অসম বিজ্ঞান সমিতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম বিজ্ঞান সমিতি (Assam Science Society)

১৯৫৩ চনত অসম বিজ্ঞান সমিতি ( ইংৰাজী: Assam Science Society) প্ৰতিষ্ঠা কৰা হয়।

১৯৬১ চনৰ পৰা অসম বিজ্ঞান সমিতিয়ে বিজ্ঞান জেউতি নামৰ এই দুমহীয়া জনপ্ৰিয় বিজ্ঞান-আলোচনীখন প্ৰকাশ কৰি আহিছে।[1] বৰ্তমান বিজ্ঞান জেউতিৰ সম্পাদক মৌচম হাজৰিকা।


সভাপতিসকল[সম্পাদনা কৰক]

বিজ্ঞান জেউতিৰ সম্পাদকসকল[সম্পাদনা কৰক]

(১ম প্ৰকাশৰ পৰা ১২শ বৰ্ষ (১৯৭৬) লৈ তিনিমহীয়া; ১৩শ বৰ্শ (১৯৭৭) ৰ পৰা দুমহীয়া)

  1. ড° মিনধৰ বৰঠাকুৰ (১/১ ৰ পৰা ১/৩ লৈ) – ১৯৬১-৬২
  2. ড° ভবেন্দ্ৰ নাথ শইকীয়া (১/৪ ৰ পৰা ২/৩ লৈ) – ১৯৬৩-৬৪
  3. ড° মহম্মদ তাহেৰ (২/৪) - ১৯৬৪
  4. ড° ভুৱন মোহন দাস (৩/১ ৰ পৰা ৩/৪ লৈ) – ১৯৬৬-৬৭
  5. ড° শ্যামাপ্ৰসাদ শৰ্মা (৪/১ ৰ পৰা ৭/৪ লৈ) – ১৯৬৮-৭২
  6. ড° চন্দ্ৰমোহন শৰ্মা (৮/১ ৰ পৰা ১৪/৬ লৈ) – ১৯৭২-৭৮
  7. ড° পবিন্দ্ৰনাথ দত্ত (১৫/১ ৰ পৰা ১৬/৬ লৈ) – ১৯৭৯-৮১
  8. ড° সোণেশ্বৰ শৰ্মা (১৭/১ ৰ পৰা ১৯/৬ লৈ) – ১৯৮২-৮৪
  9. দীনেশ বৈশ্য (২০/১ ৰ পৰা ২১/৬ লৈ) – ১৯৮৫-৮৬
  10. ড° শ্যামাপ্ৰসাদ শৰ্মা (২২/১ ৰ পৰা ২৩/৬ লৈ) – ১৯৮৭-৮৯
  11. ড° শিৱনাথ বৰ্মন (২৪/১ ৰ পৰা ২৬/১ লৈ) – ১৯৮৯-৯১
  12. বসন্ত ডেকা (২৬/২ ৰ পৰা ২৯/৪ লৈ) – ১৯৯১-৯৫
  13. ড° নীলমণি বৰা (২৯/৫, ২৯/৬) - ১৯৯৫
  14. ড° অলক কুমাৰ বুঢ়াগোঁহাই (৩০/১ ৰ পৰা ৩১/৬ লৈ) – ১৯৯৫-৯৭
  15. চাকিল জামাল (৩২/১ ৰ পৰা ৩১/৬ লৈ) - ১৯৯৭
  16. ড° প্ৰদীপ শৰ্মা (৩২/৪ ৰ পৰা ৩৩/৫ লৈ) -১৯৯৭-৯৯
  17. ক্ষীৰধৰ বৰুৱা (৩৩/৫ ৰ পৰা) – ১৯৯৯

[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. kitap.co.in ৰ তথ্য
  2. বিজ্ঞান জেউতি, ৩৫/৩, অক্টোৱৰ-নৱেম্বৰ, ২০০০

বাহ্যিক সংযোগ[সম্পাদনা কৰক]