আঁধাৰে আলো
অৱয়ব
| আঁধাৰে আলো | |
|---|---|
| পৰিচালক | হৰিদাস ভট্টাচাৰ্য |
| চিত্ৰনাট্য | হৰিদাস ভট্টাচাৰ্য |
| কাহিনী | শৰৎচন্দ্ৰ চেটাৰ্জী |
| ভিত্তি | “আঁধাৰে আলো” |
| প্ৰযোজক | কানন ভট্টাচাৰ্য |
| অভিনয়ত | সুমিত্ৰা দেৱী বসন্ত চৌধুৰী বিকাশ ৰায় |
| চিত্ৰগ্ৰহণকাৰী | জি কে মেহতা |
| সম্পাদনা | দুলাল দত্ত |
| সংগীত পৰিচালক | জ্ঞানপ্ৰকাশ ঘোষ |
| পৰিবেশক | নাৰায়ণ পিকচাৰ্ছ প্ৰাইভেট লিঃ |
মুক্তি |
এপ্ৰিল ১২, ১৯৫৭ |
| দেশ | ভাৰত |
| ভাষা | বঙালী |
আঁধাৰে আলো (ইংৰাজী: Andhare Alo) হৰিদাস ভট্টাচাৰ্যৰ পৰিচালিত আৰু ১৯৫৭ চনত ভাৰতৰ পৰা নিৰ্মিত বঙালী ভাষাৰ এখন নাট্যধৰ্মী ছবি। ছবিখন শ্ৰীমতী পিকচাৰ্ছৰ বেনাৰত কানন ভট্টাচাৰ্যই প্ৰযোজনা কৰিছিল। শৰৎ চন্দ্ৰ চেটাৰ্জীৰ ৰচনা আঁধাৰে আলো গল্পৰ আধাৰত নিৰ্মিত ছবিখনত সুমিত্ৰা দেৱী, বসন্ত চৌধুৰী আৰু বিকাশ ৰায়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।[1] ১৯৫৭ চনৰ ১২ এপ্ৰিলত ছবিখন মুক্তি পায়।[2] ৫ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত আঁধাৰে আলোই দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বাবে চাৰ্টিফিকেট অফ মেৰিট আৰু বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ বাবে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে।[3]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- সুমিত্ৰা দেৱী - বিজলী
- বসন্ত চৌধুৰী - সত্যেন্দ্ৰ
- বিকাশ ৰায়
- যমুনা সিংহ - ৰাধাৰাণী
- নীলিমা দাস
- পদ্মা দেৱী - সত্যেন্দ্ৰেৰ মাক
- জীবন বসু
- ভানু বন্দ্যোপাধ্যায়
- অমৰ মল্লিক
- তুলসী চক্ৰবৰ্তী
- শ্যাম লাহা
- অজিত চট্টোপাধ্যায়
- খগেন পাঠক
- অনাদি বন্দ্যোপাধ্যায়
- শৈলেন মুখোপাধ্যায়
- পান্নালাল
- শ্ৰীমান বুলু
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "আঁধাৰে আলো (১৯৫৭) / সাদা-কালো/১৩ ৰীল/৩৫ মিমি.". banglacinema100.com. https://banglacinema100.com/movie-details/YlhsaWNFNXhWRVZSUnk5UUwySXJUM2hMUkROYVVUMDk%3D। আহৰণ কৰা হৈছে: 5 April 2025.
- ↑ "Andhare Alo". timesofindia.indiatimes.com. https://timesofindia.indiatimes.com/entertainment/bengali/movie-details/andhare-alo/movieshow/67125167.cms। আহৰণ কৰা হৈছে: 5 April 2025.
- ↑ "5TH NATIONAL FILM AWARD- STATE AWARDS FOR FILMS- REGIONAL AWARDS". Archived from the original on 2019-10-11. https://web.archive.org/web/20191011163643/https://www.dff.nic.in/images/Documents/109_5thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 11-10-2019.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আঁধাৰে আলো সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
| |||||||||||||