ্বৰ ডেকাচুৰতাবৰি, মিকিৰভেটা, মৰিগাঁও
২৫৪লোহিত দাসধিং, নগাঁও
২৫৫নকুৰাম বৰদলৈগড়মাৰি, মৰিগাঁও
২৫৬ফনীধৰ পাটৰমাজৰবৰি, মৰিগাঁও
২৫৭ভুলিৰাম পাটৰহাবি বৰঙাবাৰী, মৰিগাঁও
২৫৮নেৰিয়া নাথহাবি বৰঙাবাৰী, মৰিগাঁও
২৫৯খহুবা ডেকাহাবি বৰঙাবাৰী, মৰিগাঁও
২৬০প্ৰসন্ন নাথ (বুবুল)হাবি বৰঙাবাৰী, মৰিগাঁও
২৬১ৰামপদ ডেকাহাবি বৰঙাবাৰী, মৰিগাঁও
২৬২প্ৰথমী ডেকাকাহিবাৰী, মিকিৰভেটা, মৰিগাঁও
২৬৩হেমন্ত কুমাৰ শইকীয়ালাহৰিঘাট, মৰিগাঁও
২৬৪আহাৰাম পাটৰলাহৰিঘাট, কুশতলী, মৰিগাঁও
২৬৫পাহাৰাম বৰদলৈলাওভেৰোংগা, লাহৰিঘাট, মৰিগাঁও
২৬৬হলঙা কোঁৱৰভুৰবন্ধা, মৰিগাঁও
২৬৭আনন্দ দাসৰহা, নগাঁও
২৬৮হেমেন্দ্ৰ বৰদলৈসোণাৰুগুৰি
২৬৯নেফৰ বৰদলৈবৰঙণি, মৰিগাঁও
২৭০সুকোমল বৰালাহৰিঘাট, মৰিগাঁও
২৭১সঞ্জুৰাম বৰামৰিগাঁও
২৭২খহুলী ডেকাআজাৰবৰী, মৰিগাঁও
২৭৩সুব্ৰী (চবিন) পাটৰআটিগাঁও, ধৰমতুল, মৰিগাঁও
২৭৪ভগীৰথ ডেকাআঁহতগুৰি, মৰিগাঁও
২৭৫লক্ষপতি দাসআহঁতগুৰি, মৰিগাঁও
২৭৬বাবুলাল ডেকাআহঁতগুৰি, মৰিগাঁও
২৭৭চেনিৰাম কাকতিকুম্ভিৰডুবি, বাৰপুজিয়া, যমুনামুখ, নগাঁও
২৭৮নীলকান্ত বৰাবৰপুঠিয়া, কামপুৰ, নগাঁও
২৭৯চন্দ্ৰ ডেকাভূইয়াগুৰি, কুশতলি, লাহৰিঘাট, মৰিগাঁও
২৮০নন্দেশ্বৰ ডেকাভূইয়াগুৰি, কুশতলি, লাহৰিঘাট, মৰিগাঁও
২৮১নগেন ডেকাবাৰুকটা, মৰিগাঁও
২৮২লক্ষ্মীনন্দন মান্তাধৰমতুল, মৰিগাঁও
২৮৩প্ৰভাত পাটৰধৰমতুল, মৰিগাঁও
২৮৪সাদিৰাম দাসধৰমতুল, বৰবাৰী, মৰিগাঁও
২৮৫জলেশ্বৰ দাসদেওবালি, মৰিগাঁও
২৮৬ফুলচিং দাসদেৱনাৰী কলি, কামপুৰ, নগাঁও
২৮৭গণেশ দাসদেৱনাৰি কলি, কামপুৰ, নগাঁও
২৮৮বাবুল পাটৰধৰমতুল, মৰিগাঁও
২৮৯আঘোনা মেধিগছৰগুৰি, (দুৱনি), মৰিগাঁও
২৯০জৱহাবলাল পাটৰগোহালীগাওঁ, ধৰমতুল, মৰিগাঁও
২৯১মহেশ্বৰ কোঁৱৰদহালিগাও, নেলী, মৰিগাঁও
২৯২বেদেলা বৰদলৈগোহালীগাওঁ, ধৰমতুল, মৰিগাঁও
২৯৩অনিল চৰকাৰহোজাই
২৯৪সঞ্জয় বৰাহাওবাঘাট, কাৰ্বি আংলং
২৯৫হেমেন্দ্ৰ বৰদলৈৰজাবাৰি, মৰিগাঁও
২৯৬বেথাৰাম পাটৰৰজাবাবি, মৰিগাঁও
২৯৭তাৰসিং পাটৰৰজাবাৰি, মৰিগাঁও
২৯৮তুলাৰাম পাটৰৰজাবাৰি, মৰিগাঁও
২৯৯মৃণাল ভৌমিকশিমলুগুৰি, কামপুৰ, নগাঁও
৩০০বিৰিঞ্চি নাথএৰগাওঁ, মৰিগাঁও
৩০১পদ্ম বৰামাটিপৰ্বত, ধৰমতুল, মৰিগাঁও
৩০২গোপাল ডেকাজাগী ভকতগাওঁ, জাগীৰোড, মৰিগাঁও
৩০৩তিলক নাথনতুৱাগাওঁ, মৰিগাঁও
৩০৪ধীৰেণ বৰাযমুনামুখ, নগাঁও
৩০৫প্ৰফুল্ল দাসপচতিয়া, হীৰাগাঁও, মৰিগাঁও
৩০৬ভৱ ডেকাপচতিয়া, মৰিগাঁও
৩০৭টংকেশ্বৰ নাথদিঘলদৰী ৰহা, নগাঁও
৩০৮মোহন নাথদীঘলদৰী, ৰহা, নগাঁও
৩০৯মুদ্ৰা পাটৰসিধাবাৰী, মৰিগাঁও
৩১০কিৰণ নাথসিধাবাৰী, মৰিগাঁও
৩১১হেমকান্ত টেৰনধৰমতুল, মৰিগাঁও
৩১২হেম ইংতিসোণাৰীবাৰী, আমছৈ, মৰিগাঁও
৩১৩অকন বৰাওপৰ ওজৰা গাওঁ, আমছৈ, মৰিগাঁও
৩১৪উপেন হীৰাধৰমতুল, মৰিগাঁও
৩১৫অতুল বৰাকামপুৰ, নগাঁও
৩১৬প্ৰদীপ বৰদলৈডিমো বেবেজীয়া, নগাঁও
৩১৭সেৱক ডেকামিকিৰ গাওঁ, মৰিগাঁও
৩১৮কিনাৰাম শইকীয়াবাৰপুজীয়া, ৰহা, নগাঁও
৩১৯দেওবৰ বৰাহাবিবৰঙাবাৰী, মিকিৰভেটা, মৰিগাঁও
৩২০সুভাষ ডেকাহাবিবৰঙাবাৰী, মিকিৰভেটা, মৰিগাঁও
৩২১ৰাজেন পাটৰমাজৰকৰি, মৰিগাঁও
৩২২উমাৰাম বৰকাকতিবাজিয়াগাওঁ, চামুগুৰি, নগাঁও
৩২৩নিৰ্মালী বৰকাকতিবাজিয়াগাওঁ, চামুগুৰি, নগাঁও
৩২৪হলধৰ বৰাবাজিয়াগাওঁ, চামুগুৰি, নগাঁও
৩২৫দধিৰাম বৰাবাজিয়াগাওঁ, চামুগুৰি, নগাঁও
৩২৬পোনাৰাম বৰাপুৰণিগুদাম, নগাঁও
৩২৭লক্ষ্মীৰাম বৰাকলংপথাৰ, চামুগুৰি, নগাঁও
৩২৮নিমাতী নাথগেৰুৱাআটি বজাৰ, চামুগুৰি, নগাঁও
৩২৯শ্ৰীকান্ত মেধিশিমলুগুৰি, ৰঙাবাৰী, মৰিগাঁও
৩৩০হগলা শইকীয়াবৰঙাতলি, চামুগুৰি, নগাঁও
৩৩১ইলাৰাম শইকীয়া৩নং কাকি, নগাঁও
৩৩২চিন্তা বৰদলৈতিতাতলা, লাহৰিঘাট, মৰিগাঁও
৩৩৩বহি শইকীয়া (ভোলাই)লতাবোৱা, নগাঁও
৩৩৪মান সিং ক্যাপমহখুলী, আমছৈ, মৰিগাঁও
৩৩৫কৰম সিং (কানু)বৰকোলা, নগাঁও
৩৩৬হৰিকান্ত হীৰাপূৱ-গুইমাৰী কামপুৰ, নগাঁও
৩৩৭হৰেশ্বৰ হীৰাপূৱ-গুইমাৰী কামপুৰ, নগাঁও
৩৩৮মমত হীৰাপূৱ-গুইমাৰী কামপুৰ, নগাঁও
৩৩৯খৰ্গেশ্বৰ কোঁৱৰকটহগুৰি, ৰহা, নগাঁও
৩৪০চন্দ্ৰকান্ত হীৰা (লস্কৰ)পূৱ-গুইমাৰী, কামপুৰ, নগাঁও
৩৪১পোনাসিং হীৰাপূৱ-গুইমাৰী, কামপুৰ, নগাঁও
৩৪২বংশী বায়ন (হীৰা)পূৱ-গুইমাৰী, কামপুৰ, নগাঁও
৩৪৩বিভূতি ভূষণ নাথদীঘলদাৰী, ৰহা, কাকতিগাঁও, নগাঁও
৩৪৪মহিম নাথদীঘলদাৰী, ৰহা, নগাঁও
৩৪৫কুশৰাম হীৰাপূৱ-গুইমাৰী, কামপুৰ, নগাঁও
৩৪৬ডম্বৰু লস্কৰপূৱ-গুইমাৰী, কামপুৰ, নগাঁও
৩৪৭দুলন শইকীয়াপুৱ-গুইমাৰী, কামপুৰ, নগাঁও
৩৪৮গম্ভীৰ বৰাপুৱ-গুইমাৰী, কামপুৰ, নগাঁও
৩৪৯টিমুং গাওঁবুঢ়াটিমুংগাওঁ, কাৰ্বি আংলং
৩৫০ৰাজেন শইকীয়াপূৱ-গুইমাৰী, নগাঁও
৩৫১দীনেশ মণ্ডলচাঙেগাওঁ, পুঠিমাৰী, কাৰ্বি আংলং
৩৫২মহেন্দ্ৰ দাসদেওৱালি, ৰহা, নগাঁও
৩৫৩মাধব দাসদেওৱালি, ৰহা, নগাঁও
৩৫৪নোমল চন্দ্ৰ দাসদেওৱালি, ৰহা, নগাঁও
৩৫৫বিমল দাসদেওৱালি, ৰহা, নগাঁও
৩৫৬প্ৰহ্লাদ ডেকাকটহগুৰি, ৰহা, নগাঁও
৩৫৭ধনীৰাম দাসকটহগুৰি, ৰহা, নগাঁও
৩৫৮চন্দ্ৰমোহন দাসকটহগুৰি, ৰহা, নগাঁও
৩৫৯মেলেঙ পাটৰমিলনপুৰ, লাওপানী, নগাঁও
৩৬০প্ৰভাত কোঁৱৰদেৱাগুৰি, ৰহা, নগাঁও
৩৬১টিকেন নাথদগাওঁ, কামপুৰ, নগাঁও
৩৬২থানেশ্বৰ দাসদেওৱালি, ৰহা, নগাঁও
৩৬৩টিলখং ক্ৰুডালিমবাৰী, কাৰ্বি আংলং
৩৬৪মদন মল্লিকডালিমবাৰী, কাৰ্বি আংলং
৩৬৫ডেন টেৰনডালিমবাৰী, কাৰ্বি আংলং
৩৬৬মনেশ্বৰ নাথদীঘলদৰী, নগাঁও
৩৬৭সম্ভুকুমাৰ পাটৰকটহগুৰি, ৰহা, নগাঁও
৩৬৮হলিৰাম নাথকাকতিগাঁও, ৰহা, নগাঁও
৩৬৯ভূপেন্দ্ৰ নাথকাকতিগাঁও, ৰহা, নগাঁও
৩৭০ডিম্বেশ্বৰ কোঁৱৰকটহগুৰি, ৰহা, নগাঁও
৩৭১গিৰিশ নাথগৰৈমাৰি, দীঘলদৰী, ৰহা, নগাঁও
৩৭২সৰুবালা সেনাপতিদীঘলদাৰি, ৰহা, নগাঁও
৩৭৩নিৰন ডেকাকটহগুৰি, ৰহা, নগাঁও
৩৭৪শান্তিৰাম দাসফুলগুৰি, ৰহা, নগাঁও
৩৭৫শশীকান্ত দাসজাকৰুৱা, ৰহা, নগাঁও
৩৭৬চাও বুঢ়াক্ৰ'হামৰেন, কাৰ্বি আংলং
৩৭৭শুক্লেশ্বৰ কোঁৱৰকটহগুৰি, ৰহা, নগাঁও
৩৭৮ঘনশ্যাম দাসফুলগুৰি, ৰহা, নগাঁও
৩৭৯উমাকান্ত দাসফুলগুৰি, ৰহা, নগাঁও
৩৮০ইছমাইল কোঁৱৰফুলগুৰি, ৰহা, নগাঁও
৩৮১দাৰিকা দাসফুলগুৰি, ৰহা, নগাঁও
৩৮২দিলীপ দেউৰীজৰাবাৰী, কামপুৰ, নগাঁও
৩৮৩আনন্দ বৰদলৈজৰাবাৰী, কামপুৰ, নগাঁও
৩৮৪সুনীল বৰ্মনফুলগুৰি, ৰহা, নগাঁও
৩৮৫প্ৰদীপ লস্কৰমাজগাওঁ, কামপুৰ, নগাঁও
৩৮৬মনবৰ পাটৰকাৰ্বি আংলং
৩৮৭গোপাল বৰাফুলগুৰি, ৰহা, নগাঁও
৩৮৮বীৰেন হাজৰিকাফুলগুৰি, ৰহা, নগাঁও
৩৮৯ডিম্বেশ্বৰ শৰ্মাচামতা, গামেৰীমুৰী, নলবাৰী
৩৯০।গহন হীৰানিজ-গুইমাৰী, কামপুৰ, নগাঁও
৩৯১অতুল বৰদলৈৰহা,নগাঁও
৩৯২হেমকান্ত বৰদলৈৰহা, পূব সৰাগাঁও, নগাঁও
৩৯৪অতুল নাথপূব-গুইমাৰী, কামপুৰ, নগাঁও
৩৯৫হলিৰাম বৰুৱাপূব-গুইমাৰী, কামপুৰ, নগাঁও
৩৯৬প্ৰদীপ নাথপূব-গুইমাৰী, কামপুৰ, নগাঁও
৩৯৬ঘনকান্ত বৰাপূব-গুইমাৰী, কামপুৰ, নগাঁও
৩৯৭নাৰায়ণ ইংতিকাৰ্বি আংলং
৩৯৮ব্ৰজেন বৰাপূব-গুইমাৰী, কামপুৰ, নগাঁও
৩৯৯হোমেশ্বৰ নাথআমতলা, পূব-গুইমাৰী, কামপুৰ, নগাঁও
৪০০বলিন্দ্ৰ মজুমদাৰপমিলা, শিমলুগুৰি, কামপুৰ, নগাঁও
৪০১ডিম্বেশ্বৰ বৰদলৈ২নং পমিলা, পমিলা, শিমলুগুৰি, কামপুৰ, নগাঁও
৪০২পিলিঙা লস্কৰ ওৰফে(ব্ৰজমোহন ডেকা)শিমলুগুৰি, কামপুৰ, নগাঁও
৪০৩তিলমাই লস্কৰনং পমিলা, শিমলুগুৰি, কামপুৰ, নগাঁও
৪০৪মিলাই বৰদলৈ২নং পমিলা, শিমলুগুৰি, কামপুৰ, নগাঁও
৪০৫লীলা ডেকা২নং পমিলা, শিমলুগুৰি, কামপুৰ, নগাঁও
৪০৬মনমোহন নাথপিপৰাগাওঁ, পূব-গুইমাৰী, কামপুৰ, নগাঁও
৪০৭ভদ্ৰহীৰা মেধিপিপৰাগাওঁ, পূব-গুইমাৰী, কামপুৰ, নগাঁও
৪০৮প্ৰফুল্ল দাসপিপৰাগাওঁ, পূব-গুইমাৰী, কামপুৰ, নগাঁও
৪০৯মহেন্দ্ৰ গোস্বামীআমোলাপট্টী, বিদ্যাবৰুৱা পথ, নগাঁও
৪১০শুভসিং ডেকাবৰচলা, মৰিগাঁও
৪১১ধনবৰ তিচ্ছকাৰ্বি আংলং
৪১২চানবুঢ়া চেনাৰকাৰ্বি আংলং
৪১৩হেমেন তেৰণকাৰ্বি আংলং
৪১৪চন্দলচাং মাজীটোপাকুছী, দোমাই হাগী, দৰাপাৰ, নগাঁও
৪১৫জুৰমন লস্কৰআতি গাওঁ (পমিলাগড়) শিমলুগুৰি, কামপুৰ, নগাঁও
৪১৬টঙ্কেশ্বৰী ডেকাবৰকোৰহা, জালুগুটি, মৰিগাঁও
৪১৭গিৰিবালা ডেকাবৰকোৰহা, জালুগুটি, মৰিগাঁও
৪১৮কুসুম বালা ডেকাবৰকোৰহা, জালুগুটি, মৰিগাঁও
৪১৯সীলাকান্ত ডেকাবৰকোৰহা, জালুগুটি, মৰিগাঁও
৪২০ফণীধৰ ডেকাগোহাঁইবৰি, জালুগুটী, মৰিগাঁও
৪২১মনেশ্বৰ বৰদলৈশিলপুখুৰী
৪২২দিলীপ বৰাসূতাৰগাওঁ,(পানীখোৱা চ'ক) বৰতঙালি, চামগুৰি, নগাঁও
৪২৩গজেন হাজৰিকাসোণাৰী, কলিয়াবৰ, নগাঁও
৪২৪চন্দ্ৰকান্ত শইকীয়াধিং, নগাঁও
৪২৫বীৰেন কোঁচধিং, নগাঁও
৪২৬ভুবন গোস্বামীনগাঁও
৪২৭মাণিক ডেকাবিলমৰা, আৰগাওঁ, মৰিগাঁও
৪২৮বিমল শইকীয়াপিপলপুখুৰী, লঙ্কা, নগাঁও
৪২৯খগেশ্বৰ ৰায়উত্তৰখৰা, নয়াগাওঁ, অভয়াপুৰী, বঙাইগাঁও
৪৩০আশুতোষ দেবনাথচৌতাৰা, চৌতাৰা গোহাই, কোকৰাঝাৰ
৪৩১দেবেন গয়াৰীধুলউবা খৰ্গপুৰ, বঙাইগাঁও
৪৩২গোপাল মেধিআৰেয়াৰঝাৰ চাপৰ, ধুবুৰী
৪৩৩হৰেন দাসআৰেয়াৰঝাৰ চাপৰ, ধুবুৰী
৪৩৪ৰুদ্ৰমোহন ৰায় (জণ্টু)ভোটগাওঁ, কাশীপাৰা, কোকৰাঝাৰ
৪৩৫বাহোটীয়া ৰাম ৰায়উত্তৰ শালমাৰা, বঙাইগাঁও
৪৩৬জলৰাম সূত্ৰধৰউত্তৰ শালমাৰা (সূত্ৰধৰপাৰা), বঙাইগাঁও
৪৩৭ক্ষীৰোদ বাহাদুৰ তামাংউত্তৰ শালমাৰা (সূত্ৰধৰপাৰা), বঙাইগাঁও
৪৩৮কলিয়া সূত্ৰধাৰউত্তৰ শালমাৰা (সূত্ৰধৰপাৰা), বঙাইগাঁও
৪৩৯বেদেকা ৰাভাঘিলাগুৰি, নয়াগাঁও, বঙাইগাঁও
৪৪০লুটুবাম ৰায়টুলুঙীয়া, উত্তৰ শালমাৰা, বঙাইগাঁও
৪৪১ধৰণী ৰায়আমতলা, উত্তৰ শালমাৰা, বঙাইগাঁও
৪৪২বনমালি সিংহটেঙইগাওঁ, শিমলুগুৰি, কোকৰাঝাৰ
৪৪৩মনিকান্ত ৰায়ডাকৰতিতা, বঙাইগাঁও
৪৪৪পীৰেন ৰায়ঢালিগাওঁ, কোকৰাঝাৰ
৪৪৫নবকুমাৰ ৰায়টোকৰাপাৰা, গোৱালপাৰা
৪৪৬অনিল বৰুৱাদোলাইগাওঁ, বঙাইগাঁও
৪৪৭তগৰ সূত্ৰধাৰদোলাইগাওঁ, বঙাইগাওঁ
৪৪৮কুপেন ৰায়দোলাইগাওঁ, বঙাইগাওঁ
৪৪৯প্ৰভাত বৰ্মনপদ্যবিল, চালেকাটি, কোকৰাঝাৰ
৪৫০ভবাণী সূত্ৰধাৰউত্তৰ বিদ্যাপুৰ, বিদ্যাপুৰ,ধুবুৰী
৪৫১উমেশ দাসবিজয় গাওঁ, কচুগাওঁ, কোকৰাঝাৰ
৪৫২মুকুলীবালা ৰায়নয়াপাৰা, খৰ্গপুৰ, গোৱালপাৰা
৪৫৩বিষাদু নমসূত্ৰবালাকেৰখাল, হাটীপোটা, ধুবুৰী
৪৫৩পূৰ্ণ বিশ্বাসনুনমাটী, হাটীপোতা, ধুবুৰী
৪৫৪সোমেন বৰ্মননুনমাটী, হাটীপোতা, ধুবুৰী
৪৫৬তৰণী নাথমহিমবাথান, ঢিলাপাৰা, ধুবুৰী
৪৫৭ভবেন্দ্ৰ নাথমহিমবাথান, ঢিলাপাৰা, ধুবুৰী
৪৫৮যুগুসু ৰায়পলাসকান্দি,ৰাণীগঞ্জ বিলাসীপাৰা,ধুবুৰী
৪৫৯কবিন্দ্ৰ বৰ্মনপলাসকান্দি,ৰাণীগঞ্জ বিলাসীপাৰা,ধুবুৰী
৪৬০যোগেশ নাথলুচাপাৰা,লক্ষ্মীগঞ্জ,বিলাসীপাৰা,ধুবুৰী
৪৬১বিপুল চন্দ্ৰ ৰায়তলাগাওঁ বহলপুৰ, ধুবুৰী
৪৬২চেপাতু বৰ্মনসষ্টৰ, চিজনগ্ৰাম, ধুবুৰী
৪৬৩নৰেশ্বৰ দাসআমগুৰি, চিজনগ্ৰাম, বঙাইগাওঁ
৪৬৪কবিদ্ৰ ৰায়পাতিলাজহা, বঙাইগাওঁ
৪৬৫সাধুৰাম ৰায়বিজনী, বঙাইগাওঁ
৪৬৬নৰেশ্বৰ ৰায়টেঙাগাওঁ, বিজনী, বঙাইগাওঁ
৪৬৭হৰেশ্বৰ ৰায়টেঙাগাওঁ, বিজনী, বঙাইগাওঁ
৪৬৮পৰিমল ৰায়টেঙাগাওঁ, বিজনী, বঙাইগাওঁ
৪৬৯ডম্বৰুধৰ ৰায়ডেউহাটী, অভয়াপুৰী, বঙাইগাওঁ
৪৭০ডিম্বেশ্বৰ ফুকননেৰিয়াপথাৰ, মেৰুমুখ, ডিক্ৰং, লক্ষীমপুৰ
৪৭১গোপাল চন্দ্ৰ ৰাভাআমগুৰি, বৰদামাল, আগিয়া, গোৱালপাৰা
৪৭২সুবেন্দ্ৰ ৰাভাদৰণী, গোৱালপাৰা
৪৭৩গজেন্দ্ৰ বিজয়ী ৰাভাবামুণ ডাঙা, গোৱালপাৰা
৪৭৪পৰমেশ্বৰ ৰাভাবামুণ ডাঙা, গোৱালপাৰা
৪৭৫জেলপক ৰাভাদৰণী, গোৱালপাৰা
৪৭৬চায়লা ৰাভাআমগুৰি, বালাৱাৰা, গোৱালপাৰা
৪৭৭লুদ্ৰোমোহন ৰাভাদৰণী, উজানপাৰা, গোৱালপাৰা
৪৭৮গণেশ নাথটোকৰাপাৰা, গোৱালপাৰা
৪৭৯বিকাৰু ৰাম নাথমুৰুলিঝাৰ, গোৱালপাৰা
৪৮০হিৰেন্দ্ৰ কুমাৰ ৰাভাগজাপাৰা, দ্বাৰকা, গোৱালপাৰা
৪৮১উমাচৰণ ৰাভাছাট্টাবাৰী, গোৱালপাৰা
৪৮২কৰ্ণ ৰাভাকাছমাৰী, গোৱালপাৰা
৪৮৩খাম চাখেং ৰাভাননঙ্গা, গোৱালপাৰা
৪৮৪ফাগুনা ৰাভাখাৰানাৰা বৰদামাল, গোৱালপাৰা
৪৮৫বাজাৰু ৰাম কলিতাজয়পুৰ, বৰদামাল, গোৱালপাৰা
৪৮৬গোকলং ৰাভানলঙ্গাপাহাৰতলী, বৰদামাল, গোৱালপাৰা
৪৮৭নবীন বৰুৱাচৌতাক, উত্তৰ শালমাৰা, অভয়াপুৰী
৪৮৮মালতী দাসবৰদামাল, কৰাইখোৱা, গোৱালপাৰা
৪৮৯নৰেশ্বৰ দাসবৰদামাল, কৰাইখোৱা, গোৱালপাৰা
৪৯০জ্যোৎস্না মেধিবৰদামাল, কৰাইখোৱা, গোৱালপাৰা
৪৯১ৰিজাক ৰাভামালাধৰা, গোৱালপাৰা
৪৯২নৰেন্দ্ৰ নাথটোক্ৰাপাৰা, আগিয়া, গোৱালপাৰা
৪৯৩পুলেন্দ্ৰ চন্দ্ৰ মৰানদহোতিয়া, ডিব্ৰুগড়
৪৯৪হৰেশ্বৰ ফুকনবিৰাগী ৰত গাওঁ, লঙলাপাৰা, শিৱসাগৰ
৪৯৫ৰামধন কাকতিখোৱাং। চামুগুৰি, ডিব্ৰুগড়
৪৯৬শুক্ৰেশ্বৰ কাকতিখোৱাং চামুগুৰি, ডিব্ৰুগড়
৪৯৭ভবেশ কাকতিখোৱাং চামুগুৰি, ডিব্ৰুগড়
৪৯৮অঞ্জন বৰঠাকুৰটিপাম চাহ বাগিচা, ডিগবৈ, তিনিচুকীয়া
৪৯৯হেমচন্দ্ৰ বৰপাত্ৰগোঁহাইপাণবাৰী, ডিগবৈ, তিনিচুকীয়া
৫০০প্ৰকাশ ৰঞ্জন বৰাবাপাপুং, ডিগবৈ, তিনিচুকীয়া
৫০১অজিত নেওগচাচনি, শান্তিপুৰ, নাহৰকটীয়া, ডিব্ৰুগড়
৫০২প্ৰমোদ বৰাচাচনি, শান্তিপুৰ, নাহৰকটীয়া,ডিব্ৰুগড়
৫০৩নগেন ডেকাচাচনি, হুদুপাৰা, নাহৰকটীয়া, ডিব্ৰুগড়
৫০৪পূৰ্ণকান্ত নিৰ্মলীয়াচেঙেলীজান, কলীয়াপানী, নাহৰকটীয়া, ডিব্ৰুগড়
৫০৫বগেশ্বৰ গগৈচাবুৱা, দেওধাই গাঁও চাবুৱা, ডিব্ৰুগড়
৫০৬গহীন চুতীয়াদিনজয় চাবুৱা, ডিব্ৰুগড়
৫০৭নিবাৰণ গোঁহাইৰহসৰীয়া বৰগাঁও , চাবুবা, ডিব্ৰুগড়
৫০৮গোপেন বৰুবাৰহসৰীয়া বৰগাঁও , চাবুবা, ডিব্ৰুগড়
৫০৯ভালুকা গোহাঁইৰাজিপথাৰ, খোৱাং, ডিব্ৰুগড়
৫১০মোলোকা গোহাঁইৰাজিপথাৰ, খোৱাং, ডিব্ৰুগড়
৫১১কুলদা কৰ্ম্মীবৰবিল, কোকাহোলা, খোৱাং, ডিব্ৰুগড়
৫১২কুমুদ গগৈদুলীয়াজান, চলাকটকী, ডিব্ৰুগড়
৫১৩নৃপেন বৰাভাদৈ পাঁচ আলি দুলীয়াজান, ডিব্ৰুগড়
৫১৪হেমন্ত সোণোৱালধাধুংগাওঁ, লক্ষ্মীপথাৰ, ডিগবৈ, তিনিচুকীয়া
৫১৫সুভাষ গোহাঁইচাবুৱা, দুলীয়াজান, ডিব্ৰুগড়
৫১৬মুনীন্দ্ৰ গোহাঁইলাইপুলি, পানীতোলা, তিনিচুকীয়া
৫১৭পুণ্যলতা গোঁহাইলাইপুলি, পানীতোলা, তিনিচুকীয়া
৫১৮কেশৰ শইকীয়ানাজিৰা, শিৱসাগৰ
৫১৯প্ৰিয় কুকুৰাচোৱাকাকপথাৰ ডুমডুমা, তিনিচুকীয়া
৫২০ইচমাইল আনচাৰীকাকপথাৰ ডুমডুমা, তিনিচুকীয়া
৫২১ভৰত ভূমিজলাইনা চাহ-বাগিচা, শদিয়া, ডিব্ৰুগড়
৫২২ৰেবত শৰ্মাদক্ষিণ চুবুৰী, ছিপাঝাৰ, দৰং
৫২৩মুকুন্দ বড়োকলাইগাওঁ তেজিয়ালপাৰা, দৰং
৫২৪বাৰ্বণা ওৰাংদলগাওঁ, দৰং
৫২৫প্ৰবীণ মহন্তদলঘাট, দৰং
৫২৬চন্দ্ৰ ডেকাপাটি দকং, দেওঘৰনৈ, দৰং
৫২৭ধীৰেন বৰুবাবৰংগাবাৰী খাগৰা দৰং
৫২৮যোগেশ্বৰ নাথআঠিয়াবাৰী, বৰদ'লগুৰি, ছিপাঝাৰ, দৰং
৫২৯পৰেশ বৰাৰাজাপুখুৰী, গৰুখুটি, দৰং
৫৩০নীলাৰাম দাসমাৰৈ, বিজুলীবাৰী, ছিপাঝাৰ, দৰং
৫৩১উমাৰাম নাথহাতীমুৰীয়া, ছিপাঝাৰ, দৰং
৫৩২শিবু দাসঘাটৰ আগ, গৰুখুটী, দৰং
৫৩৩বাপন হাজৰিকাদক্ষীণ চুবুৰী, ছিপাঝাৰ, দৰং
৫৩৪যাদব নাথআঠীয়াবাৰী, ছিপাঝাৰ, দৰং
৫৩৫নীলধৰ নাথকৱেচুবা বৰদৌলগুৰী, ছিপাঝাৰ, দৰং
৫৩৬ৰামচন্দ্ৰ নাথবৰদৌলগুৰি, ছিপাঝাৰ, দৰং
৫৩৭গজেন শৰ্মাবৰদৌলগুৰী, ছিপাঝাৰ, দৰং
৫৩৮কণ্ঠীৰাম মেধিবৰদৌলগুৰি, ছিপাঝাৰ, দৰং
৫৩৯লোহিত চন্দ্ৰ নাথবৰদৌলগুৰি, ছিপাঝাৰ, দৰং
৫৪০চিত্ৰ কুমাৰ বৰুৱাভুক্তাবাৰী, ছিপাঝাৰ, দৰং
৫৪১তপন বৰুৱাভুক্তাবাৰী, ছিপাঝাৰ, দৰং
৫৪২ডিম্বেশ্বৰ ডেকাহাজৰিকাপাৰা, ছিপাঝাৰ, দৰং
৫৪৩কাহিৰাম ডেকাকামাৰপাৰা, ছিপাঝাৰ, দৰং
৫৪৪থানেশ্বৰ শৰ্মাহাজৰিকাপাৰা, ছিপাঝাৰ, দৰং
৫৪৫হৰগোবিন্দ গোস্বামীদেৱনন্দ সত্ৰ, ছিপাঝাৰ, দৰং
৫৪৬ভবাণী গোস্বামীদেৱনন্দ সত্ৰ, ছিপাঝাৰ, দৰং
৫৪৭ক্ষিতেই ডেকাদেৱনন্দ সত্ৰ, ছিপাঝাৰ, দৰং
৫৪৮মুজাৰাম বৰাদেৱনন্দ সত্ৰ, ছিপাঝাৰ, দৰং
৫৪৯ৰজনীকান্ত নাথহাতীমুৰীয়া, ছিপাঝাৰ, দৰং
৫৫০উমা শইকীয়াবৰাচুবা, হাজৰিকাপাৰা, দৰং
৫৫১প্ৰহ্লাদ শৰ্মাবৰমপুৰ, দৰং
৫৫২কুলেন্দ্ৰ শৰ্মাদুনী, দৰং
৫৫৩দ্বীপেন শৰ্মা (দয়া)বৰঠেকেৰাবাৰী, ৰঙামাটি, দৰং
৫৫৪বুদ্ধি চহৰীয়াবৰঠেকেৰাবাৰী, ৰঙামাটি, দৰং
৫৫৫যতীন চহৰীয়াভালুকখোৱাপাৰা, বংগাখাট, দৰং
৫৫৬অৰুণ কুমাৰ বৰাবৰঠেকেৰাবাৰী, ৰঙামাটী, দৰং
৫৫৭কাদিৰ আলিকলিয়াপাৰা, আউলাচ'ক, দৰং
৫৫৮নাউমাই দেবীঠেকেৰাবাৰী ধুলা, দৰং
৫৫৯শলিয়া নাথঠেকেৰাবাৰী ধুলা, দৰং
৫৬০পুৱাৰাম নাথঠেকেৰাবাৰী ধুলা, দৰং
৫৬১শান্তিৰাম নাথঠেকেৰাবাৰী ধুলা, দৰং
৫৬২ফুলেশ্বৰী দেবীঠেকেৰাবাৰী, ধুলা, দৰং
৫৬৩ধনবৰ দাসকুৰুৱা, দৰং
৫৬৪হৰেন্দ্ৰ শৰ্মাকেন্দুগুৰি, দৰং
৫৬৫নকুল চন্দ্ৰ নাথঠেকেৰাবাৰী, ধুলা, দৰং
৫৬৬ৰবিৰাম নাথঠেকেৰাবাৰী, ধুলা, দৰং
৫৬৭জিনাৰাম নাথঠেকেৰাবাৰী, ধুলা, দৰং
৫৬৮জয়ৰাম নাথঠেকেৰাবাৰী, ধুলা, দৰং
৫৬৯দিলীপ বৰুৱাঠেকেৰাবাৰী, ধুলা, দৰং
৫৭০খৰ্গেশ্বৰ বৰুৱাঠেকেৰাবাৰী, ধুলা, দৰং
৫৭১লোকনাথ বৰুৱাঠেকেৰাবাৰী, ধুলা, দৰং
৫৭২ৰবিৰাম নাথঠেকেৰাবাৰী, ধুলা, দৰং
৫৭৩কান্তিৰাম নাথঠেকেৰাবাৰী, ধুলা, দৰং
৫৭৪নৰেন নাথঠেকেৰাবাৰী, ধুলা, দৰং
৫৭৫লীলাকান্ত নাথপনীয়া ঘাট, ধুলা, দৰং
৫৭৬ৰূপহী নাথপনীয়া ঘাট, ধুলা, দৰং
৫৭৭ৰমণী নাথপনীয়া ঘাট, ধুলা, দৰং
৫৭৮হৰি নাথপনীয়া ঘাট, ধুলা, দৰং
৫৭৯ৰচিকা নাথপনীয়া ঘাট, ধুলা, দৰং
৫৮০দময়ন্তী নাথপনীয়া ঘাট, ধুলা, দৰং
৫৮১কান্ত নাথপনীয়া ঘাট, ধুলা, দৰং
৫৮২ৰবি ৰায়ছপাই, মঙ্গলদৈ, দৰং
৫৮৩দেহীৰাম চহৰীয়াগদীয়াপাৰা, ছপাই, দৰং
৫৮৪পদ্মধৰ চহৰীয়াবৰবালা দৰং
৫৮৫থানেশ্বৰ চহৰীয়াৰজাগড়, দৰং
৫৮৬বাপুৰাম দাসৰাজবাহ ডেৰগাওঁ, দৰং
৫৮৭প্ৰবীন ডেকাচতিয়াপাৰা, পলাহগড়, ওদালগুৰি
৫৮৮খামপাৰাম ডেকাপলাহগড়, জালাহ, ওদালগুৰি
৫৮৯শিশুৰাম কলিতা৪নং ৰজাগড়, দৰং
৫৯০পুষ্পধৰ ডেকাপশ্চিম ফুটুকাবাৰী, চেবাৰী, দৰং
৫৯১সুৰেণ হাজৰিকাটোকোনকাটা, মেস্কাপুখুৰী, দৰং
৫৯২যোগেশ্বৰ বৰাবেবেজীয়া গাওঁ, চতিয়া, শোণিতপুৰ
৫৯৩দুৰ্লেশ্বৰ নাথবৰভেটা গাওঁ, চতিয়া, শোণিতপুৰ
৫৯৪দিলীপ ভূঞাচতিয়া, শোণিতপুৰ
৫৯৫প্ৰফুল্ল শইকীয়াবাৰভূঞা, চতিয়া, শোণিতপুৰ
৫৯৬ত্ৰৈলোক্য ভূঞাবাৰভূঞা, চতিয়া, শোণিতপুৰ
৫৯৭বীৰেণ হাজৰিকাভকত গাওঁ, চতিয়া, শোণিতপুৰ
৫৯৮গোলাপ বৰুৱাকছাৰী গাওঁ, চতিয়া, শোণিতপুৰ
৫৯৯দুলু হাজৰিকাপলাশ গাঁও, চতিয়া, শোণিতপুৰ
৬০০মণ্ডল চৰণ ৰোহি দাসখৰোৱাল গাঁও, চতিয়া, শোণিতপুৰ
৬০১বীৰেণ মিশ্ৰনন্দীকৈশ্বৰ গাওঁ, জামুগুৰিহাট, শোণিতপুৰ
৬০২পলাশ বাজবংশীপাচিগাওঁ, জামুগুৰিহাট, শোণিতপুৰ
৬০৩শ্যাম কুণ্ডুজামুগুৰিহাট, শোণিতপুৰ
৬০৪জয়ৰাম বৰুৱাবৰভগীয়া গাওঁ, শোণিতপুৰ
৬০৫প্ৰসন্ন কুমাৰ বৰুৱাডেকা, সুন্দৰ, শোণিতপুৰ
৬০৬বলিন নাথখাদৈচুক, শোণিতপুৰ
৬০৭বল্লভ নাথশান্তিপুৰ, শোণিতপুৰ
৬০৮বিষ্ণুৰাম কাকতিখৈৰাবাবি, ওদালগুৰি
৬০৯বিনন্দ ৰাভাবগপুৰী টংলা, সোণাখাট, ওদালগুৰি
৬১০চেনিৰাম ডেকাখৈৰাবাৰী, ওদালগুৰি
৬১১ভূপেন ডেকাএল,বি, ব'দ, তেজপুৰ, শোণিতপুৰ
৬১২বিনন্দ শইকীয়াবামুণগাওঁ, কলাবাৰী, শোণিতপুৰ
৬১৩জীৱন লাহনঘাহীগাওঁ, আমতোলা, শোণিতপুৰ
৬১৪মহেশ্বৰ বৰাকামদেৱাল, দক্ষিণ, কলাবাৰী, বিশ্বনাথ
৬১৫ৰূপক নাথকছাৰী গাওঁ, তেজপুৰ, শোণিতপুৰ
৬১৬অনুকূল কাকতীতেজপুৰ, শোণিতপুৰ
৬১৭মনজিৎ দাসতেজপুৰ, শোণিতপুৰ
৬১৮দ্বিজেন ভূঞাজামতলা, ডেৰগাওঁ, সাজৰৌমাৰী, শোণিতপুৰ
৬১৯সোমেশ্বৰ শইকীয়াদক্ষিণ চুবুৰী, মইনাচুবুৰী, তেজপুৰ, শোণিতপুৰ
৬২০দিলীপ শৰ্মাতেজপুৰ, শোণিতপুৰ
৬২১বৈজন্তী দেবীচান্দমাৰী, তেজপুৰ, শোণিতপুৰ
৬২২হেমকান্ত দাসবিহগুৰি, বৰদুবীয়া গাঁও, শোণিতপুৰ
৬২৩নিধিৰাম নাথপৰকাগাঁও, বান্দৰমাৰি, শোণিতপুৰ
৬২৪লেৰেলী বড়োপুথিমাৰী গাঁও, বুপুভেটী, শোণিতপুৰ
৬২৫দুলাল বৰুৱাদঃ বেচেৰীয়া, তেজপুৰ, শোণিতপুৰ
৬২৬দ্বিজেন ভূঞাঢেকীয়াজুলি, শোণিতপুৰ
৬২৭কিৰন দাসঢেকীয়াজুলি, শোণিতপুৰ
৬২৮কান্দুৰী বড়োপুথিমাৰী গাঁও, বাপুভেটী, শোণিতপুৰ
৬২৯কেটেৰা বড়োপুথিমাৰী গাঁও, বাপুভেটী, শোণিতপুৰ
৬৩০অৰুনা কলিতাবিন্দুকুৰি পুৰণি ঘগৰা,শোণিতপুৰ
৬৩১হলেশ্বৰ নাথবিন্দুকুৰি পুৰণি ঘগৰা, বৰংবাৰী, শোণিতপুৰ
৬৩২দীপক কেওঁটপশ্চিম উমানন্দ, শোণিতপুৰ
৬৩৩চিত্ত গোস্বামীদেওমৰনৈ, মঙ্গলদৈ, দৰং
৬৩৪জোনমনি দেবীনাৰেংকাটি, হুগ্ৰাজুলী, শোণিতপুৰ
৬৩৫ভোলাৰাম নাথবিহগুৰি, মমলাগাও, শোণিতপুৰ
৬৩৬বগাইৰাম সুতপিঠাখোৱা, বিহগুৰি, শোণিতপুৰ
৬৩৭দুলাল বৰুৱাসূতাৰ গাওঁ, হাৱাজান, বিশ্বনাথ জিলা
৬৩৯প্ৰভাত বৰাবগাবৰা চুবুৰী, হাৱাজান, বিশ্বনাথ জিলা
৬৪০হৰকান্ত বৰাবগাবৰা চুবুৰী, হাৱাজান, বিশ্বনাথ জিলা
৬৪০সোণাৰাম নাথনতুনবস্তী, মাজৰৌমাৰী, শোণিতপুৰ
৬৪১পুনেশ্বৰ নাথনতুনবস্তী, মাজৰৌমাৰী, শোণিতপুৰ
৬৪২হেমন্ত দাসভবাণীপুৰ, বৰপেটা
৬৪৩ব্ৰজেন চৌধুৰীভবাণীপুৰ, বৰপেটা
৬৪৪হৰেশ্বৰ ডেকাহালোগাওঁ, (কয়াতোলা), কামৰূপ
৬৪৫ৰমেশ মুৰাৰীৰাণী, গুৱাহাটী
৬৪৬জয়চৰণ কুমাৰমালিগাওঁ, গুৱাহাটী
৬৪৭বীৰেণ দাসবিহদিয়া, ২ং ছয়গাওঁ, কামৰূপ
৬৪৮তপন জ্যোতি কলিতাগোলাঘাট নগৰ, গোলাঘাট
৬৪৯চন্দন জ্যোতি ভূঞাদলৌজান তিনিআলি, গোলাঘাট
৬৫০ঘনকান্ত শইকীয়াখাটোৱান গাওঁ, ফৰকাটিং গোলাঘাট
৬৫১মাণিক ডেকাসৰুপথাৰ, নাওজান, গোলাঘাট
৬৫২ভোগেশ্বৰ ফুকনখুমটাই, গোলাঘাট
৬৫৩তিলেশ্বৰ হাজৰিকাপংকা, গোলাঘাট
৬৫৪সুৰেন হাজৰিকামহুৰা মুখ, গোলাঘাট
৬৫৫ভোলা হাজৰিকাডেৰগাঁও, গোলাঘাট
৬৫৬দিলীপ চুতীয়াদৈয়াং মেৰাপানী, গোলাঘাট
৬৫৭ৰাতুল পূজাৰীবাদুলীপাৰা, গোলাঘাট
৬৫৮বতাই চন্দ্ৰ পায়েংশুভতা চাম, পৰোমুখ, মৰনৈ বেবেজীয়া, লক্ষীমপুৰ
৬৫৯লোকনাথ গোহাঁইলক্ষীমপুৰ
৬৬০ডম্বৰু বৰাপথালিপাহাৰ, বৰবাৰী, লক্ষীমপুৰ
৬৬১মহেন্দ্ৰ গগৈবৰবাৰী, লক্ষীমপুৰ
৬৬২দেৱেন গগৈদিহিঙ্গীয়া গাঁও, বৈমাসী, ডিব্ৰুগড়
৬৬৩শশীকান্ত বৰামাধবপুৰ দয়াং, নেদাই গলনী গাঁও
৬৬৪প্ৰিয়নাথ শৰ্মাসোহাবাৰুদি বাউসী, নগাঁও
৬৬৫শ্ৰীকান্ত ডেকাৰংমহল হাহচ'ক, কেৰ্পাভিঠা, কামৰূপ
৬৬৬ফটিক দাসভাৰেগাঁও, সৰুপেটা, বৰপেটা
৬৬৭বিনোদা দাসভাৰেগাঁও, সৰুপেটা, বৰপেটা
৬৬৮ৰাজমোহন দাসগোবৰ্ধনা, বৰপেটা
৬৬৯শ্ৰীৰাম কলিতালাকাদুবী, বামুণিগাঁও, কামৰূপ
৬৭০আনন্দ ৰাম ডেকানিজবাহজানী, নলবাৰী
৬৭১গৌৰিকান্ত হালৈককয়া, নলবাৰী
৬৭২সোণাৰাম নাথবেচেৰীয়া, শোণিতপুৰ
৬৭৩প্ৰেমানন্দ বৰাকইনাবৰা চুবুৰী, শোণিতপুৰ
৬৭৪কনক চন্দ্ৰ নাথবেছেৰীয়া (দক্ষীণ) শোণিতপুৰ
৬৭৫ভদ্ৰেশৰ নাথবেছেৰীয়া (দক্ষীণ) শোণিতপুৰ
৬৭৬আনন্দি নাথবেছেৰীয়া (দক্ষীণ) শোণিতপুৰ
৬৭৭পৰী দেবীজহামাৰী, শোণিতপুৰ
৬৭৮গোবিন শইকীয়াকমলাবাৰী, পহুকটা গাঁও, শোণিতপুৰ
৬৭৯লক্ষ্মী বৈশ্যশিলিখাবাৰী, ঠেলামাৰা, শোণিতপুৰ
৬৮০বিনোদ দাসচামুগুৰি, নগাঁও
৬৮১দিলীপ দাসচামুগুৰি, নগাঁও
৬৮২ৰোহিনী কান্ত ভট্টাচাৰ্য্যনিজ নাৰিকানি গাঁও, নগাঁও
৬৮৩ৰাতুল নাথবৰভগীয়া, নেলী, মৰিগাঁও
৬৮৪লালু সন্দিকৈনাহৰচুক গাঁও, চাবুৱা, ডিব্ৰুগড়
৬৮৫ধীৰেণ দাসচহৰীকটা গাঁও, (লেঙেৰী), টিংখং, ডিব্ৰুগড়
৬৮৬তিলেশ্বৰ হাজৰিকাপংকা, গোলাঘাট
৬৮৭বনশ্ৰী দাস (কিকন দাস)নপাম, বগানসী, জাহামাৰী, শোণিতপুৰ
৬৮৮লুহুৰী বৰাজালুকবাৰী, ব্ৰহ্মজান, গহপুৰ
৬৮৯দধিৰাম হাজৰিকাৰঙাজান, শিমলুগুৰি, গহপুৰ
৬৯০কঁপাই শইকীয়াপূৰ্ব্বজ্যোতি, কৃষিপাম পুনিচুমনি, শোণিতপুৰ
৬৯১সনাই ভূঞাগোপালপুৰ, এলেঙীসত্ৰ, শোণিতপুৰ
৬৯২গণেশ বৰুৱাবড়িগাঁও, গহপুৰ
৬৯৩উমাকান্ত হাজৰিকাৰঙাজান শিমলুগুৰি, শোণিতপুৰ
৬৯৪পুষ্প মহন্তটঙনা গাঁও , গহপুৰ
৬৯৫প্ৰেমেশ্বৰ বৰাবড়িগাওঁ, গহপুৰ, শোণিতপুৰ
৬৯৬বলোৰাম বৰাশিমলুগুৰি, শোণিতপুৰ
৬৯৭উপেন চন্দ্ৰ নেওগ২নং নাহৰণি গাঁও, ককিলা, চাৰিআলি, শোণিতপুৰ
৬৯৮চন্দ্ৰ কটকীটেটোনবাৰী, শোণিতপুন
৬৯৯নোমল বৰা২নং নাহৰনি, ককিলা চাৰিআলি, শোণিতপুৰ
৭০০ধনীৰাম ভূঞাগোপালপুৰ, গোবিন্দ এলেঙ্গী সত্ৰ, শোণিতপুৰ
৭০১গুণাৰাম বৰাপূব-ঘঘৰা, গহপুৰ
৭০২সোণাৰাম লিগিৰা (বৰা)নিজগহপুৰ, গহপুৰ
৭০৩হিতেশ্বৰ চুতীয়াজুৰীয়া গাঁও, জুৰীয়া, শোণিতপুৰ
৭০৪পূৰ্ণচন্দ্ৰ বৰাটেঙাবাৰী, গহপুৰ
৭०৫নৰেশ্বৰ সন্দিকৈউত্তৰ জুৰীয়া, শান্তিপুৰ, শোণিতপুৰ
৭০৬মাদৈ গগৈজুৰীয়া, আলিগুৰি, শোণিতপুৰ
৭০৬কনছোৱালী শইকীয়াপূব গভৰা, গহপুৰ
৭০৮মিঠাৰাম শইকীয়া২ং কুমাৰকাটা ডুবীয়া, শোণিতপুৰ
৭০৯যমুনা ৰাভাগাভৰু বিহগুৰি, শোণিতপুৰ
৭১০লক্ষ্মীকান্ত বসুমতাৰীগহপুৰ বনাঞ্চল
৭১১মণ্ডল মুচাহাৰীগহপুৰ বনাঞ্চল
৭১২বিপুল বড়োসৰকা বান্দৰমাৰি, শোণিতপুৰ
৭১৩মুনীন দাসওদালগুৰি
৭১৪ৰহিলা নাৰ্জাৰী২নং ইকৰাবাৰী, পুলিচুমনী, গহপুৰ
৭১৫ভীমবাহাদুৰ তামাংবৰবড়ি, গহপুৰ
৭১৬ভোগেশ্বৰ হাজৰিকাবৰদোপ, গহপুৰ
৭১৭আচমান মোচাহাৰীমিলনপুৰ, গহপুৰ
৭১৮তুলেশ্বৰ শইকীয়াবালিজান, গহপুৰ
৭১৯ৰমা বৰাচক্ৰমাজ গাওঁ, গহপুৰ
৭২০খৰ্গেশ্বৰ চাংমাইডুবীয়া, শোণিতপুৰ
৭২১ভেকুৰা বৰাচক্ৰ বনগাঁও , শোণিতপুৰ
৭২২মিঠাৰাম শইকীয়াচক্ৰ বনগাঁও , শোণিতপুৰ
৭২৩উপেন ইচলাৰীপুলিচুমনী, গহপুৰ
৭২৪সুনী দত্তপুলিচুমনী, গহপুৰ
৭২৫মকৰা বৰা (ৰমা)পুলিচুমনী, গহপুৰ
৭২৬চেকেণ্ডাৰ দৈমাৰীদিগাম্বৰী, পুলিচুমনী, গহ পুৰ
৭২৭বুথৰ বসুমতাৰী২নং বিজয়পুৰ, গহপুৰ
৭২৮চদীপ নাৰ্জাৰী২নং বিজয়পুৰ, গহপুৰ
৭২৯উমাৰাম বৰাব্ৰহ্মজান, গহপুৰ
৭৩০বিতুল শইকীয়াব্ৰহ্মজান, গহপুৰ
৭৩১ধৰ্ম বৰা (ওৰফে মহেশ্বৰ বৰা)বাগানবাৰী, গহপুৰ
৭৩২হলৈ চাংমাইজুৰীয়া গাঁও, গহপুৰ
৭৩৩অৰূপ কুমাৰ বৰুৱাচতিয়া, শোণিতপুৰ
৭৩৪তিখৰ স্বৰ্গীয়াৰীপুনিচুমনী, ঔগুৰী, গহপুৰ
৭৩৫আইতা শইকীয়াপূবজ্যোতি নিগম, গহপুৰ
৭৩৬ঠগীৰাম শেনচোৱাগেলেকী ঢলপুৰ, লক্ষীমপুৰ
৭৩৭মিনাৰাম বৰাককিলাগুৰি, গহপুৰ
২৩৮বংশীবুঢ়ী বড়োবড়বড়ি, পুলিচুমনি, গহপুৰ
৭৩৯খদেল বসুমতাৰীগোপাচাৰগুৰি, পুলিচুমনি, গহপুৰ
৭৪০দশমী ডেকাগ্ৰেণ্ডলেণ্ড বাগিছা, দৰং
৭৪১গোলাপ বৰুৱাচতিয়া, বৰঙাৰাৰী, শোণিতপুৰ
৭৪২দুলেশ্বৰ নাথচতিয়া, বৰঙাবাৰী, শোণিতপুৰ
৭৪৩বিদ্যাধৰ লঙ্কৰযমুনামুখ, হাওৰাঘাট, কাৰ্বি আংলং
৭৪৪দেবেন্দ্ৰ নাথ মহন্তহাবিএলেঙ্গী সত্ৰ, লক্ষীমপুৰ
৭৪৫সোমেশ্বৰ হাজৰিকাহাবিএলেঙ্গী সত্ৰ, লক্ষীমপুৰ
৭৪৬ভূধৰ বৰপাত্ৰ গোঁহাইৰঙতি চাৰিআলি, বিহপুৰীয়া, লক্ষীমপুৰ
৭৪৭ধনেশ্বৰ বৰপাত্ৰ গোঁহাইঘঘৰা গাঁও, বিহপুৰীয়া, ৰঙতি চাৰিআলি, লক্ষীমপুৰ
৭৪৮আনন্দ হাজৰিকামিছামৰা, বিহপুৰীয়া, লক্ষীমপুৰ
৭৪৯ধৰ্মেশ্বৰ সেনাপতিৰাতিপৰীয়া শিমলুগুৰী, লক্ষীমপুৰ
৭৫০যদুমনি বৰপাত্ৰ গোঁহাই (শিশু)ঘঘৰা, ৰঙতি চাৰিআলি, বিহপুৰীয়া, লক্ষীমপুৰ
৭৫১জুনু দত্তডিব্ৰুগড়
৭৫২অমুল্য মেচডিব্ৰুগড
৭৫৩হেমকান্ত নাথজাজৰি, নগাঁও
৭৫৪কান্তিৰাম দাসজাজৰি, নগাঁও
৭৫৫হলিৰাম বৰাজাজৰি, নগাঁও
৭৫৬ৰজিতা বৰাজাজৰি, নগাঁও
৭৫৭নিলাম্বৰ ডেকাজাজৰি, নগাঁও
৭৫৮সতীন্দ্ৰ মোহন নাথশোলমাৰি, মৰিগাঁও
৭৫৯খৰ্গেশ্বৰ দাসনগাঁও
৭৬০দেহিৰাম নাথৰহা, নগাঁও
৭৬১শশীধৰ শইকীয়াউত্তৰ লক্ষীমপুৰ, লক্ষীমপুৰ
৭৬২ৰামধন দাসনগাঁও
৭৬৩বাবুলাল ব্ৰহ্মগহপুৰ
৭৬৪বুদেল বড়োগহপুৰ
৭৬৫তৰুণ মোচাহাৰীগহপুৰ
৭৬৬কেৰেন্দ্ৰ নাৰ্জাৰী
৭৬৭চেকেণ্ডাৰ ইচলাৰীগহপুৰ
৭৬৮মণিৰাম নাৰ্জাৰীগহপুৰ
৭৬৯দুৰা দৈমাৰীগহপুৰ
৭৭০হঙ্গা বসুমতাৰীগহপুৰ
৭৭১বালি বসুমতাৰীগহপুৰ
৭৭২ৰজনী বসুমতাৰীককিলা, মাজগাঁও , শিমলুগুৰি, গহপুৰ
৭৭৩ডাবলা গয়াৰীগহপুৰ
৭৭৪লবশ্ৰী বসুমতাৰীককিলা, মাজগাঁও , শিমলুগুৰি, গহপুৰ
৭৭৫বিমলা বসুমতাৰীগহপুৰ
৭৭৬লেলেং হাজোৱাৰীগহপুৰ
৭৭৭কালিচৰণ স্বৰ্গীয়াৰীগহপুৰ
৭৭৮বিকী ওৱাৰীগহপুৰ
৭৭৯ঠাইলেণ্ড বসুমতাৰীগহপুৰ
৭৮০নগেন বসুমতাৰীগহপুৰ
৭৮১হেং বসুমতাৰীগহপুৰ
৭৮২গাম্বৰু বসুমতাৰীককিলা মাজগাঁও , শিমলুগুৰি, গহপুৰ
৭৮৩মোলান চন্দ্ৰ হাজৰিকাগহপুৰ
৭৮৪আইনা মিঞাগহপুৰ
৭৮৫কিনাৰাম কোঁৱৰগহপুৰ
৭৮৬তিখৰ বৰাগহপুৰ
৭৮৭ডাফনী ভূমিজগহপুৰ
৭৮৮গুণাৰাম চুতীয়াগহপুৰ
৭৮৯জলীৰাম বসুমতাৰীগহপুৰ
৭৯০নগাৰাম বসুমতাৰীগহপুৰ
৭৯১মহানন্দ চৰকাৰগহপুৰ
৭৯২জগন্নাথ শৰ্মাদৰং
৭৯৩চৰিফুদ্দিন আহমেদবৰপেটা
৭৯৪জগন্নাথ ঠাকুৰদৰং
৭৯৫কামাখ্যা বৈশ্যদৰং
৭৯৬অমল প্ৰভা বৈশ্যদৰং
৭৯৭ৰীতা বৈশাদৰং
৭৯৮বলোৰাম ডেকাপচোৰিয়া, মৰিগাওঁ
৭৯৯মন্দ বৰদলৈনগাঁও
৮০০লক্ষণা পাটৰকাহিবাৰী, মৰিগাওঁ
৮০১মল্লিকা বৰদলৈনগাঁও
৮০২কাঞ্চন ডেকানগাঁও
৮০৩এফলীয়া ডেকাবামুণবাৰী, মৰিগাঁও
৮০৪সৰুধন নাথমৰিগাঁও
৮০৫মিজাজুৰ ৰহমান (বৰভূঞা)কাকেলো মুছলমান গাঁও , জামুগুৰি, শোণিতপুৰ
৮০৬লক্ষ্মীকান্ত বসুমতাৰীআলুপাৰা, পুলিচুমনী, গহপুৰ
৮০৭হিৰণ্য মুছাহাৰীগোপাছাৰ গুৰী, পুনিচুমনী, গহপুৰ
৮০৮ললিত নাথমাজৰৌমাৰী, ঢেকীয়াজুলি, শোণিতপুৰ
৮০৯ৰোহিনী বৰাঢেকীয়াজুলি
৮১০লক্ষ্মীৰাম বড়ো১নং ধানখনা, মিছামাৰি, তেজপুৰ
৮১১ওৱালী মহম্মদফৰিৰ তোলা হাজো, কামৰূপ
৮১২পৰশমণি কাকতিউদয়াচল, দিশপুৰ , গুৱাহাটী
৮১৩ফুল সিং ডেকামিকিৰ গাওঁ বাৰপুজীয়া, মৰিগাওঁ
৮১৪আনন্দ হাজৰিকা (মদন)লক্ষীমপুৰ
৮১৫বিনয় ভাগৱতীশিলপেটা গাওঁ, ডুমডুমা, তেজপুৰ, শোণিতপুৰ
৮১৬নাৰায়ন নাথনাৰেংকাটী, ঢেকীয়াজুলি, শোণিতপুৰ
৮১৭তুলসী শৰ্মানতুন চিৰাজুলি, শিশুৰী, শোণিতপুৰ
৮১৮হৰেন্দ্ৰ শৰ্মাগড়মাৰা, শোণিতপুৰ
৮১৯শুণ শইকীয়াবেলশিৰি, বালিগাওঁ, শোণিতপুৰ
৮২০তিলক দাসবৰচলা, শোণিতপুৰ
৮২১সুৰেন নাথজাহামাৰী, শোণিতপুৰ
৮২২উমেশ্বৰী দেবীজাহামাৰী, শোণিতপুৰ
৮২৩গঙ্গাৰাম কোচগাভৰু গাঁও, কোচ গাঁও, ঘটুৱা, শোণিতপুৰ
৮২৪তোলন বড়োকঙাহিলৈ বৰগাওঁ, শোণিতপুৰ
৮২৫মুজম বড়োবৰপুখুৰী, জহামাৰি, শোণিতপুৰ
৮২৬নৰেন মহন্তৰাইদঙ্গীয়া, আইভেটী, নগাঁও
৮২৭বাপুটি বৰুৱাপমিলা, শিমলুগুৰী, কচুৱা, নগাঁও
৮২৮কুশৰাম শইকীয়াপমিলা, শিমলুগুৰি, কচুবা, নগাঁও
৮২৯কলিবালা বড়োমাধুৰীবিল ঢেকীয়াজুলি, শোণিতপুৰ
৮৩০ফেলন ঋষি দাসঢেকীয়াজুলি, শোণিতপুৰ
৮৩১বাবুৰাম বড়োঢেকীয়াজুলি, শোণিতপুৰ
৮৩২লক্ষ্মী বৈশ্যঢেকীয়াজুলি, শোণিতপুৰ
৮৩৩হৰমোহন দাসঢেকীয়াজুলি, শোণিতপুৰ
৮৩৪নৰনাথ কাকতিগৰোগাওঁ বৰচাক্ষেৰীকুছী, ৰঙিয়া, কামৰূপ
৮৩৫বীৰেণ ডেকাকাহিবাৰী ৰামদিয়া মাজৰ কুছী, হাজো , কামৰূপ
৮৩৬কান্দুৰা ডেকাকাহিবাৰী ৰামদিয়া মাজৰ কুছী, হাজো , কামৰূপ
৮৩৭প্ৰেমকান্ত বৰাপহুকটা, মাজকুছী, শোণিতপুৰ
৮৩৮তিলক তালুকদাৰবৰপেটা
৮৩৯জীতেন বৰাযোৰহাট
৮৪০গোবিন্দ নাথবৰখাট, ধমধমা
৮৪১নীলমণি হাজৰিকাআমোলাপট্টী, নগাঁও
৮৪২ভদ্ৰ সেনাপতিডবকা, নগাঁও
৮৪৩অম্বেশ্বৰ বৰাচোলাধৰা, যোৰহাট
৮৪৪×ধৰণী কান্ত চৰকাৰমণিচানিমাটী, জতিলগুৰী, গোসাই গাঁও, কোকৰাঝাৰ
৮৪৫আজিজুৰ ৰহমানৰাজাবাজাৰ, কলিতাকুছি, হাজো , কামৰূপ
৮৪৬মুকুত আলিফটাশিল, ধিৰেণপাৰা, গুৱাহাটী
৮৪৭গোবিন্দ লহকৰধেনুমালা পাহাৰ, তেজপুৰ, শোণিতপুৰ
৮৪৮ভুবনেশ্বৰ তালুকদাৰফটাশিল আমবাৰী, গুৱাহাটী
৮৪১চেৰ আলিকমাৰকুচি, নলবাৰী
৮৫০ধৰ্মকান্ত হালৈবগৰীহাটী, নলবাৰী
৮৫১মহন্ত দাসফটাশিল আমবাৰী, আকাশীপথ, গুৱাহাটী
৮৫২মহেন্দ্ৰ দাসফটাশিল আমবাৰী, আকাশীপথ, গুৱাহাটী
৮৫৩উদয় কলিতাগৰমৌ ৰঙিয়া, কামৰূপ
৮৫৪সৰ্বেশ্বৰ নাথবগুৱান, গোৱালপাৰা
৮৫৫বেলোবালা বিশ্বাসদৰকিনা মাৰি বটগুৰি, অভয়াপুৰী, বঙাইগাঁও

[2]। [3]

লগতে চাওক

[সম্পাদনা কৰক]
  1. ↑ নিউজ, প্ৰাগ (১৮-২-২০২২). [pragnews.com "নেলী ১৯৮৩; ন্যায়-অন্যায়ৰ দোমোজাত ইতিহাসৰ এটা অবিস্মৰণীয়, ৰক্তৰঞ্জিত অধ্যায়"]. প্ৰাগনিউজ. pragnews.com। আহৰণ কৰা হৈছে: ৪-১১-২০২৪.
  2. ↑ ডিব্ৰুমুখ, স্মৃতিগ্ৰন্থ, সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলিয়াজান অধিৱেশন। স্মৃতিগ্ৰন্থ সম্পাদনা সমিতি।পৃষ্ঠা নং ১৮০,১৮১,১৮২,১৮৩,১৮৪,১৮৫,১৮৬,১৮৭,১৮৮, ১৮৯,১৯০,১৯১,১৯২, ১৯৩, ১৯৪,১৯৬,১৯৬,১৯৭,১৯৮,১৯৯,২০০ আৰু ২০১।
  3. ↑ Bharat, ETV (১০-১২-২০২১). "শ্বহীদ প্ৰণামো তোমাক : জাতিৰক্ষাৰ যুঁজত আত্মবলিদান দিয়া শ্বহীদক ৰাজ্যজুৰি সোঁৱৰণ - ছবৰীয়া অসম আন্দোলন।". ETV Bharat. https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/martyrs-day-commemorates-martyrs-of-assam-movement-across-the-state/assam20211210082343502। আহৰণ কৰা হৈছে: ৪-৩-২০২৫.