অৰ্চি

অৰ্চি (ইংৰাজী: Archi) এগৰাকী ৰাণী, আৰু হিন্দু পৌৰাণিকত লক্ষ্মী ৰ এগৰাকী পাৰ্থিৱ অৱতাৰ।[1] ভাগৱত পুৰাণ অনুসৰি [2] অৰ্চি ৰজা বেণৰ শৰীৰৰ পৰা উদ্ভৱ হৈছে আৰু তেওঁৰ স্বামী ৰজা পৃথু। তেওঁলোকৰ দুয়েজন ক্ৰমে লক্ষ্মী আৰু বিষ্ণুৰ অৱতাৰ বুলি কোৱা হয়।[3]
| এই সাঁচটো নিম্নোক্ত প্ৰবন্ধৰ এক অংশ |
| বৈষ্ণৱ ধৰ্ম |
|---|
| প্ৰধান দেৱতা (ত্ৰিমুৰ্তি) |
| অনান্য দেৱ দেৱী |
|
| হিন্দু ধৰ্মগ্ৰন্থ |
| সম্প্ৰদায় |
| দাৰ্শনিক-আচাৰ্য |
| সম্পৰ্কীয় পৰম্পৰা |
| হিন্দু ধৰ্ম |
অৰ্চিই পত্নী হিচাপে স্বামীৰ পিছে পিছে সন্ন্যাসৰ বাবে অৰণ্যলৈ গৈছিল। যেতিয়া তেওঁৰ স্বামী পৃথুৰ মৃত্যু হয়, তেতিয়া অৰ্চিয়ো কৰ্তব্যপৰায়ণভাৱে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ কৰে। ৰাণীয়ে প্ৰয়োজনীয় অন্ত্যেষ্টিক্ৰিয়াৰ কাম-কাজ সম্পন্ন কৰিছিল আৰু পানীৰ বলিদান আগবঢ়াইছিল। নদীত গা ধুই বিভিন্ন গ্ৰহ ব্যৱস্থাত আকাশত অৱস্থিত বিভিন্ন অৰ্ধদেৱতাক প্ৰণাম জনাইছিল। তাৰ পিছত তোওঁই জুইৰ প্ৰদক্ষিণ কৰি স্বামীৰ কমল চৰণৰ কথা ভাবি থাকোঁতে অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰাত প্ৰৱেশ কৰি আত্মহত্যা কৰিছিল। — শ্ৰীমদ্ভাগৱত (ভাগৱত পুৰাণ) (কান্ত ৪, অধ্যায় ২৩, পদ ২২)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Srikrishna Prapnnachari. The Crest Jewel: Srimadbhagwata Mahapuran with Mahabharata. Srikrishna Prapnnachari. পৃষ্ঠা. 94–100. ISBN 9788175258556.
- ↑ "Śrīmad-Bhāgavatam (Bhāgavata Purāṇa)". http://vedabase.com/en/sb/. Trans. by A. C. Bhaktivedanta Swami Prabhupada: 4, 15, 1—6; 4, 23, 19—29
- ↑ Tapasyananda, Swami (en ভাষাত). Srimad Bhagavata – Volume 1. Sri Ramakrishna Math(vedantaebooks.org). https://books.google.com/books?id=dNyBDwAAQBAJ&dq=prithu+archi&pg=PA50-IA60.