অসম বিজ্ঞান সমিতি
অসম বিজ্ঞান সমিতি (Assam Science Society) | |
---|---|
১৯৫৩ চনত অসম বিজ্ঞান সমিতি ( ইংৰাজী: Assam Science Society) প্ৰতিষ্ঠা কৰা হয়।
১৯৬১ চনৰ পৰা অসম বিজ্ঞান সমিতিয়ে বিজ্ঞান জেউতি নামৰ এই দুমহীয়া জনপ্ৰিয় বিজ্ঞান-আলোচনীখন প্ৰকাশ কৰি আহিছে।[1] বৰ্তমান বিজ্ঞান জেউতিৰ সম্পাদক মৌচম হাজৰিকা।
সভাপতিসকল[সম্পাদনা কৰক]
বিজ্ঞান জেউতিৰ সম্পাদকসকল[সম্পাদনা কৰক]
(১ম প্ৰকাশৰ পৰা ১২শ বৰ্ষ (১৯৭৬) লৈ তিনিমহীয়া; ১৩শ বৰ্শ (১৯৭৭) ৰ পৰা দুমহীয়া)
- ড° মিনধৰ বৰঠাকুৰ (১/১ ৰ পৰা ১/৩ লৈ) – ১৯৬১-৬২
- ড° ভবেন্দ্ৰ নাথ শইকীয়া (১/৪ ৰ পৰা ২/৩ লৈ) – ১৯৬৩-৬৪
- ড° মহম্মদ তাহেৰ (২/৪) - ১৯৬৪
- ড° ভুৱন মোহন দাস (৩/১ ৰ পৰা ৩/৪ লৈ) – ১৯৬৬-৬৭
- ড° শ্যামাপ্ৰসাদ শৰ্মা (৪/১ ৰ পৰা ৭/৪ লৈ) – ১৯৬৮-৭২
- ড° চন্দ্ৰমোহন শৰ্মা (৮/১ ৰ পৰা ১৪/৬ লৈ) – ১৯৭২-৭৮
- ড° পবিন্দ্ৰনাথ দত্ত (১৫/১ ৰ পৰা ১৬/৬ লৈ) – ১৯৭৯-৮১
- ড° সোণেশ্বৰ শৰ্মা (১৭/১ ৰ পৰা ১৯/৬ লৈ) – ১৯৮২-৮৪
- দীনেশ বৈশ্য (২০/১ ৰ পৰা ২১/৬ লৈ) – ১৯৮৫-৮৬
- ড° শ্যামাপ্ৰসাদ শৰ্মা (২২/১ ৰ পৰা ২৩/৬ লৈ) – ১৯৮৭-৮৯
- ড° শিৱনাথ বৰ্মন (২৪/১ ৰ পৰা ২৬/১ লৈ) – ১৯৮৯-৯১
- বসন্ত ডেকা (২৬/২ ৰ পৰা ২৯/৪ লৈ) – ১৯৯১-৯৫
- ড° নীলমণি বৰা (২৯/৫, ২৯/৬) - ১৯৯৫
- ড° অলক কুমাৰ বুঢ়াগোঁহাই (৩০/১ ৰ পৰা ৩১/৬ লৈ) – ১৯৯৫-৯৭
- চাকিল জামাল (৩২/১ ৰ পৰা ৩১/৬ লৈ) - ১৯৯৭
- ড° প্ৰদীপ শৰ্মা (৩২/৪ ৰ পৰা ৩৩/৫ লৈ) -১৯৯৭-৯৯
- ক্ষীৰধৰ বৰুৱা (৩৩/৫ ৰ পৰা) – ১৯৯৯
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ kitap.co.in ৰ তথ্য
- ↑ বিজ্ঞান জেউতি, ৩৫/৩, অক্টোৱৰ-নৱেম্বৰ, ২০০০