সমললৈ যাওক

আঁচল শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আঁচল শৰ্মা
জন্ম ১৯৯০
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৫–বৰ্তমান
দাম্পত্যসঙ্গী উদিপ শ্ৰেষ্ঠ (বিবাহ: ২০২০)[1]


আঁচল শৰ্মা (आँचल शर्मा) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী।[2] তেওঁ নাই নভন্নু ল ৪ চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল।[3] ২০১৮ চনত, তেওঁ শত্ৰু গেট আৰু জনি জেণ্টলমেনত অভিনয় কৰিছিল।[4][5] তেওঁ হিন্দী সংগীত ভিডিঅ’ তেৰি মেৰী দাস্তানতো অংশ লৈছিল।[6]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

আঁচল শৰ্মাই ১৯৯৫ চনৰ ১৮ মাৰ্চত কাঠমাণ্ডুত জন্মগ্ৰহণ কৰিছিল। নেপালী চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ সৌন্দৰ্য্য প্ৰতিযোগিতাত জয়ী হৈছিল।[7]

চলচ্চিত্ৰ তালিকা

[সম্পাদনা কৰক]
বছৰ শিৰোনাম ভাষা চৰিত্ৰ
২০১৬ নাই নভন্নু ল ৪ নেপালী আঁচল
২০১৭ জনি জেণ্টলমেন নেপালী
২০১৮ শত্ৰু গেট নেপালী
২০১৮ ব্লেক নেপালী
২০১৯ ডাল, ভাত, তৰকাৰি নেপালী
২০২২ ঝিংগিয়ে দাউ নেপালী
২০২২ হিটমেন [8] তেলুগু

ৱিকিপিডিয়াৰ সংযোগ

[সম্পাদনা কৰক]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "What's trending on YouTube this week?" (en ভাষাত). The Kathmandu Post. https://kathmandupost.com/art-culture/2020/03/18/what-s-trending-on-youtube-this-week। আহৰণ কৰা হৈছে: 10 November 2020. 
  2. "सुन्दरको कमेडीमा आँचलको आक्रोश" (en-US ভাষাত). Online Khabar. https://www.onlinekhabar.com/2021/10/1022645। আহৰণ কৰা হৈছে: 2021-10-05. 
  3. "Too much of drama" (en-US ভাষাত). 9 April 2016. https://thehimalayantimes.com/entertainment/movie-review/too-much-of-drama/. 
  4. "MaHa's Satru Gate in post-production" (en ভাষাত). http://kathmandupost.ekantipur.com/news/2018-01-28/mahas-satru-gate-in-post-production.html. 
  5. "Johnny Gentleman goes to Chitwan" (en ভাষাত). http://kathmandupost.ekantipur.com/news/2017-08-13/johnny-gentleman-goes-to-chitwan.html. 
  6. "Director Nitin Chand recently launched his historical music video "Teri Meri Dastaan"". Asian News International (ANI). 11 February 2023. https://www.aninews.in/news/business/business/director-nitin-chand-recently-launched-his-historical-music-video-teri-meri-dastaan20230211130123/. [সংযোগবিহীন উৎস]
  7. "আঁচল শৰ্মা" (en-US ভাষাত). Nepali Trends. 2018-01-20. Archived from the original on 2025-04-25. https://web.archive.org/web/20250425151355/https://www.nepalitrends.com/aanchal-sharma/। আহৰণ কৰা হৈছে: ২২ জুলাই, ২০১৮. 
  8. "Teaser of South Indian movie Hitman, featuring Nepali stars, released". The Himalayan. 8 January 2022. https://thehimalayantimes.com/entertainment/teaser-of-south-indian-movie-hitman-featuring-nepali-stars-released.