আকৰ্ষ খুৰানা
আকৰ্ষ খুৰানা | |
---|---|
জন্ম | মুম্বাই |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | ছেইণ্ট জেভিয়াৰকলেজ, মুম্বাই |
পেচা | অভিনেতা লেখক পৰিচালক প্ৰযোজক |
উল্লেখযোগ্য কৰ্ম |
|
আকৰ্ষ খুৰানা(ইংৰাজী: Akarsh Khurana) এগৰাকী ভাৰতীয় পৰিচালক, লেখক আৰু অভিনেতা। তেঁও অভিনেতা, পৰিচালক আকাশ খুৰানাৰ পুত্ৰ।[1] তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহ হৈছে টিভিএফ ট্ৰিপলিং (এজন লেখক হিচাপে)[2] , ইয়ে মেৰী ফেমীলি (অভিনেতা),[3] মিচমেচ্চড (পৰিচালক হিচাপে)[4] আৰু কৃষ (এজন সহায়ক চিত্ৰনাট্য লেখক হিচাপে)।[5]
জীৱনী
[সম্পাদনা কৰক]আকৰ্ষ খুৰানাই মুম্বাইৰ ছেইণ্ট জেভিয়াৰকলেজৰ পৰা পৰিসংখ্যা বিজ্ঞানত স্নাতক সন্মান অৰ্জন কৰিছে।[6] তেওঁ মিউজিয়াম কে আণ্ডাৰ ফঁচ গয়া সিকন্দৰ (নাইট এট দা মিউজিয়ামৰ এটা ডাব কৰা সংস্কৰণ) চলচ্চিত্ৰৰ যোগেদি কৰ্মজীৱন আৰম্ভ কৰিছিল।[7] তেওঁ নিজৰ কোম্পানী একেভেৰীআচ প্ৰডাকচনৰ সৈতে দা ভাইৰেল ফিভাৰ আৰু আৰ এছ এণ্টাৰটেইনমেণ্ট আদি বিভিন্ন কোম্পানীত কাম কৰাৰ ১৫ বছৰৰো অধিক অভিজ্ঞতা লাভ কৰিছে।[6]
২০২০ চনৰ ছেপ্টেম্বৰত তেওঁ তেওঁৰ ভাতৃ আধাৰ খুৰানাৰ সৈতে ট্ৰাইকা প্ৰডাকচনৰ এটা নতুন কোম্পানী আৰম্ভ কৰিছিল।[8]
ৱেব চিৰিজ আৰু চলচ্চিত্ৰৰ লগতে তেওঁ ছবিগৃহতো প্ৰদৰ্শন কৰে।
২০২১ চনৰ মে' মাহলৈকে, তেওঁ নতুন ক্ৰীড়াভিত্তিক নাটক চলচ্চিত্ৰ ৰশ্মি ৰকেটত কাম কৰি আছে।[9][10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Talking Fatherhood And Films With Akash, Akarsh, And Adhaar Khurana" (en-GB ভাষাত). 2018-04-17. https://www.mansworldindia.com/culture/art/talking-fatherhood-films-akash-akarsh-adhaar-khurana/। আহৰণ কৰা হৈছে: 2021-05-21.
- ↑ Nevatia, Shreevatsa (2016-09-17). "FC Web Watch: Tripling" (en-US ভাষাত). Film Companion. https://www.filmcompanion.in/features/bollywood-features/fc-web-watch-3/। আহৰণ কৰা হৈছে: 2021-05-21.
- ↑ "TVF's Yeh Meri Family: This nostalgic trip teaches the importance of siblings" (en ভাষাত). The Indian Express. 2018-07-23. https://indianexpress.com/article/entertainment/web-series/tvf-ye-meri-family-review-5270215/। আহৰণ কৰা হৈছে: 2021-05-21.
- ↑ "Director Akarsh Khurana, writer Gazal Dhaliwal discuss Netflix's Mismatched and adapting a popular book to screen-Entertainment News , Firstpost". Firstpost. 2020-11-24. https://www.firstpost.com/entertainment/director-akarsh-khurana-writer-gazal-dhaliwal-discuss-netflixs-mismatched-and-adapting-a-popular-book-to-screen-9044911.html। আহৰণ কৰা হৈছে: 2021-05-21.
- ↑ "Akarsh Khurana: Three years of working on 'Krrish' were like film school for me - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/akarsh-khurana-three-years-of-working-on-krrish-were-like-film-school-for-me/articleshow/65257991.cms। আহৰণ কৰা হৈছে: 2021-05-21.
- ↑ 6.0 6.1 "Akarsh Khurana". LinkedIn. https://www.linkedin.com/in/akarsh-khurana-52872b15?originalSubdomain=in.
- ↑ "Museum Ke Andar Phans Gaya Sikandar (2006) - Movie | Reviews, Cast & Release Date - BookMyShow". in.bookmyshow.com. https://in.bookmyshow.com/movies/museum-ke-andar-phans-gaya-sikandar/ET00000061। আহৰণ কৰা হৈছে: 2021-05-20.
- ↑ "TROIKA PRODUCTIONS LLP - Company, directors and contact details | Zauba Corp". www.zaubacorp.com. https://www.zaubacorp.com/company/TROIKA-PRODUCTIONS-LLP/AAT-8367। আহৰণ কৰা হৈছে: 2021-05-21.
- ↑ "Tamil director Nanda Periyasamy makes Hindi debut with 'Rashmi Rocket'" (en ভাষাত). The News Minute. 2019-09-04. https://www.thenewsminute.com/article/tamil-director-nanda-periyasamy-makes-hindi-debut-rashmi-rocket-108349। আহৰণ কৰা হৈছে: 2021-05-21.
- ↑ "Rashmi Rocket - Wikipedia" (en ভাষাত). en.m.wikipedia.org. https://en.m.wikipedia.org/wiki/Rashmi_Rocket। আহৰণ কৰা হৈছে: 2021-05-21.
বাহ্যিক সংযোগসমূহ
[সম্পাদনা কৰক]- আকৰ্ষ খুৰানা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।