আঠিয়াবাৰী
অৱয়ব
আঠিয়াবাৰী | |
---|---|
গাওঁ | |
স্থানাংক: 26°30′05″N 90°59′56″E / 26.5015°N 90.9988°Eস্থানাংক: 26°30′05″N 90°59′56″E / 26.5015°N 90.9988°E | |
Country | ![]() |
State | অসম |
District | বাক্সা জিলা |
অঞ্চল | বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদ(BTR) |
কালি | |
• মুঠ |
২৭৬.১৭ হেক্টৰ (৬৮২.৪৩ একৰ) |
উচ্চতা | ৭৫ মিটাৰ (২৪৬ ফুট) |
জনসংখ্যা (২০১১) | |
• মুঠ |
৪,২৩৪ |
• ঘনত্ব | ১,৫০০/km২ (৪,০০০/sq mi) |
ভাৰতৰ অসম ৰাজ্যৰ অন্তৰ্গত বাক্সা জিলাৰ এখন লোকপিয়ল গাঁও আঠিয়াবাৰী।[2][3] ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি আঠিয়াবাৰী গাঁৱৰ মুঠ জনসংখ্যা ৪,২৩৪ জন, তাৰে পুৰুষ ২,১৪১জন আৰু মহিলা ২,০৯৩জনী আছে।[4][5]
উল্লেযোগ্য শৈক্ষিক অনুষ্ঠান
[সম্পাদনা কৰক]আঠিয়াবাৰী আৰু নিকটবৰ্তী অঞ্চলৰ উল্লেযোগ্য শৈক্ষিক অনুষ্ঠানসমূহ
- আঠিয়াবাৰী বিদ্যমন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়।
- আঠিয়াবাৰী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়।
- আঠিয়াবাৰী মধ্য ইংৰাজী বিদ্যালয়।
- আঠিয়াবাৰী উচ্চ মাধ্যমিক বালিকা বিদ্যালয়।
- বাথৌ আশ্ৰম বিদ্যালয়,আঠিয়াবাৰী।
- জ্ঞান বিকাশ জাতীয় বিদ্যালয়।
- জ্ঞানপীঠ জুনিয়ৰ কলেজ।
- জনতা হাইস্কুল।
- কাৰেমুৰা ৰানাইশ্ৰী হাইস্কুল।
- নৱ মিলন হাইস্কুল।
- পাচিম আঠিয়াবাৰী প্ৰাথমিক বিদ্যালয়।
- পামুৱা পথাৰ হাইস্কুল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Pub Athiabari Village in Baska, Baksa, Assam – Info & Details". villageatlas.com. Archived from the original on 18 July 2022. https://web.archive.org/web/20220718013200/https://villageatlas.com/assam/baksa/baska/pub-athiabari। আহৰণ কৰা হৈছে: 18 July 2022.
- ↑ Guptā, Ramaṇikā (2006) (en ভাষাত). Indigenous Writers of India : Introduction and Contributions. 1. Ramaṇikā. Guptā, Ramnika Foundation. প্ৰকাশক New Delhi: Published for Ramnika Foundation by Concept Pub. Co. পৃষ্ঠা. 68. ISBN 978-818-0692-994.
- ↑ Singh, V. (2007) (en ভাষাত). Indian Folk Medicines and Other Plant-based Products. প্ৰকাশক Jodhpur: Scientific Publishers (India). পৃষ্ঠা. 134. ISBN 978-81-7233-481-9.
- ↑ "Athiabari Village Population". indiagrowing.com. Archived from the original on 18 July 2022. https://web.archive.org/web/20220718014207/https://www.indiagrowing.com/Assam/Baksa/Barnagar_Pt/Athiabari। আহৰণ কৰা হৈছে: 18 July 2022.
- ↑ "PCA: Primary Census Abstract C.D. Block wise, Assam - District Baksa - 2011". Office of the Registrar General & Census Commissioner, India | Ministry of Home Affairs, Government of India. https://censusindia.gov.in/nada/index.php/catalog/41003/study-description। আহৰণ কৰা হৈছে: 18 July 2022.