সমললৈ যাওক

অপৰ্ণা দীক্ষিত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অৰ্পণা দীক্ষিতৰ পৰা পুনঃনিৰ্দেশিত)
অৰ্পণা দীক্ষিত
জন্ম ২০ অক্টোবৰ, ১৯৯১ (৩৪ বছৰ)[1]
আগ্ৰা, উত্তৰপ্ৰদেশ, ভাৰত
বাসগৃহ মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা
  • অভিনয়
সক্ৰিয় হৈ থকা সময় ২০১৩-বৰ্তমান
উচ্চতা  ফুট  ইঞ্চি (১.৬০ মিটাৰ)[1]

অপৰ্ণা দীক্ষিত (ইংৰাজী: Aparna Dixit; জন্ম ২০ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় টেলিভিচন অভিনেত্ৰী। ২০১৩ চনত ষ্টাৰপ্লাছৰ পৌৰাণিক ধাৰাবাহিক 'মহাভাৰত'ত তেওঁ অম্বিকাৰ চৰিত্ৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল।[1] তেওঁ লাইফ অকেৰ নাটক চিৰিজ 'কেলাশ'ত দেৱীকা গৰেৱালৰ চৰিত্ৰত সৰ্বাধিক পৰিচিত হৈছিল আৰু টেলিভিচন ধাৰাবাহিক 'পবিত্ৰ ৰিস্তা' আৰু 'ইয়ে দিল সুন ৰাহা হ্যে'ত অভিনয় কৰিছিল। তেওঁ চনী টিভিৰ ২০১৭ চনৰ চিৰিজ 'পোৰস'ত আলেকজাণ্ডাৰ দ্যা গ্ৰেটৰ পত্নী ৰুক্সানাৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ কালাৰ্চ টিভিৰ শ্ব’ 'বেপানাহ প্যাৰ'ত বাণীৰ চৰিত্ৰত উপস্থিত হৈছিল। বৰ্তমান তেওঁ ডংগল টিভিৰ শ্ব’ 'প্যাৰ কি লুকা ছুপি'ৰ মুখ্য ভূমিকা ৰচনা কৰিছে।

জন্ম পৰিচয়

[সম্পাদনা কৰক]

দীক্ষিতে ১৯৯১ চনৰ ২০ অক্টোবৰত উত্তৰপ্ৰদেশৰ আগ্ৰাত জন্মগ্ৰহণ কৰে।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

দীক্ষিতে তেওঁৰ শিক্ষা জীৱন আগ্ৰাহোলী পাব্লিক স্কুলৰ পৰা আৰম্ভ কৰে। তেওঁ ভৌতিক বিজ্ঞানত (অনাৰ্চ) বিএছচি ডিগ্ৰী দিল্লী বিশ্ববিদ্যালয়ৰ পৰা লয়।

টেলিভিচন

[সম্পাদনা কৰক]
চনধাৰাবাহিকচৰিত্ৰচেনেল টোকা
২০১৩– ২০১৪মহাভাৰতঅম্বিকাষ্টাৰপ্লাছ
পবিত্ৰ ৰিস্তামানসীজী টিভি
২০১৪– ২০১৫মেৰী আশিকী তুম সে হীগৌৰিকালাৰ্চ টিভি
য়ে দিল সুন ৰহা হ্যেপুৰৱী সিংSony Pal
২০১৫– ২০১৭কেলাশদেৱীকা গৰেৱাললাইফ অকে
২০১৬বক্স ক্ৰিকেট লীগনিজেকালাৰ্চ টিভি
২০১৮পোৰসৰুক্সানাচনী টিভি [2]
লাল ইস্কসাৱিত্ৰীএণ্ডটিভিএপিচ’দিক ভূমিকা
২০১৯বেপানহা প্যাৰবাণী ৰঘুবীৰ মালহোত্ৰাকালাৰ্চ টিভি [3]
খাট্ৰা খাট্ৰা খাট্ৰানিজে
২০১৯–বৰ্তমানপ্যাৰ কী লুকা চুপিসৃষ্টি যাদৱডংগল টিভি

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]