সমললৈ যাওক

আটাইতকৈ দামী আলোকচিত্ৰৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ষ্টেইচেনেৰ দ্য পণ্ড-মুনলাইট
বিলি দ্য কিড
দিমিট্ৰি মেডভেডেভৰ ক’লা-বগা ট’বলস্ক ক্ৰেমলিনৰ ফটো এখনৰ কপি ২০১০ চনৰ জানুৱাৰি‍ মাহত ৫১ মিলিয়ন ৰুবলত বিক্ৰী হৈছিল।


এই পৃষ্ঠাত আটাইতকৈ দামী আলোকচিত্ৰৰ এখন তালিকা (মাৰ্কিন ডলাৰত অন্যথা তালিকাত উল্লেখ কৰা হৈছে) দিয়া হৈছে‍।

ৰ‌্যাঙ্ক শিল্পী কাজ মূল্য date বিক্ৰেতা/নিলাম
আন্দ্ৰেয়াছ গুৰ্স্কি ৰহেইন ২ (১৯৯৯) $৪,৩৩৮,৫০০ নৱেম্বৰ ৮, ২০১১ ক্ৰিষ্টি’ছ নিউয়ৰ্ক।[1]
চিণ্ডী শ্বাৰমান শিৰোনামহীন #৯৬ (১৯৮১) $৩,৮৯০,৫০০ মে ২০১১ ক্ৰিষ্টি’ছ নিউয়ৰ্ক।[2] ২০১২ চনৰ মে’ মাহৰ ক্ৰীষ্টিৰ নিলামত আনটাইটেল্ড #৯৬ৰ সপ্তম প্ৰিন্ট ২.৮৮ মিলিয়ন ডলাৰত বিক্ৰী হয়।[3]
জেফ ৱাল "ডেড ট্ৰুপছ ৱাক (১৯৮৬ চনৰ শীতকালত আফগানিস্তানৰ মাক্ৰেত ৰেড আৰ্মিৰ টহলদাৰী দলৰ ওপৰত আকস্মিক আক্ৰমণ)" (১৯৯২) $৩,৬৬৬,৫০০ মে ৮, ২০১২ ক্ৰিষ্টি’ছ নিউয়ৰ্ক।[4]
আন্দ্ৰেয়াছ গুৰ্স্কি ৯৯ সেণ্ট ২ ডিক্টেকোন (২০০১) $৩,৩৪৬,৪৫৬ ফেব্ৰুৱাৰী ২০০৭ সোথবে লণ্ডন নিলাম।[5]
এডৱাৰ্ড ষ্টেইচেন দ্য পণ্ড-মুনলাইট (১৯০৪) $২,৯২৮,০০০ ফেব্ৰুৱাৰী ২০০৬ সোথবে নিউয়ৰ্ক নিলাম।[6]
চিণ্ডী শ্বাৰমান শিৰোনামহীন #১৫৩ (১৯৮৫) $২,৭০০,০০০ নৱেম্বৰ ২০১০ ফিলিপস দে পুৰে এণ্ড কোম্পানি, নিউয়ৰ্ক।[2]
অজানা বিলি দ্য কিড (১৮৮৯-৮০) টিণ্টাইপ প্ৰতিকৃতি $২,৩০০,০০০ জুন ২০১১ ব্ৰেইন লেভেল ৱল্ড ৱে‍ষ্ট শ্ব এণ্ড একশ্বন।[7]
দিমিত্ৰি মেদভেদেভ টোবোলস্ক ক্ৰেমলিন (২০০৯) $১,৭৫০,০০০ জানুৱাৰি ২০১০ খ্ৰীষ্টমাচ আৰ্মাকা, চেইণ্ট পিটচবাৰ্গ[8][9][10]
এডৱাৰ্ড ৱে‍ষ্টন নাড (১৯২৫) $১,৬০৯,০০০ এপ্ৰিল ২০০৮ সোথবে নিউয়ৰ্ক নিলাম।[11]
১০ আলফ্ৰেড ষ্টিগলিছ জৰ্জিয়া ও’কিফ (হ্যাণ্ডস) (১৯১৯) $১,৪৭০,০০০ ফেব্ৰুৱাৰী ২০০৬ সোথবে নিউয়ৰ্ক নিলাম।[6]
১১ আলফ্ৰেড ষ্টিগলিছ জৰ্জিয়া ও’কিফ নাড (১৯১৯) $১,৩৬০,০০০ ফেব্ৰুৱাৰী ২০০৬ সোথবে নিউয়ৰ্ক নিলাম।[6]
১২ ৰিচাৰ্ড প্ৰিন্স শিৰোনামহীন (কাউবয়) (১৯৮৯) [12] $১,২৪৮,০০০ নভেম্বৰ ২০০৫ ক্ৰিষ্টি’ছ নিউয়ৰ্ক নিলাম।[13]
১৩ ৰিচাৰ্ড এভিডন দোভিমা উইথ এলিফ্যাণ্টস (১৯৯৫) $১,১৫১,৯৭৬ নৱেম্বৰ ২০১০ ক্ৰিষ্টি’ছ পেৰিছ নিলাম।[14]
১৪ এডৱাৰ্ড ৱে‍ষ্টন নটিলাস (১৯২৭) $১,০৮২,৫০০ এপ্ৰিল ২০১০ সোথবে নিউয়ৰ্ক নিলাম।[15]
১৫ পিটাৰ লিক ৱান (২০১০) $১,০০০,০০০ ডিচেম্বৰ ২০১০ অজানা সংগ্ৰাহক। [16][17][18][19]

এইটো ব্যক্তিগত বিক্ৰী আছিল আৰু পৰীক্ষা কৰিব পৰা নাছিল। এই পৃষ্ঠাত থকা আন সকলো নিলাম ৰাজহুৱা অভিলেখ।

১৬ জেফ ৱাল আনট্যাগলিং (১৯৯৪) $১,০০০,০০০ এইউডি নৱেম্বৰ২০০৬ [20]
১৭ ইউজিন এটজেট জুয়েয়াৰ ডি’অৰগ্যান (১৮৯৮-৯৯) $৬৮৬,৫০০ এপ্ৰিল ২০১০ ক্ৰিষ্টি’ছ নিউয়ৰ্ক নিলাম।[21]
১৮ ৰবাৰ্ট মাপলথোৰ্প এণ্ডি ওয়ৰহোল (১৯৮৭) $৬৪৩,২০০ অক্টোবৰ ১৭, ২০০৬ ক্ৰিষ্টি’ছ নিউয়ৰ্ক নিলাম।[22]
১৯ এনশেল এডামছ মুনৰাইজ, হাৰ্নান্দেজ, নিউ মেক্সিকো (১৯৪৮) [23] $৬০৯,৬০০ অক্টোবৰ ২০০৬ সোথবে নিউ ইয়ৰ্ক নিলাম।[24]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. The Most Expensive Photo in the World সাঁচ:ওয়েব আৰ্কাইভ. theatlanticwire.com (2011-11-09). Retrieved on 2011-11-10.
  2. Sale 2557, Lot 10. Cindy Sherman, Untitled #96. Christie's (2012-05-08). Retrieved on 2012-06-14.
  3. Rothko painting sets record; Canadian Jeff Wall’s photo a big hit সাঁচ:ওয়েব আৰ্কাইভ. theglobeandmail.com (2012-05-08). Retrieved on 2012-05-09.
  4. The First $3M Photograph. Web.archive.org (2007-03-18). Retrieved on 2011-08-01.
  5. 6.0 6.1 6.2 Photograph sale breaks world record. Web.archive.org (2009-02-26). Retrieved on 2011-08-01.
  6. "Billy The Kid photo sells for $2.3 million". Boing Boing (Happy Mutants LLC). 2011-06-28. http://www.boingboing.net/2011/06/26/billy-the-kid-photo.html. 
  7. Топ-10 самых дорогих фотографий мира. Kommersant.ru (2010-01-18). Retrieved on 2011-08-01.
  8. Снимок Медведева стал четвертым в списке самых дорогих фотографий мира. Lenta.ru. Retrieved on 2011-08-01.
  9. Titova, Irina. (2010-01-16) Medvedev’s photo gets $1.7M at charity auction. The Daily Caller. Retrieved on 2011-08-01.
  10. Edward Weston's Nude Sells For $1.6 Million at Sotheby's Setting a New Record For The Artist Archived 2017-09-11 at the Wayback Machine. Artdaily.com. Retrieved on 2011-08-01.
  11. Richard Prince: Untitled (Cowboy): enlarged view | Works of Art | Timeline of Art History | The Metropolitan Museum of Art. Metmuseum.org (2011-07-27). Retrieved on 2011-08-01.
  12. Lang, Daryl (জানুৱাৰি ১৪, ২০১৪). "Prince Print Sets Auction Record For Photography". PDN online. Archived from the original on December 16, 2008. https://web.archive.org/web/20081216122610/http://www.pdnonline.com/pdn/search/article_display.jsp?vnu_content_id=1001476300। আহৰণ কৰা হৈছে: August 6, 2025. 
  13. RICHARD AVEDON (1923–2004) | Dovima with elephants, Evening dress by Dior, Cirque d'Hiver, Paris, August 1955 | Photographs Auction | 1950s, Photographs | Christie's. Christies.com. Retrieved on 2011-08-01.
  14. Sotheby's – Overview সাঁচ:ওয়েব আৰ্কাইভ. Sothebys.com (2010-04-13). Retrieved on 2011-08-01.
  15. Art Daily Archived 2025-01-13 at the Wayback Machine. Art Daily (2011-01-13). Retrieved on 2011-08-01.
  16. A million to “One” Archived 2012-03-15 at the Wayback Machine সাঁচ:ওয়েব আৰ্কাইভ. PMA Newsline (2011-01-11). Retrieved on 2011-08-01.
  17. Australian Landscape Photographer Peter Lik Sells Photo for $1 Million. Peta Pixel (2011-01-13). Retrieved on 2011-08-01.
  18. Anonymous Art Collector Purchases Peter Lik's New England River Photo, 'One,' For $1 Million. PR Newswire. 11 January 2011
  19. "How much to get the picture?". The Age. 2006-12-16. http://www.theage.com.au/news/entertainment/tangled-up-in-blue/2006/12/15/1166162322316.html. 
  20. EUGÈNE ATGET (1857–1927) | Joueur d'Orgue, c. 1898–1899 | Photographs Auction | late 19th Century, Photographs | Christie's. Christies.com. Retrieved on 2011-08-01.
  21. ROBERT MAPPLETHORPE (1946-1989) | Andy Warhol, 1987 | Photographs Auction | Photographs | Christie's. Christies.com. Retrieved on 2011-11-30.
  22. "Ansel Adams, Original Fine Art Photography". ৯ জুন ২০০৯. Archived from the original on 2009-06-09. https://web.archive.org/web/20090609095827/http://www.andrewsmithgallery.com/exhibitions/anseladams/aa_1412.html। আহৰণ কৰা হৈছে: 2025-08-06. 
  23. Walker, David (জানুয়াৰি ১৪, ২০১৪). "Moonrise Print Sets Auction Record for Ansel Adams". PDN online. Archived from the original on December 30, 2019. https://web.archive.org/web/20191230225026/http://www.pdnonline.com/pdn/esearch/article_display.jsp?vnu_content_id=1003285373। আহৰণ কৰা হৈছে: August 6, 2025. 

বহিঃসংযোগ

[সম্পাদনা কৰক]