অসম সাহিত্য সভাৰ নৱম বিশেষ বাৰ্ষিক হাফলং অধিৱেশন (২০১৬)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসম সাহিত্য সভাৰ নৱম বিশেষ বাৰ্ষিক অধিৱেশন তিনিদিনীয়া কাৰ্যসূচীৰে ২০১৬ চনৰ ২ ফেব্ৰুৱাৰীৰ পৰা ডিমা হাছাও জিলাহাফলং চহৰৰ সোণাৰাম থাউচেন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হয়। ড° ধ্ৰুৱজ্যোতি বৰাই সভাপতিত্ব কৰা এই অধিৱেশনখনত সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাং, ঔপন্যাসিক য়েছে দৰজে ঠংচি, ড° ৰীতা চৌধুৰী আৰু ত্ৰিপুৰাৰ দুগৰাকী বিশিষ্ট সাহিত্যিক চন্দ্ৰকান্ত মুড়াসিংহ আৰু ড° আশীষ কুমাৰ বৈদ্যই অংশগ্ৰহণ কৰে।

আলোচনাচক্ৰ[সম্পাদনা কৰক]

উক্ত অধিৱেশনত কছাৰী ৰাজ-পৃষ্ঠপোষকতা আৰু অসমৰ ভাষা-সাহিত্য-সংস্কৃতি শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]