আত্মহত্যামূলক চিন্তা
| এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
| আত্মহত্যামূলক চিন্তা | |
|---|---|
| অন্য নাম | আত্মহত্যাৰ চিন্তা, আত্মহত্যামূলক ধাৰণা |
| Sappho, আৰ্নষ্ট ষ্টুকেলবাৰ্গৰ ১৮৯৭ চনৰ এখন প্ৰতিকৃতি | |
| বিভাগ | মনোৰোগ চিকিৎসা, মনোবিজ্ঞান, জৰুৰীকালীন চিকিৎসা |
| আশংকাৰ কাৰণ | মানসিক বিকাৰ, চাপজনিত জীৱন-ঘটনা, পাৰিবাৰিক ইতিহাস, শিশু নিৰ্যাতন, কিছুমান ঔষধ বিশেষকৈ চিলেক্টিভ চেৰোটনিন ৰিআপটেক ইনহিবিটৰ আৰু বেনজ’ডায়াজেপিন, কৈশোৰকালৰ পাৰিবাৰিক সম্পৰ্কৰ সমস্যা |
আত্মহত্যামূলক চিন্তা (ইংৰাজী: Suicidal Ideation), বা আত্মহত্যাৰ ইচ্ছা, হৈছে আত্মহত্যাৰ জৰিয়তে নিজৰ জীৱনৰ অন্ত পৰাৰ সম্ভাৱনাৰ সম্পৰ্কে কৰা চিন্তা প্ৰক্ৰিয়া বা ধাৰণা।[1] ই নিজে কোনো ৰোগ নহয়, বৰঞ্চ কিছুমান মানসিক বিকাৰ বা মনোসক্ৰিয় দ্ৰব্যৰ ব্যৱহাৰৰ লক্ষণ, বা মানসিক বিকাৰৰ অনুপস্থিতিতো জীৱনৰ বিৰূপ পৰিঘটনাৰ প্ৰতিক্ৰিয়াত ই হ'ব পাৰে।।[2] আত্মহত্যাৰ আশংকা বা আত্মহত্যামূলক চিন্তাৰ পৰিসৰ ক্ষণস্থায়ী চিন্তাৰ পৰা বিশদ পৰিকল্পনালৈকে ভিন্ন হ’ব পাৰে। নিষ্ক্ৰিয় আত্মহত্যামূলক চিন্তা হৈছে জীয়াই থাকিব নিবিচৰা কথা ভাবা বা নিজকে মৃত অৱস্থাত কল্পনা কৰা।[3][4] সক্ৰিয় আত্মহত্যামূলক চিন্তা হৈছে নিজকে হত্যা কৰাৰ বাবে প্ৰস্তুতি লোৱা বা তেনে কৰাৰ পৰিকল্পনা গঠন কৰা।[3][4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ World Health Organization, ICD-11 for Mortality and Morbidity Statistics, ver. 09/2020, MB26.A Suicidal ideation
- ↑ Barry, Lisa C. Passive Suicidal Ideation in Older Adults: Implications for Suicide Prevention, American Journal of Geriatric Psychiatry 27, no. 12 (December 2019): 1411 ("... growing evidence points toward a subgroup of individuals who endorse passive SI [suicidal ideation] in later life outside the context of clinical depression.")
- 1 2 Falcone, Tatiana; Timmons-Mitchell, Jane (2018-05-18). "Mood Disorders and Suicide" (en ভাষাত). Suicide Prevention: A Practical Guide for the Practitioner. Springer. পৃষ্ঠা. 38. ISBN 978-3-319-74391-2. https://books.google.com/books?id=-j9bDwAAQBAJ.
- 1 2 Kumar, Updesh (2017-10-26). "Suicidal Ideation in Adolescents–A Transcultural Analysis" (en ভাষাত). Handbook of Suicidal Behaviour. Springer. পৃষ্ঠা. 269. ISBN 978-981-10-4816-6. https://books.google.com/books?id=qaI7DwAAQBAJ&q=%22passive+suicidal+ideation%22&pg=PA269.