আদৰ্শ জাতীয় বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

আদৰ্শ জাতীয় বিদ্যালয়, বিহদিয়া অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা প্ৰায় ৮-৯ কিল'মিটাৰ উত্তৰে আমৰতলত অৱস্থিত এখন ব্যক্তিগতখণ্ডৰ বিদ্যালয় । এই বিদ্যালয়খন ১৯৯৬ চনৰ ৮ জানুৱাৰীত স্থাপিত হৈছিল । অংকুৰ, প্ৰাকপ্ৰাথমিক শ্ৰেণীৰ পৰা আৰম্ভ কৰি দশম শ্ৰেণীলৈ মুঠ বাৰটা শ্ৰেণী এই বিদ্যালয়খনত আছে ।