অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ
অৱয়ব
| অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ | |
|---|---|
| স্থাপিত | ২০১২ |
| ধৰণ | ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয় |
| ধৰ্মীয় ভুক্তি | UGC, AIU, NAAC, BCI, NCTE, RCI, AICTE, PCI, SNC |
| আচাৰ্য | কমল লোচন আগৰৱালা |
| উপাচাৰ্য | বি. মোহন কুমাৰ |
| শৈক্ষিক কৰ্মচাৰী | ২৬৯ |
| শিক্ষাৰ্থী | ৪৩০০ |
| স্থান | নলেজ চিটি, নামচাই, অৰুণাচল প্ৰদেশ, ভাৰতবৰ্ষ |
| চৌহদ | গ্ৰাম্য, ৬৩ একৰ (25 হেক্টৰ) |
| ৱেবছাইট | www |
অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। [1]
অৱস্থিত
[সম্পাদনা কৰক]বিশ্ববিদ্যালয়খন অৰুণাচল প্ৰদেশ ৰাজ্যৰ নামচাই জিলাৰ নলেজ চিটি নামৰ ঠাইত অৱস্থিত।
ইতিহাস
[সম্পাদনা কৰক]বিশ্ব শিক্ষা মিছন নামৰ এটা দাতব্য বেচৰকাৰী সংস্থাই অৰুণাচল প্ৰদেশৰ নামচাই জিলাত অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ প্ৰতিষ্ঠা কৰে। অৰুণাচল প্ৰদেশৰ অৰুণাচল বিশ্ববিদ্যালয় অধ্যয়ন আইন ২০১২ (২০১২ চনৰ ৯ নং) অনুসৰি ৩০ মে', ২০১২ তাৰিখে অৰুণাচল প্ৰদেশৰ অসাধাৰণ চৰকাৰী ৰাজপত্ৰত আইনখন প্ৰকাশ কৰা হৈছে।
পাঠ্যক্ৰম[2]
[সম্পাদনা কৰক]- ফাৰ্মাচী
- নাৰ্চিং
- পেৰামেডিকেল
- কৃষি বিজ্ঞান
- বিজ্ঞান
- অভিযান্ত্ৰিক আৰু প্ৰযুক্তি
- পুথিভঁৰাল আৰু তথ্য বিজ্ঞান
- শিক্ষা
- বিশেষ শিক্ষা
- শাৰীৰিক শিক্ষা
- কলা
- সামাজিক ক্ষেত্ৰত ডিপ্লমা
- ডক্টৰেট পৰ্যায়ৰ কাৰ্যসূচী
- বিজ্ঞান
- ডিজাইন
- পৰিবেশন কলা
- বাণিজ্য
- পৰিচালনা
- আইনী অধ্যয়ন
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Best Private University in Arunachal Pradesh, Colleges Northeast India". www.arunachaluniversity.ac.in. https://www.arunachaluniversity.ac.in/। আহৰণ কৰা হৈছে: 2024-02-23.[সংযোগবিহীন উৎস]
- ↑ "Arunachal University of Studies". CollegeDekho. https://www.collegedekho.com/colleges/arunachal-university-of-studies-namsai-courses। আহৰণ কৰা হৈছে: 5 January 2025.
