অৰণ্যানী
অৱয়ব
| অৰণ্যানী | |
|---|---|
| অৰণ্য আৰু বন্যপ্ৰাণীৰ দেৱী[1] | |
অৰণ্যানী দেৱীৰ চিত্ৰকলা | |
| সম্পৰ্ক | দেৱী |
| আসন/বাহন | ঘোঁৰা |
| হিন্দু পাঠ্য | ঋকবেদ |
অৰণ্যানী[2] হ'ল হিন্দু ধৰ্মৰ মতে অৰণ্য আৰু ইয়াৰ ভিতৰত বাস কৰা বন্যপ্ৰাণীৰ দেৱী (বন দেৱী)।[3]
সাহিত্য
[সম্পাদনা কৰক]ঋগবেদৰ অন্যতম বৰ্ণনাত্মক গীতত অৰণ্যনীৰ কথা উল্লেখ আছে। অৰণ্যনী সূক্তমত (ঋগবেদৰ দশম মণ্ডলৰ ১৪৬ নং গীতত)[4] অৰণ্যানী দেৱীক নিৰ্ভীক বুলি বৰ্ণনা কৰা হৈছে। লগতে তাইক নৃত্যশিল্পী বুলিও বৰ্ণনা কৰা হৈছে।
অৰণ্যনি দেৱীৰ সাদৃশ্য আছে পশ্চিমবংগৰ বনবিবি, গোৱা আৰু কংকন অঞ্চলৰ বনদেৱতা, দক্ষিণ ভাৰতৰ কিছু অংশৰ বনদুৰ্গা আদিৰ লগত। আধুনিক হিন্দু ধৰ্মত তাইৰ পূজা হ্ৰাস পাইছে, আৰু অৰণ্যনীক উৎসৰ্গিত মন্দিৰ পোৱাটো বিৰল। অৱশ্যে বিহাৰৰ আৰাহত এটা অৰণ্যানী দেৱীৰ মন্দিৰ আছে, যাক অৰণ্য দেৱী মন্দিৰ বুলি জনা যায়।[5] তাইক কেতিয়াবা কল্পবৃক্ষ নামৰ ঐশ্বৰিক গছৰ মালিক বুলি গণ্য কৰা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Aranyani, Araṇyāni, Araṇyānī: 9 definitions". 28 December 2018. https://www.wisdomlib.org/definition/aranyani.
- ↑ www.wisdomlib.org (2021-08-27). "Rig Veda 10.146.1 [English translation"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/rig-veda-english-translation/d/doc840209.html। আহৰণ কৰা হৈছে: 2022-11-10.
- ↑ Murphy, Patrick D.; Gifford, Terry; Yamazato, Katsunori (1998) (en ভাষাত). Literature of Nature: An International Sourcebook. Taylor & Francis. পৃষ্ঠা. 317. ISBN 978-1-57958-010-0. https://books.google.com/books?id=gw9qkwbIKCkC&dq=aranyani+goddess+of+the+forest&pg=PA317.
- ↑ "Hymn to a Forest Nymph in the Rig Veda". Archived from the original on 30 January 2020. https://web.archive.org/web/20200130052835/https://www.speakingtree.in/blog/hymn-to-a-forest-nymph-in-the-rig-veda.
- ↑ Dalal, Roshen (2010). The Religions of India: A Concise Guide to Nine Major Faiths. প্ৰকাশক India: Penguin Books India. পৃষ্ঠা. 28. ISBN 9780143415176. https://books.google.com/books?id=pNmfdAKFpkQC&q=The+Religions+of+India%3A+A+Concise+Guide+to+Nine+Major+Faiths+page+28&pg=PA40.