আউন্স

অসমীয়া ৱিকিপিডিয়াৰ পৰা


আউন্স (ইংৰাজী: Ounce) হ’ল ওজন আৰু আয়তন পৰিমাপৰ একক বিশেষ। ঘাইকৈ ব্ৰিটিছ সাম্ৰাজ্যত প্ৰচলিত এই এককৰ ব্যৱহাৰ বৰ্তমান প্ৰায় অপ্ৰচলিত। সংক্ষেপে ‘১ আউন্স’ একক ‘1 Oz’ বুলি লিখা হয়।[1] কঠিন পদাৰ্থৰ ওজনৰ ক্ষেত্ৰত ১ আউন্স= প্ৰায় ২৮.৩৫ গ্ৰাম তৰল পদাৰ্থৰ ওজনৰ ক্ষেত্ৰত ১ আউন্স= প্ৰায় ২৮.৪৩ ঘন চেণ্টিমিটাৰ

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, পৃষ্ঠা নং: ৭৬