সমললৈ যাওক

অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ
স্থাপিত ২০১২ (2012)
ধৰণ ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়
ধৰ্মীয় ভুক্তি UGC, AIU, NAAC, BCI, NCTE, RCI, AICTE, PCI, SNC
আচাৰ্য কমল লোচন আগৰৱালা
উপাচাৰ্য বি. মোহন কুমাৰ
শৈক্ষিক কৰ্মচাৰী ২৬৯
শিক্ষাৰ্থী ৪৩০০
স্থান নলেজ চিটি, নামচাই, অৰুণাচল প্ৰদেশ, ভাৰতবৰ্ষ
চৌহদ গ্ৰাম্য, ৬৩ একৰ (25 হেক্টৰ)
ৱেবছাইট www.arunachaluniversity.ac.in

অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। [1]

অৱস্থিত

[সম্পাদনা কৰক]

বিশ্ববিদ্যালয়খন অৰুণাচল প্ৰদেশ ৰাজ্যৰ নামচাই জিলাৰ নলেজ চিটি নামৰ ঠাইত অৱস্থিত।

বিশ্ব শিক্ষা মিছন নামৰ এটা দাতব্য বেচৰকাৰী সংস্থাই অৰুণাচল প্ৰদেশনামচাই জিলাত অৰুণাচল ইউনিভাৰ্ছিটি অফ ষ্টাডিজ প্ৰতিষ্ঠা কৰে। অৰুণাচল প্ৰদেশৰ অৰুণাচল বিশ্ববিদ্যালয় অধ্যয়ন আইন ২০১২ (২০১২ চনৰ ৯ নং) অনুসৰি ৩০ মে', ২০১২ তাৰিখে অৰুণাচল প্ৰদেশৰ অসাধাৰণ চৰকাৰী ৰাজপত্ৰত আইনখন প্ৰকাশ কৰা হৈছে।

পাঠ্যক্ৰম[2]

[সম্পাদনা কৰক]
  1. ফাৰ্মাচী
  2. নাৰ্চিং
  3. পেৰামেডিকেল
  4. কৃষি বিজ্ঞান
  5. বিজ্ঞান
  6. অভিযান্ত্ৰিক আৰু প্ৰযুক্তি
  7. পুথিভঁৰাল আৰু তথ্য বিজ্ঞান
  8. শিক্ষা
  9. বিশেষ শিক্ষা
  10. শাৰীৰিক শিক্ষা
  11. কলা
  12. সামাজিক ক্ষেত্ৰত ডিপ্লমা
  13. ডক্টৰেট পৰ্যায়ৰ কাৰ্যসূচী
  14. বিজ্ঞান
  15. ডিজাইন
  16. পৰিবেশন কলা
  17. বাণিজ্য
  18. পৰিচালনা
  19. আইনী অধ্যয়ন

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Best Private University in Arunachal Pradesh, Colleges Northeast India". www.arunachaluniversity.ac.in. https://www.arunachaluniversity.ac.in/। আহৰণ কৰা হৈছে: 2024-02-23. [সংযোগবিহীন উৎস]
  2. "Arunachal University of Studies". CollegeDekho. https://www.collegedekho.com/colleges/arunachal-university-of-studies-namsai-courses। আহৰণ কৰা হৈছে: 5 January 2025.