আদালত |
---|
 |
শৈলী |
কৰ্টৰুম ড্ৰামা |
---|
লিখক |
আৰ্চাদ ছায়েদ, ডি.জে. |
---|
পৰিচালক |
ৰাজেন ৱাঘধাৰে, ৰাজেশ ৰানশিংগ |
---|
দেশ |
ভাৰত |
---|
ভাষা |
হিন্দী |
---|
চিজনৰ সংখ্যা |
১ |
---|
প্ৰযোজনা |
---|
দৈৰ্ঘ্য |
৬০ মিনিট |
---|
ষ্টুডিঅ’ |
Contiloe Entertainment |
---|
সম্প্ৰচাৰ |
---|
মূল ছেনেল |
চ'নী টিভি |
---|
প্ৰদৰ্শনৰ সময় |
২০ নবেম্বৰ ২০১১ – বৰ্তমান |
আদালত হ'ল বৰ্তমানেও চ'নী টিভিত দি থকা এখন কৰ্টৰুম ড্ৰামা। কে.ডি. পাঠক নামৰ এজন অধিবক্তাই পদকীয়া অধিবক্তা হিচাপে কাম কৰে; আৰু তেওঁ লোৱা গোচৰসমূহত বৰ্তমানলৈকে পৰাজয় হোৱা নাই। কে.ডি.পাঠকে আদালতৰ জৰিয়তে কেৱল সত্য প্ৰতিষ্ঠা কৰে। তেওঁ কেতিয়াও দোষী মানুহৰ গোচৰ নলয়। চ'নী টিভিত আদালত সপ্তাহত দুদিনকৈ শনিবাৰ আৰু দেওবাৰে সন্ধা আঠ বজাত সম্প্ৰচাৰ হয়।
- কে.ডি. পাঠকৰ চৰিত্ৰত ৰণিত ৰয়
- বৰুণৰ চৰিত্ৰত ৰমিত ৰাজ