আদৰ্শ জাতীয় বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা


আদৰ্শ জাতীয় বিদ্যালয়, বিহদিয়া অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা প্ৰায় ৮-৯ কিলোমিটাৰ উত্তৰে আমৰতলত অৱস্থিত এখন ব্যক্তিগতখণ্ডৰ বিদ্যালয়। এই বিদ্যালয়খন ১৯৯৬ চনৰ ৮ জানুৱাৰীত স্থাপিত হৈছিল। অংকুৰ, প্ৰাকপ্ৰাথমিক শ্ৰেণীৰ পৰা আৰম্ভ কৰি দশম শ্ৰেণীলৈ মুঠ বাৰটা শ্ৰেণী এই বিদ্যালয়খনত আছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]